Browsing Category
ৰাজ্য
দেৱাল খহি মৃত্যু বৈষ্ণৱৰ
মাজুলী দক্ষিণপাট আশ্ৰমী সত্ৰত কিশোৰৰ কৰুণ মৃত্যু।পকী দেৱাল খহি মৃত্যু সত্ৰৰ ১৪ বছৰীয়া কিশোৰ বৈষ্ণৱৰ।
কান্দোনত ভাগি পৰিছে মাতৃ।মাজুলীৰ দক্ষিণপাট গৃহআশ্ৰমী সত্ৰত এক কৰুণ ঘটনা সংঘটিত হয়। সত্ৰ খনত বৈষ্ণৱ হিচাপে থকা ১৪ বছৰীয়া বিকাশ চেত্ৰী…
ওদালগুৰিতো চলিল বুলড’জাৰ
এইবাৰ বুলড'জাৰ চলালে কেন্দ্ৰীয় চৰকাৰৰ ৰে'লবিভাগে।ওদালগুৰি ৰে'ল ষ্টেচনৰ কাষত অনুজ্ঞাপত্ৰ বিহীনভাৱে বছৰ বছৰ ধৰি ব্যৱসায় তথা বসবাস কৰা লোক সকলৰ বিৰুদ্ধে ৰেলৱে বিভাগে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল।যাৰ ফলত বহুতে বুলড'জাৰ চলোৱাৰ পূৰ্বেই বয় -বস্তু…
জিলা বিলুপ্তিক লৈ ৰঙা চকু আদালতৰ
জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ । ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ন্যায়ালয়ে।হোজাই জিলা বিলুপ্তি সন্দৰ্ভত জিয়াউৰ ৰহমানৰ পি আই এল বিচাৰৰ বাবে গ্ৰহণ আদালতৰ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ…
প্ৰদূষণমুক্ত হ’ব অসম !
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিব 'মিশ্যন LiFE'.অহা ২১মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অসমত এই আঁচনিৰ শুভাৰম্ভ কৰিব৷মিশ্যন LiFE মানে Lifestyle for environment. চলিত বিধানসভাৰ অধিৱেশনত অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জলবায়ু প্ৰদূষণ…
‘বিজ্ঞান’ৰ বাবেই জংকপংক !
মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা লগত জড়িত সাত ছাত্ৰ ডিব্ৰুগড় আৰক্ষী জালত পৰিছে।সমগ্ৰ অসমত এতিয়ালৈকে ২২জনক গ্ৰেপ্তাৰ কৰা হৈছে।মাজ নিশা ডিব্ৰুগড় আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ছাত্ৰ কেইজন।মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা প্ৰসংগত…
মহিলা কেনেকৈ সৱল হ’ব ?
তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ (CSWSC), আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC) আৰু জানিত্ৰীৰ যুটীয়া উদ্যোগত মহিলা সৱলীকৰণৰ এক বৈঠক তথা কৰ্মশালাৰ আয়োজন হয় বিগত সোমবাৰে।তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ আলোচনা…
দীনদয়াল কলেজক লৈ টনাআঁজোৰা
পণ্ডিত দীনদয়াল উপাধ্যায় মডেল ডিগ্রী কলেজৰ স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদ। উত্তাল কাটলিছৰা সমষ্টিৰ অন্তৰ্গত মনিপুৰৰ ৰাজপথ।শিক্ষা প্ৰতিষ্ঠান স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদত নামি পৰিছে শ শ জনতা। উত্তাল কাটলিছৰা সমষ্টিৰ অন্তৰ্গত মনিপুৰৰ…
মাছত বিহ !
বৰপানী নদীত বিহ ঢালি মাছৰ নিধন ৷ দুষ্ট চক্ৰক আটক কৰাৰ দাবী ৷নগাওঁ জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী নদীত একাংশ দুষ্ট চক্ৰই নিশা গোপনভাবে বিহ ঢালি নানান প্ৰজাতি মাছ নিধন কৰাত অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।কাৰ্বি লাংপি…
ডবকা -যমুনামুখ পথ মেৰামতিৰ দাবী
ডবকা-যমুনামুখ সংযোগী গড়কাপ্তানি পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আজি তাৰ স্থানীয় জনতাই।বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানে পথছোৱাৰ বহু ঠাই উঠুৱাই নিয়াৰ ফলত পথচাৰীৰ লগতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগিবলগীয়া হৈছে ।ফলত আজি এইদৰে…
কঠীয়াতলীত ৰন্ধন প্ৰতিযোগিতা
কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত নিজকঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ ১১ খন বিদ্যালয়ৰ মাজত প্ৰধান মন্ত্ৰী পোষণ আঁচনিৰ অধীনত ৰন্ধন কৰ্মীৰ মাজত ৰন্ধন প্ৰতিযোগিতা। নগাঁও জিলাত সৰ্বপ্ৰথম নিজকঠীয়াতলী কেন্দ্ৰৰ লগতে খাগৰিজান শিক্ষা খণ্ডৰ এটা মণ্ডল সমল…