সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

ফাইনেন্স কোম্পানীৰ নামত সন্ত্ৰাস

ডবকাৰ ৰাজপথত ফাইনেন্স কোম্পানীৰ ৰিকভাৰী এজেন্টৰ নামত 'ডন’ কোম্পানীৰ ধন দাবী ৰাজপথত সন্ত্ৰাস ।বিলাসী গাড়ী লৈ নিজকে ফাইনেন্স কোম্পানীৰ ৰিকভাৰী এজেন্ট বুলি পৰিচয় দিয়া চাৰি পাঁচজনীয়া এটা দলে বিগত প্ৰায় তিনিদিন ধৰি ডবকাৰ ৰাজপথত সংন্ত্ৰাস…

গঢ়াত নাই,ভঙাত সিদ্ধহস্ত বিজেপি

খাদী-গ্ৰামোদ‍্যোগ ব'ৰ্ডৰ বিলুপ্তি ঘটাই ইয়াৰ শ শ বিঘা ভূমি বণিয়াক গটোৱাৰ ষড়যন্ত্ৰ ৰাজ্য চৰকাৰৰ।খাদী-গ্ৰামোদ‍্যোগ ব'ৰ্ডৰ বিলুপ্তি ঘটালে ৰাজ্য চৰকাৰে।খাদী-গ্ৰামোদ‍্যোগ ব'ৰ্ডৰ বিলুপ্তি ঘটাই ইয়াৰ শ শ বিঘা ভূমি বণিয়াক গটোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিয়েই…

আকৌ হাত দাঙিলে লাট মণ্ডলে

বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।অভিযানত লগন বাচোৱাৰ নামৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ।লগন বাচোৱাৰ বিশ্বনাথৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ দায়িত্বত আছিল।বাঘমৰা মণ্ডলৰ অন্তৰ্গত লাওদলনীৰ ফুল মহম্মদ নামৰ এজন লোকৰ মাটি নামজাৰি…

মকৰ’ কাৰ -দুই মুখ্যমন্ত্ৰীৰ যুঁজ

এখন গাওঁ।গাওঁখনক লৈ টনাআঁজোৰা দুখন ৰাজ্যৰ।দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰে গাওঁখন নিজৰ বুলি। মেঘালয় আৰু অসম সীমান্তত অৱস্থিত গাওঁখন হ’ল মুকৰ’।মুকৰ’ গাওঁখন কাৰ তাক লৈ দুয়োখন ৰাজ্যৰ যুঁজ।ইতিমধ্যে বিগত বৰ্ষৰ ২২ নবেম্বৰত কৰ্তৃত্ব খটোৱাৰ…

কেনেকৈ ফাদিল হৈছিল প্ৰশ্নকাকত? ক’লে DGPএ

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শুকুৰবাৰে সংবাদমেল সম্বোধন DGP জি পি সিঙৰ ।''মোটা অংকৰ বিনিময়ত পেপাৰ লিক কৰিছিল প্ৰণৱ দত্তই।প্ৰণৱ দত্তই প্ৰশ্নকাকত উলিয়াই বিক্ৰী কৰিছিল কুমুদ ৰাজখোৱাক।চেইন চিষ্টেমত তালিকা বনাই তদন্ত কৰিছিল অসম…

আহিয়েই আছে গাহৰি

ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি গাহৰি চিণ্ডিকেট চক্ৰৰ।এতিয়াও অব্যাহত আছে বহিঃৰাজ্যৰ গাহৰি সৰবৰাহ।ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বহিঃৰাজ্যৰ পৰা গাহৰি চিণ্ডিকেট চক্ৰই গাহৰি ভৰ্তি ট্ৰাক আহি পোৱালেহি আমগুৰি।পুৱতি নিশা আমগুৰি থানাৰ…

ভঙা দলঙৰ নিৰ্মাণ বন্ধ

নিৰ্মীয়মাণ ২০ কোটিটকীয়া দলং ভাঙি পৰাত কামপুৰত বিভিন্ন দল সংগঠনে শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।নিৰ্মীয়মাণ অৱস্থাত কপিলী দলং ভাঙি যোৱাত ৰাইজৰ এই প্ৰতিবাদ। দলঙৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে ৰাইজে।বৰ্তমানেও দলং নিৰ্মানস্থলীৰ কোনো…

সত্ৰাধিকাৰৰ বিৰুদ্ধে মূৰ্দাবাদ ধ্বনি

মৃতকৰ চোতালত সত্ৰাধিকাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ মাজুলীত।দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দ্দন দেৱ গোস্বামী মূৰ্দাবাদ ধ্বনিৰে মৃতকৰ চোতালত সাব্যস্ত কৰে প্ৰতিবাদ।মাজুলী দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দ্দন দেৱ গোস্বামীৰ সত্ৰত থকা ১৪…

নিৰ্মাণৰত অৱস্থাত ভাঙিল ২০ কোটিটকীয়া দলং

কামপুৰৰ নিৰ্মীয়মান কপিলী দলঙত অঘটন । দক্ষিণ দিশৰ ফালে ভাঙি পৰিল নিৰ্মীয়মান দলং । কম পৰিমানে কেইবাজনো শ্ৰমিক আহত হৈছে। আহত শ্ৰমিক সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মাণ কৰাত অঘটনটো সংঘটিত হোৱাৰ অভিযোগ। ঠিকাদাৰৰ…

অৰুণোদয় ধনৰ নামত ব্যাপক দুৰ্নীতি

মাধৱপাৰা পঞ্চায়তৰ 'অৰুণোদয় আচঁনিৰ' হিতাধিকাৰীৰ ধন সোমায় কোটিপতিৰ একাউণ্টত। জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল।নগাওঁ জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱাৰ মাধপাৰা গাওঁ পঞ্চায়তৰ পমিলা জাৰনি গাৱঁৰ কোটিপতি তথা এগৰাকী কংগ্ৰেছী পালি নেতা…