Browsing Category
ৰাজ্য
ভাওনা নহয় ভেকোভাওনা এইবাৰ !
টেটোন তামুলীৰ ভাওনাৰ পিছত এইবাৰ টেটোন তামুলীৰ ভেকোঁভাওনা ।নগাঁৱত শাক-পাচলিৰ মহিলা ব্যৱসায়ীৰ দ্বাৰা শুভমুক্তি নতুন হাস্যমধুৰ ৱেব চিৰিজৰ।টেটোন তামুলীৰ ভাওনাৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ লকৈ এণ্টাৰটেইনমেণ্টে প্ৰস্তুত কৰি উলিয়াইছে হাস্যমধুৰ…
fly over expose: ৪৬ লাখ টকাৰ দেৱাল অংকন, ২৮ লাখ টকাৰ উদ্যান স্থাপনৰ ৭ মাহ পাছত নিবিদাৰ জাননী
‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে ছুপাৰ মাৰ্কেট ফ্লাই অ'ভাৰৰ এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য৷ ফ্লাই অ'ভাৰৰ উদ্বোধনী অনুষ্ঠানৰ ৫ মাহ পাছত নিবিদা আহ্বান কৰি উদ্বোধনী অনুষ্ঠানৰ ঠিকা প্ৰদান কৰা হৈছিল মুখ্যমন্ত্ৰীৰ…
কলকতাৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ কেনেদৰে আহে ধন?
ছুপাৰমাৰ্কেট ফ্লাই অ'ভাৰৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৭ মাহ পাছত আহ্বান কৰা হৈছিল উদ্বোধনী অনুষ্ঠানৰ নিবিদাৰ জাননী৷ ৭ মাহ পাছত এই কাম লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাই৷ এইগৰাকী ভাস্কৰ শৰ্মা…
আপুনি অসমৰ নেকি তেন্তে চিন্তাৰ কাৰণ নাই
পান আৰু আধাৰ কাৰ্ড সংযোগৰ সময় ইতিমধ্যে ৩০ জুনলৈকে বৃদ্ধি কৰিছে আয়কৰ বিভাগে।আয়কৰ বিভাগে সময় বঢ়াওকেই বা কমাওকেই দেশৰ ৩খন ৰাজ্যৰ জনতাৰ ক্ষেত্ৰত আছে বিশেষ ৰেহাই।অসম ,মেঘালয় আৰু জম্মু -কাশ্মীৰৰ জনতাক পান আৰু আধাৰ কাৰ্ড সংযোগৰ আওতাৰ পৰা বাহিৰত…
Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?
যদি দিয়া ইউনিফৰ্ম,লাগিব কমিছন…
কমিছনৰ অংকত ইউনিফৰ্ম দিয়া হোৱা নাই বিদ্যালয়ত ! ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত বিতৰণ হোৱা নাই ইউনিফৰ্ম। নিবিদা আহ্বানৰ প্ৰক্ৰিয়াতে ৰৈ গ'ল ইউনিফৰ্ম যোগানৰ প্ৰক্ৰিয়া। বিমোৰত শিক্ষক-শিক্ষাৰ্থী। কেতিয়া বিতৰণ হ'ব বিনামূলীয়া ইউনিফৰ্ম। ৰাইজৰ দলৰ শিৱসাগৰৰ…
“আহিছিল সমগ্ৰ ভাৰত, ৰৈ গ’ল মাত্র অসম”
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমীয়া খাদ্য হাঁহ আৰু কোমোৰা । জিলিকিল মানধনীয়া আৰু মাছৰ টেঙা। জিলিকিল কঁঠাল গুটি পিটিকা আৰু অনেক অসমীয়া খাদ্য।কোনে কয় , অসমীয়া খাৰে ৰন্ধন কৰা খাদ্য জিলিকিল বিশ্ব দৰবাৰত !সদায় মাকে ৰান্ধি দিয়া ভাত কেইটা খাই…
আদানীক ধনী কৰাই লক্ষ্য মোডীৰ
ৰাহুল গান্ধী সাংসদ পদৰ পৰাৰ বহিস্কাৰ কৰিলেও ৰাহুল গান্ধী মুখ মোডীয়ে বন্ধ কৰিব নোৱাৰে পূৰ্ণ উদ্যমেৰে দেশৰ জনতা হকে মাত মাতি যাব আৰু দেশবাসী হ'কে কাম কৰি যাব আৰু বৰ্তমান মোডী দেশৰ চকীদাৰ নহয় আদানীহে চকীদাৰ , যোৰহাট জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত…
শনিবাৰে শনিৰ ৰোষত ডিফু
শনিবাৰে পুৱাৰ ভাগতে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত বিদ্যুতস্পৃষ্ট হৈ এজন শ্ৰমিক মৃত্যু মুখত পৰে।প্ৰাপ্ত খবৰ অনুসৰি শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ডিফু নগৰ মাজমজিয়াত স্থিত লিটল ড্ৰেগন নামৰ হোটেলৰ ছাদত । দুই দিন হাজিৰা কৰা শ্ৰমিক ক্ৰমে মিৰিক মমিন…
পৌৰ কৰৰ বিৰুদ্ধে ওদালগুৰিত প্ৰতিবাদ
সম্প্ৰতি বৰ্ধিত পৌৰ কৰক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে শুকুৰবাৰে ওদালগুৰিতো বৰ্ধিত পৌৰ কৰক লৈ নাগৰিক অধিকাৰ দাবী সমিতি,ওদালগুৰিৰ সদস্য সকলে ওদালগুৰিৰ পৌৰপতি,উপায়ুক্ত, ওদালগুৰি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা চক্ৰ বিষয়াক স্মাৰকপত্ৰ…