Browsing Category
ৰাজ্য
কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী…
বিশিষ্ট নাট্যকাৰ ড° অখিল চক্রৱর্তীলৈ ‘ভোগদৈপৰীয়া সাহিত্য বঁটা’ -২০২৩
অসম নাট্য সন্মিলনৰ প্রাক্তন সম্পাদক ( ১৯৮৪-৯০), প্রাক্তন সভাপতি( ২০০৯-১০), বিশিষ্ট নাট্যকাৰ-পৰিচালক, কবি-গল্পকাৰ-ঔপন্যাসিক ড০ অখিল চক্রৱর্তীলৈ আগবঢ়োৱা হৈছে 'ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২৩ ।উল্লেখ্য যে মানসম্পন্ন, পৰিশীলিত সাহিত্য-চৰ্চা আৰু…
অসম চৰকাৰৰ লগত বন্ধন বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ
বন্ধন বেংকে আজি অসম চৰকাৰৰ পৰা ই-জিআৰএছ পৰ্টেলত ৰাজহ সংগ্ৰহ কৰাৰ বাবে অনুমতি লাভ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ দ্বাৰা অসমৰ লোকসকলে চৰকাৰৰ জি আৰএচ পোৰ্টেলৰ মাধ্যমেৰে কৰ আৰু অন্যান্য পেমেন্ট কৰিবলৈ সক্ষম হ’ব ।ইয়াৰ জৰিয়তে অসমৰ মানুহৰ বাবে…
অন দ্য হুইলঃশিহৰণকাৰী দুৰ্গম যাত্ৰাৰ দস্তাবেজ’ উন্মোচন
সততে পৰ্যটক নোযোৱা অৰুণাচল প্ৰদেশৰ কিছুমান বিশেষ দুৰ্গম অঞ্চললৈ নিজে গাড়ী চলাই ঘূৰি ফুৰা তিনিচুকীয়াৰ প্ৰাঞ্জল প্ৰতীম দত্ত এজন ভ্ৰমণ পিয়াসী যুৱক। উত্তৰ পূৰ্বাঞ্চলৰ মনোৰম প্ৰকৃতিৰ আকৰ্ষণত ক’ৰ্পৰেট খণ্ডৰ লোভনীয় চাকৰি এৰি ঘূৰি অহাৰ পাছত দত্তই…
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি শুকুৰবাৰে উন্মোচন কৰা হয়। গুৱাহাটীৰ চচলত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে। উন্মোচকৰ ভাষণত দেৱ চৌধুৰীয়ে কয়― ''সাম্প্ৰতিক সময়ত…
মৰিগাঁৱত সাৰ পাবনে আছু ?
আজিৰে পৰা মৰিগাৱত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন । আছুৰ এই অধিৱেশন ৰাজনৈতিক সাম্প্ৰতিক সামাজিক ৰাজনৈতিক পটভূমিত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।এহাতে অসমৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়ত এফালৰ পৰা ওলমিছে তলা , আৰম্ভ হৈছে মাতৃভাষা…
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত উপাচাৰ্য সকলৰ বৈঠক
দেশৰ উচ্চ শিক্ষাৰ শীৰ্ষ সংস্থা" এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ"য়ে ২১ আৰু ২২ নৱেম্বৰত গুৱাহাটীত 'পূব মণ্ডলৰ উপাচাৰ্যসকলৰ বিশেষ বৈঠকৰ আয়োজন কৰিছে। অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত এই বৈঠকৰ বিষয়বস্তু হৈছে "উচ্চ…
নেটিজেনৰ গৰ্জন,ইতিহাস থিয়েটাৰো কৰিব বৰ্জন !
উত্তৰকাল চলচ্চিত্ৰৰে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰিছিল অভিনেতা যতীন বৰাই। হিয়া দিয়া নিয়া চলচ্চিত্ৰৰে অভিনয়ৰ উচ্চ শিখৰত অৱতৰণ কৰিছিল যতীন বৰা। প্ৰায়বোৰ অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় হিৰ’গৰাকী হঠাৎ জনতাৰ দৃষ্টিত হ’লগৈ জিৰ’।জনতাই অন্তৰত ৰখা…
যুৱ সাংবাদিক সন্থা,অসমৰ বঁটা ঘোষণা
ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু নায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা,অসমে বিগত বৰ্ষৰ দৰে এইবাৰো ২০২৪ চনৰ ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ দিনা ৰাজ্যৰ সংবাদক্ষেত্ৰখনত…
পুনৰ বিবেকক সুধিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই?
পুনৰ বিবেকক সুধিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই? মুখ্য উপদেষ্টাৰ পদত পুনৰ বাহাল থাকিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য? আছুত অভিভাৱক হৈ থকাৰ মন ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অহা ২১,২২ আৰু ২৩ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে…