শ্ৰেণী ৰাজ্য

নেটিজেনৰ গৰ্জন,ইতিহাস থিয়েটাৰো কৰিব বৰ্জন !

উত্তৰকাল চলচ্চিত্ৰৰে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰিছিল অভিনেতা যতীন বৰাই। হিয়া দিয়া নিয়া চলচ্চিত্ৰৰে অভিনয়ৰ উচ্চ শিখৰত অৱতৰণ কৰিছিল যতীন বৰা। প্ৰায়বোৰ অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় হিৰ’গৰাকী হঠাৎ জনতাৰ দৃষ্টিত হ’লগৈ জিৰ’।জনতাই অন্তৰত ৰখা অভিনেতাগৰাকীক একেকোবে দলিয়াই দিলে কুৰিহতীয়া নাদলৈ। নাদো নাদ…

যুৱ সাংবাদিক সন্থা,অসমৰ বঁটা ঘোষণা

ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু নায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা,অসমে বিগত বৰ্ষৰ দৰে এইবাৰো ২০২৪ চনৰ ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ দিনা ৰাজ্যৰ সংবাদক্ষেত্ৰখনত দীৰ্ঘদিনে সেৱা আগবঢ়াই অহা কেইগৰাকীমান সাংবাদিকক তেওঁলোকৰ…

পুনৰ বিবেকক সুধিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই?

পুনৰ বিবেকক সুধিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই? মুখ্য উপদেষ্টাৰ পদত পুনৰ বাহাল থাকিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য? আছুত অভিভাৱক হৈ থকাৰ মন ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অহা ২১,২২ আৰু ২৩ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হ’ব সদৌ অসম…

কথাই প্ৰতি ওফাইদাং ইপিনে অসমৰ অৱস্থা ধোবাংবাং !

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ছত্তীশগড়ত কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছত্তীশগড়ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে ৰাজ্যখনত মুখ্যমন্ত্ৰীগৰাকীয়ে মা গংগাৰ ঠাইত সুৰাৰ গংগা বোৱাইছে। তদুপৰি ছত্তীশগড়ৰ…

বিজেপিয়ে দেশেই চলাব নে চিনেমাই চলাব?

সাংস্কৃতিক জগতৰ লোক ৰাজনীতিলৈ গৈ লটিঘটি হোৱাৰ উদাহৰণ আমাৰ সমাজত বহুত ।সাংস্কৃতিক দিশত অত্যন্ত সফল অভিনেতা-অভিনেত্ৰী ,গায়ক গায়িকাই ৰাজনীতিৰ লগত জড়িত হোৱাৰ পিছত অথবা বিশেষ কোনো ৰাজনৈতিক ব্যক্তিক সমৰ্থন কৰাৰ পিছত জনতাৰ শিল্পী হৈ থকাৰ উদাহৰণ খুব কম ।যদিও ৰাজনীতিক…

কাজিৰঙাৰ নৃগোষ্ঠীয় লোকক ঘৰ-মাটি এৰি দিয়াৰ চৰকাৰী নিৰ্দেশৰ বিৰুদ্ধে জীপাল কৃষক-শ্ৰমিক সংঘৰ তীব্ৰ প্ৰতিক্ৰিয়া

অসমত সম্প্ৰতি থলুৱা লোকৰ ওপৰত চলা বৰ্বৰ উচ্ছেদ কাণ্ডৰ তীব্ৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে কাজিৰঙাৰ নৃগোষ্ঠীয় মিচিং জনজাতি আৰু আদিবাসী কেইবাশ পৰিয়ালক দিয়া এখন চৰকাৰী জাননীয়ে নতুন আতংকৰ সৃষ্টি কৰিছে। জাননীত উল্লেখ কৰা ৭ লাখ ৩৬ হাজাৰ টকাৰ ক্ষতিপূৰণৰ বিনিময়ত ঘৰ…

Exclusive: বৃহৎ বেংক জালিয়াতি : এপেক্স বেংকত বিশ্বজিত ফুকনৰ ঘনিষ্ঠৰ সিন্ধি

অৰূপ কলিতা এইবাৰ অসমত ওলাইছে বিজয় মালিয়া , নীৰৱ মোদীৰ নতুন অৱতাৰ ৷ বেংক জালিয়াতিৰে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত এগৰাকী ব্যৱসায়ীয়ে লাভ কৰিলে  ২০ কৌটি ৩০ লাখ টকা ৷ সাৰদা কেলেংকাৰীত নাম সাঙোৰ খোৱা এইগৰাকী ব্যক্তিক অসম কো…

অনুপম জীৱন’ৰ ড্ৰাগছ বিৰোধী সজাগতা সভা

স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’আৰু ‘ছেলটাৰ’ ৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে দক্ষিণ গাওঁস্থিত টি এ বি মেমোৰিয়েল জাতীয় বিদ্যালয়ত এখনি ড্ৰাগছ্ সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতা সভা অনুস্থিত হোৱাৰ লগতে এক প্ৰতিবাদী শোভাযাত্ৰা উলিওৱা হয় । পুৱা ৮ বজাত বিদ্যালয় খনৰ…

কৈনো কৈ থাকিলে ওৰকে নপৰে ‘তুলিৰাম বাহিনী’ৰ কথা !

এটাৰ পিছত এটা কেলেংকাৰীয়ে জোকাৰি গৈছে কাৰ্বি আংলং।চৰকাৰী পুঁজি আত্মসাতৰ পৰা ,চৰকাৰী ঠিকা ঠুকলি নিজৰ পৰিয়ালৰ নামত আৱণ্টন দিয়াৰ পৰা কোনো ক্ষেত্ৰতেই পিছপৰি ৰোৱা নাই কাৰ্বি আংলং জিলা পৰিষদৰ মূৰব্বী তুলিৰাম ৰংহাং। মুখ্য কাৰ্যবাহীৰ সমানে সমানে তেওঁৰ সাংগোপাংগয়ো চলাইছে ছিণ্ডিকেটৰাজ।মাছ,মাংস,কণী,গাহৰিৰ…