শ্ৰেণী ৰাজ্য

বিমান বিলাসঃ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিক্ৰিয়া আৰু আমাৰ প্ৰত্যাহ্বান

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰা সম্পৰ্কীয় বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিটো প্ৰতিক্ৰিয়া সন্দৰ্ভত আমাৰ উত্তৰ আগবঢ়োৱা হ’ল – প্ৰতিক্ৰিয়া ১ঃ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ কোনো ব্যয় ৰাজ্য চৰকাৰে বহন কৰা…

Exclusive: ৰাজকোষৰ ধনেৰে হেলিকপ্টাৰত উঠি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিশেষ অনুসন্ধান সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা, গৌতম গগৈ   গুৱাহাটী, নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অৰ্থনীতিক ডেৰ লাখ কোটি টকাৰ ঋণত ডুবাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আকাশীযানৰ বিলাসিতাৰ বহু বিস্ফোৰক তথ্য…

ডিমা হাচাওত কাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে দেবোলাল গাৰ্লোচা?

কেৱল আৰু কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত ইজনৰ পাছত সিজন অসমীয়া যুৱক এনকাউণ্টাৰৰ সন্মুখীন হৈছে ৷ আৰক্ষীৰ গুলীত আহত হৈছে বহু অসমীয়া যুৱক ৷ কিন্তু কঠোৰতাৰ পৰিচয় দিয়া এইখন চৰকাৰৰ দিনত এজন চাৰ্জশ্বীটেড অভিযুক্তই ৰাজভোগ কৰি থকাৰ সুবিধা লাভ কৰিছে ৷…

কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটিত মুকলি বেদখল ৷ খোদ ডিমা…

বিশিষ্ট নাট্যকাৰ ড° অখিল চক্রৱর্তীলৈ ‘ভোগদৈপৰীয়া সাহিত্য বঁটা’ -২০২৩

অসম নাট্য সন্মিলনৰ প্রাক্তন সম্পাদক ( ১৯৮৪-৯০), প্রাক্তন সভাপতি( ২০০৯-১০), বিশিষ্ট নাট্যকাৰ-পৰিচালক, কবি-গল্পকাৰ-ঔপন্যাসিক ড০ অখিল চক্রৱর্তীলৈ আগবঢ়োৱা হৈছে ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২৩ ।উল্লেখ্য যে মানসম্পন্ন, পৰিশীলিত সাহিত্য-চৰ্চা আৰু ব্যাপ্তি সাধনাৰ এক পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে গঠিত হোৱা ‘ভোগদৈপৰীয়া কবিকণ্ঠ’ই প্ৰতিবছৰে এগৰাকী বিশিষ্ট…

অসম চৰকাৰৰ লগত বন্ধন বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

 বন্ধন বেংকে আজি অসম চৰকাৰৰ পৰা ই-জিআৰএছ পৰ্টেলত ৰাজহ সংগ্ৰহ কৰাৰ বাবে অনুমতি লাভ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ দ্বাৰা অসমৰ লোকসকলে চৰকাৰৰ জি আৰএচ পোৰ্টেলৰ মাধ্যমেৰে কৰ আৰু অন্যান্য পেমেন্ট কৰিবলৈ সক্ষম হ’ব ।ইয়াৰ জৰিয়তে অসমৰ মানুহৰ বাবে…

অন দ্য হুইলঃশিহৰণকাৰী দুৰ্গম যাত্ৰাৰ দস্তাবেজ’ উন্মোচন

সততে পৰ্যটক নোযোৱা অৰুণাচল প্ৰদেশৰ কিছুমান বিশেষ দুৰ্গম অঞ্চললৈ নিজে গাড়ী চলাই ঘূৰি ফুৰা তিনিচুকীয়াৰ প্ৰাঞ্জল প্ৰতীম দত্ত এজন ভ্ৰমণ পিয়াসী যুৱক। উত্তৰ পূৰ্বাঞ্চলৰ মনোৰম প্ৰকৃতিৰ আকৰ্ষণত ক’ৰ্পৰেট খণ্ডৰ লোভনীয় চাকৰি এৰি ঘূৰি অহাৰ পাছত দত্তই প্ৰকৃতি আৰু পৰ্যটন ক্ষেত্ৰখনৰ…

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

 কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি শুকুৰবাৰে উন্মোচন কৰা হয়। গুৱাহাটীৰ চচলত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে। উন্মোচকৰ ভাষণত দেৱ চৌধুৰীয়ে কয়― ”সাম্প্ৰতিক সময়ত অসমীয়া উপন্যাসৰ বিষয় মানুহৰ সমস্যাৰ পৰিৱৰ্তে ঐতিহাসিক…

মৰিগাঁৱত সাৰ পাবনে আছু ?

আজিৰে পৰা মৰিগাৱত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন । আছুৰ এই অধিৱেশন ৰাজনৈতিক সাম্প্ৰতিক সামাজিক ৰাজনৈতিক পটভূমিত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।এহাতে অসমৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়ত এফালৰ পৰা ওলমিছে তলা , আৰম্ভ হৈছে মাতৃভাষা মাধ্যমৰ শ্মশানযাত্ৰা ,…

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত উপাচাৰ্য সকলৰ বৈঠক

দেশৰ উচ্চ শিক্ষাৰ শীৰ্ষ সংস্থা” এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ”য়ে ২১ আৰু ২২ নৱেম্বৰত  গুৱাহাটীত ‘পূব মণ্ডলৰ উপাচাৰ্যসকলৰ বিশেষ বৈঠকৰ আয়োজন কৰিছে। অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত এই বৈঠকৰ বিষয়বস্তু হৈছে “উচ্চ শিক্ষাৰ সৈতে ভাৰতীয় জ্ঞান প্ৰণালীএকত্ৰিত কৰা।” দুদিনীয়া এই…