শ্ৰেণী ৰাজ্য

গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নে পৰিৱৰ্তনকামী জনতাৰ নেতা হ’ব বিচাৰে?

THE CROSSCURRENT TAKE ২০২৪ চনৰ লোকসভা নিৰ্বাচন অসমৰ বাবে কেইবাটাও কাৰণত আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ তাৰ মাজৰ এটা ব্যতিক্ৰম ঘটনা আছিল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয়৷ বিজেপিৰ চক্ৰবেহু ফালি অভিমন্যুৰ ৰূপত যোৰহাটত বিজয় সাব্যস্ত কৰিলে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে৷ যদিও…

চুতীয়া জনগোষ্ঠীঃ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, জনজাতিকৰণৰ দাবী আৰু ইয়াৰ যুক্তিযুক্ততা

ৰাজনৈতিক বিভাজন,সাংস্কৃতিক, সামাজিক বৈষম্য, আভ্যন্তৰীণ বিভেদমুখী প্ৰৱণতা, স্ব-পৰিচয়ৰ ক্ষেত্ৰত হীনমন্যতা আদিৰ বাবেই একালৰ গৌৰৱশালী শাসক জনগোষ্ঠী চুতীয়াসকলে সকলো দিশতে পিছপৰি থাকিবলগীয়া হৈছিল। দীর্ঘদিন ধৰি অব্যাহত থকা চুতীয়াসকলৰ এই পশ্চাদমুখী অৱস্থাৰ পৰা উদ্ধাৰ কৰি জাতিটোক উত্তৰণৰ বাটলৈ লৈ যোৱাৰ বাবে তাহানিৰ…

কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?

কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া এতিয়া চূড়ান্ত অস্বচ্ছ,…

আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায়

অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই এজিউৰে দিছিল উৎকোচ। এক মেগাৱট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত ২৫ লাখকৈ উৎকোচ এজিউৰৰ। এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অসম চৰকাৰৰ। তদন্ত হ’বনে কৃষকৰ মাটি কাঢ়ি ব্যৱসায় কৰা এজিউৰৰ দুৰ্নীতিৰ?

লোহা চোৰ দিলীপ গোৱেংকাৰে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ?

ফুটপাথৰ লোহা চোৰ কৰি দিলীপ গোৱেংকাৰ কোটি টকাৰ বেহা। লোহা চোৰ দিলীপ গোৱেংকাই কেনেকৈ পালে জাগীৰোডৰ যন্ত্ৰাংশ? লোহা চোৰ দিলীপ গোৱেংকাক কোনে দিলে পুৰণি গাড়ী স্ক্ৰেপ কৰাৰ ঠিকা? লোহা চোৰ দিলীপ গোৱেংকাক গ্ৰেপ্তাৰৰ সাহস হ’বনে অসম আৰক্ষীৰ?

মন্ত্ৰী পীযুষ হাজৰিকাই নোকোৱা কথাবোৰ কি?

জাগীৰোড কাগজ কল বন্ধ হোৱাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কেতবোৰ বিশেষ মন্তব্য কৰিছে ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে – আঢ়ৈ হাজাৰ টকাৰ বাঁহ ডাঙৰ কোম্পানীয়ে চাৰে চাৰি হাজাৰ টকাত যোগান ধৰিছিল কাগজ কলক ৷ কংগ্ৰেছ চৰকাৰে দিছিল এই সুবিধা ৷…

থলুৱা বিষয়াক বহিষ্কাৰ, বহিৰাগত বিষয়াক পুৰস্কাৰ! চাৰ্জশ্বীটেড আই পি এছ বিষয়াক দিছপুৰত সংস্থাপন

ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছৰে পৰা অসম আৰক্ষীৰ বিৰুদ্ধেই কঠোৰ হৈছে ৰাজ্যৰ গৃহ বিভাগ৷ ইজনৰ পাছত সিজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে, নিলম্বন কৰা হৈছে, বহিষ্কাৰ কৰা হৈছে৷ অভিযোগ লাভৰ পাছতেই অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা…

শিশু-খাদ্যৰ টকা কাঢ়িও ভৰাব লাগিব ৰাজকোষ! মধ্যাহ্ন ভোজনৰ টকা উভটাই ল’ব চৰকাৰে

হিতাধিকাৰী আঁচনিৰ নামত ৰাজকোষ উদং হোৱা ৰাজ্য চৰকাৰে এতিয়া মাহে মাহে ল’বলগীয়া হৈছে হাজাৰ কোটি টকা ঋণ। চৰকাৰখনৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় হৈছেগৈ যে বিভিন্ন বিভাগলৈ মুকলি কৰি দিয়া পুঁজিৰ অব্যৱহৃত অংশ এতিয়া ঘূৰাই দিবলৈ নিৰ্দেশ দিছে। তদুপৰি মধ্যাহ্ন ভোজনৰ…

১-২ বিঘা নহয়, ১২ হাজাৰ বিঘা ভূমিত বেদখল! ক্ষমতা যেতিয়া হৈ পৰে আলাদ্দিনৰ চাকি!

গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা পিআইএলত উত্তৰ কাছৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোচাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ৷ দেৱলাল গার্লোচাৰ বিৰুদ্ধে ৰাজীৱ লাংথাচা সহ তিনি ব্যক্তিয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজৰিত আবেদনত উন্মোচিত হৈছে ডিমা হাচাওত হাজাৰ হাজাৰ বিঘা বেদখলৰ বিস্ফোৰক…