শ্ৰেণী ৰাজ্য

নাৰী অধিকাৰ কৰ্মী তথা সমাজকৰ্মী জুনু বৰালৈ ৰাজাবালা দাস বঁটা

গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা, অসমৰ স্ত্ৰীশিক্ষাৰ পথিকৃত, স্বাধীনতা সংগ্ৰামী আৰু নাৰী স্বাধীনতা আন্দোলনৰ নেত্ৰী ৰাজবালা দাসৰ সোঁৱৰণত ১৩৩ সংখ্যক জন্মদিন উপলক্ষে ৮ মাৰ্চ আন্তজাৰ্তিক নাৰী দিৱসৰ দিনা নাৰী অধিকাৰ কৰ্মী, বিশিষ্ট লেখিকা, সমাজকৰ্মী জুনু বৰাক ৰাজবালা দাস ৰাষ্ট্ৰীয়…

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, ‘কীকী’ ৰ হাতলৈ ৩৬ কোটি

মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা মানেই জেপ গৰম 'কীকী' ৰ। ডেৰ বছৰত অস্থায়ী মঞ্চ -পেণ্ডেলত উৰুৱালে ১০০ কোটিৰো অধিক টকা। ঋণত পোত গৈছে চৰকাৰ, জেপ গধুৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ‘কীকী’ৰ। ডেৰ বছৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, 'কীকী' ৰ হাতলৈ ৩৬ কোটি।

মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি

বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।

কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?

হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই চিকিৎসাজগতত মানি চলিবলগীয়া নৈতিকতাৰ পাঠ হিচাপে গ্ৰহণ…

জুবিনে জাতিৰ বাবে কি কি কৰিলে ?

জুবিন গাৰ্গ৷ অসমৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বিতৰ্কিত ব্যক্তি৷ জীৱনকালত সীমাহীন জনপ্ৰিয়তা উপভোগ কৰিবলৈ পোৱা ব্যক্তিসকলৰ শীৰ্ষত নিঃসন্দেহে থাকিব জুবিন গাৰ্গ৷ জুবিন গাৰ্গ যিমান জনপ্ৰিয়, সিমানেই বিতৰ্কিতও৷ জুবিনৰ গানৰ বাবে এই বিতৰ্ক হোৱা নাই৷ গান গাই জুবিন কেতিয়াবা শাসকৰ ৰোষত…

পিকনিকৰো খবৰ ৰখা মুখ্যমন্ত্ৰীয়ে নাজানে কয়লা খনিৰ খবৰ

ডিমাহাছাওত অবৈধ কয়লাৰ খনিত আৱদ্ধ হৈ আছে ৯ গৰাকী শ্ৰমিক৷ অথচ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে-বি টি আৰ, ডিমাহাছাওত কি চলি আছে, তেওঁ নাজানে৷ এয়া এটা গোকাট মিছা কথাৰ বাহিৰে আন একো নহয়৷ ডিমাহাছাও যদিও ষষ্ঠ অনুসূচীৰ অন্তৰ্গত,…

ক্ষমা কৰিব মুখ্যমন্ত্ৰী মহোদয়…

ভাল কথা এইটোৱে যে অসমৰ ৰাজনীতিৰ প্ৰধান বিতৰ্কৰ বিষয় হৈ পৰিছে অসমৰ অৰ্থনীতি৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ সপক্ষে যি যুক্তি দাঙি ধৰিছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী দলসমূহে৷ নতুন বছৰৰ প্ৰথম দিনটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

অসমে কি শিকিব গোৱাৰ পৰা?

       লাখ লাখ দেশী- বিদেশী পৰ্যটকৰ বাবে গোৱা আছিল–এ পাৰফেক্ট হলীডে ডেষ্টিনেশ্যন৷ প্ৰতিটো হলীডে, প্ৰতিটো উইকএণ্ডত পৰ্যটকৰ ভিৰত গিজগিজাই আছিল গোৱাৰ পাব আৰু বিচ্ছ৷ পৰ্যটনৰ অপ্ৰতিৰোধ্য ৰাজকুমাৰ আছিল গোৱা৷ সেই ৰাজকুমাৰী আজি যেন পৰিণত হৈছে অৱহেলিত বৃদ্ধাত৷ এইবাৰ কোনো নাই…

অসম সুখীনে?

সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। -বলদেৱ মহন্তৰ এটা পুৰণি কবিতাৰ কেইটামান শাৰী মাত্ৰ এয়া৷ ৯০ দশকত ডাঙৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এই…