সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

মহিলা কেনেকৈ সৱল হ’ব ?

তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ (CSWSC), আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC) আৰু জানিত্ৰীৰ যুটীয়া উদ্যোগত মহিলা সৱলীকৰণৰ এক বৈঠক তথা কৰ্মশালাৰ আয়োজন হয় বিগত সোমবাৰে।তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ আলোচনা…

দীনদয়াল কলেজক লৈ টনাআঁজোৰা

পণ্ডিত দীনদয়াল উপাধ্যায় মডেল ডিগ্রী কলেজৰ স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদ। উত্তাল কাটলিছৰা সমষ্টিৰ অন্তৰ্গত মনিপুৰৰ ৰাজপথ।শিক্ষা প্ৰতিষ্ঠান স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদত নামি পৰিছে শ শ জনতা। উত্তাল কাটলিছৰা সমষ্টিৰ অন্তৰ্গত মনিপুৰৰ…

মাছত বিহ !

বৰপানী নদীত বিহ ঢালি মাছৰ নিধন ৷ দুষ্ট চক্ৰক আটক কৰাৰ দাবী ৷নগাওঁ জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী নদীত একাংশ দুষ্ট চক্ৰই নিশা গোপনভাবে বিহ ঢালি নানান প্ৰজাতি মাছ নিধন কৰাত অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।কাৰ্বি লাংপি…

ডবকা -যমুনামুখ পথ মেৰামতিৰ দাবী

ডবকা-যমুনামুখ সংযোগী গড়কাপ্তানি পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আজি তাৰ স্থানীয় জনতাই।বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানে পথছোৱাৰ বহু ঠাই উঠুৱাই নিয়াৰ ফলত পথচাৰীৰ লগতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগিবলগীয়া হৈছে ।ফলত আজি এইদৰে…

কঠীয়াতলীত ৰন্ধন প্ৰতিযোগিতা

কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত নিজকঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ ১১ খন বিদ্যালয়ৰ মাজত প্ৰধান মন্ত্ৰী পোষণ আঁচনিৰ অধীনত ৰন্ধন কৰ্মীৰ মাজত ৰন্ধন প্ৰতিযোগিতা। নগাঁও জিলাত সৰ্বপ্ৰথম নিজকঠীয়াতলী কেন্দ্ৰৰ লগতে খাগৰিজান শিক্ষা খণ্ডৰ এটা মণ্ডল সমল…

উচ্ছেদৰ তালিকা দীঘলীয়া,ক’ত হ’ব উচ্ছেদ?

শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে।শিলসাঁকো বিলৰ উচ্ছেদৰ প্ৰসংগত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘলৰ টুইটে লগাইছে হাহাকাৰ।শিলসাঁকো বিলত চলিব পুনৰ উচ্ছেদ'।শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব…

অসমৰ সাংসদক আক্ৰমণ ত্ৰিপুৰাত

নিৰ্বাচনৰ পাছত ত্ৰিপুৰাত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পৰ্যবেক্ষণৰ বাবে ত্ৰিপুৰাত কংগ্ৰেছৰ এটা দল উপস্থিত হৈছেগৈ ।কংগ্ৰেছ আৰু বাওঁ দলৰ সদস্যৰ এই গোটটো চেপাহীজালা জিলাত আক্ৰমণৰ সন্মুখীন হয়। আৰক্ষীয়ে এই আক্ৰমণ কোনো অচিনাক্ত দুৰ্বৃত্তই সংঘটিত…

মহিলাৰ টি ২০ শিৱসাগৰত

শিৱসাগৰত মহিলা টি২০ ক্ৰিকেট প্ৰতিযোগিতা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে।গ্ৰীফন ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত স্থানীয় দৰবাৰ খেলপথাৰত আজিৰে পৰা ১২ মাৰ্চলৈ 'গ্ৰীফন চেলেঞ্জ ট্ৰফী'আমন্ত্ৰণমূলক প্ৰাইজমণি মহিলা ক্ৰিকেট প্ৰতিযোগিতা…

গুৰুতৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে !

আৰক্ষী চকীৰ ভিতৰত অভিযুক্তক পাশবিক অত্যাচাৰৰ অভিযোগ।যোৰহাটৰ চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ দুজনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল । যোৰহাটৰ চিনামৰা এজন যুৱক নাম জুমন বৰা।যুৱক জনৰ বিৰূদ্ধে পূৰ্বে আছিল বহু অভিযোগ ।আলফাৰ…

হত্যাকাৰীক দিয়ক কঠোৰ শাস্তি

বঙাইগাঁও জিলাৰ যোগীঘোপাত তাৰিনী দাসৰ হত্যাকাৰী কৃষ্ণ শীলৰ কঠোৰ শাস্তিৰ দাবীত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।যোগীঘোপাৰ পালপাৰাস্থিত দৌলগোবিন্দ মন্দিৰৰ সন্মুখত শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে শুকুৰবাৰে।বঙাইগাঁও জিলাৰ যোগীঘোপাৰ…