Sankor Jyoti Baruah Arrest: দুলীয়াজানৰ ঘটনা, শংকৰজ্যোতিৰ গ্ৰেপ্তাৰ: কি প্ৰতিক্ৰিয়া অখিল গগৈ-ছাত্ৰ সন্থাৰ?
বিগত ৫-৬ দিন ধৰি দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত হোৱা দুটা পক্ষৰ সংঘাত আৰু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ (Sankor Jyoti Baruah arrest) কৰাৰ বিষয়টোৱে ৰাজ্যত তোলপাৰ লগাই আছে। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে বিভিন্ন জাতীয়-জনগোষ্ঠীয়…









