Browsing Category
ক্ৰীড়া
ৰবি শাস্ত্ৰীৰ বিদায় নিশ্চিত , কোন হ’ব নতুন প্ৰশিক্ষক ?
ভাৰতীয় ক্ৰিকেটৰ এটা ডাঙৰ খবৰ ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বিদায় আসন্ন হৈ পৰিছে ৷ অহা অক্টোবৰ – নবেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পাছতে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ সম্ভাৱণা প্ৰবল হৈ পৰিছে ৷ শাস্ত্ৰীৰ লগতে বলিঙ…
বিশ্বকাপ ক্ৰিকেটত জয়লাভ কৰা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ এতিয়া দৈনিক হাজিৰা কৰা শ্ৰমিক
ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াক ৰোধ কৰিবলৈ প্ৰযোজ্য কৰা লকডাউনৰ ফলত বহু লোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে৷ দেশত হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰাৰ উপৰি বহু হাজাৰ লোকে কৰ্মসংস্থাপন হেৰুৱাই দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে৷ ক্ৰমে ক্ৰমে দেশত…
কিয় চকুলো টুকি বাৰ্ছিলোনা এৰিলে মেছিয়ে ?
বিশ্ববিশ্ৰুত ফুটবলাৰ মেছিৰ চকুৰ চকুলোৱে দেওবাৰে তেওৰ অগণিত অনুৰাগীকো কন্দুৱাই গ’ল ৷আৰ্জেন্টিনাৰ ফুটবলাৰ গৰাকীয়ে স্পেনিছ ফুটবল ক্লাব বাৰ্ছিলোনাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত উচুপি উঠে ৷ দেওবাৰৰ দিনটোত এই দৃশ্য আছিল ফুটবলপ্ৰেমীসকলৰ বাবে হৃদয়…
এটা থ্ৰ’ত সকলো ভাৰতীয়ৰ হৃদয়ত স্থান পালে নীৰজে। ২৪ ঘন্টাত অনুৰাগীৰ সংখ্যা বৃদ্ধি পালে ২.২…
স্বৰ্ণ জয়ৰ পিছতেই নীৰজ চোপ্ৰাৰ ইষ্টাগ্ৰাম একাউন্টত অনুৰাগীৰ সংখ্যা হ'লগৈ ২.২ মিলিয়ন। ইয়াৰ পূৰ্বে তেওঁৰ অনুৰাগীৰ সংখ্যা আছিল ১০০ হাজাৰ। এই ঐতিহাসিক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰাক জানিবলৈ এতিয়া গোগুলত নিৰজ চোপ্ৰা নামৰ লৰাজনক খুঁচৰি…
অলিম্পিকত কোন ভাৰতীয়ই কৰিলে স্বৰ্ণজয় ?
টকিঅ’ত ভাৰতৰ স্বৰ্ণজয়ৰ সপোন অৱশেষত পূৰণ হ’ল ৷
জেভলিন থ্ৰোত ভাৰতৰ নীৰজ চোপ্ৰাই লাভ কৰে স্বৰ্ণ পদক ৷
টকিঅ’ অলিম্পিকত স্বৰ্ণপদক লাভ কৰা প্ৰথগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ ৷
ইয়াৰ পূৰ্বে আজি ৰেষ্টলিঙত বজৰং পুনিয়াই লাভ কৰিছিল ব্ৰঞ্জৰ পদক ৷…
অলিম্পিকত ভাৰতৰ আৰু এটা পদক লাভ
টকিঅ’ অলিম্পিকত ভাৰতে লাভ কৰিলে আৰু এটা পদক ৷
ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভ বজৰং পুনিয়াৰ ৷
কাজাখাস্তানৰ নিয়াজবেকুভকক ৮-০ পইন্টৰ ব্যৱধানত পৰাজিত কৰি বজৰঙৰ পদক লাভ ৷
দলিত খেলুৱৈৰ বাবে হকীত হাৰিল ভাৰত : কি প্ৰত্যুত্তৰ দিলে বন্দনাই ?
মানসিক সংকীৰ্ণতা আৰু জাতি-ধৰ্মৰ গোড়ামিয়ে একবিংশ শতিকাতো কিদৰে ভাৰতীয় সমাজক আচ্ছন্ন কৰি ৰাখিছে তাৰ প্ৰমান বাৰম্বাৰ পোহৰলৈ আহিছে ৷অলিম্পিকত পদক জয়ৰ পাছত ভাৰতীয় সমাজ ব্যস্ত হৈ পৰিছে লাভলীনা বৰগোহাঁই আৰু পি ভি সিন্ধুৰ ধৰ্ম – জাতিৰ অনুসন্ধান…
টকিঅ’ অলিম্পিক : ছেমিফাইনেলত পৰাজিত বজৰং পুনিয়া
ছেমিফাইনেলত পৰাজিত হ’ল ভাৰতীয় ৰেষ্টলাৰ বজৰং পুনিয়া ৷
হাজি অলিয়েভৰ বিৰুদ্ধে তেও ৫-১২ পইন্টৰ ব্যৱধানত পৰাজিত হয় ৷
ৰেষ্টলিঙৰ ৬৯ কেজি শাখাত তেও ব্ৰঞ্জৰ পদকৰ বাবে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব ৷
টকিঅ’ অলিম্পিক : খেলত হাৰিও হৃদয় জিনিলে ৰাণী বাহিনীয়ে
টকিঅ’ অলিম্পিকত চতুৰ্থ স্থানতে ক্ষান্ত থাকিল ভাৰতীয় মহিলা হকী দলটো ৷ শুকুৰবাৰে ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ভাৰত ৩-৪ গ’লৰ ব্যৱধানত পৰাজিত হয় ৷ ৰাণী ৰামপাল নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনত পৰাজিত হ’লেও জয় কৰি…
মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৰ অলিম্পিকত ৰূপৰ পদক জয়
মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৱে অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ইয়াৰ লগে লগে টকিঅ’ অলোম্পিকত ভাৰতে পদকৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিলে ৷ভাৰত্তোলনৰ ৪৯ কে জি শাখাত তেও এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ৷ ২০০০ চনত ছিডনী…