Browsing Category
বজাৰ
পূৰ্বে মধ্যবিত্তই কেইবাৰ গৈছিল ৰেষ্টুৰেণ্টলৈ?
দুবছৰত খাদ্য তেলৰ দাম দুগুণ বৃদ্ধি পালে।ষ্টেশ্যনেৰী সামগ্ৰীৰ দাম দাম বৃদ্ধি পালে দেৰগুণ।টিভিত ৬০ শতাংশ,মোবাইল ৰিচার্জত ৫০ শতাংশ মূল্য বৃদ্ধি পালে যোৱা দুটা বছৰত।কোভিড মহামাৰীৰ পাছত সমগ্ৰ পৃথিৱীতে এতিয়া মূল্য বৃদ্ধিয়ে পাইছেগৈ চৰম…
মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?
মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে এক ভয়াৱহ পৰিস্থিতিত জনতা…
এয়া স্বাধীন দেশৰ চৰকাৰ নে ব্ৰিটিছ শাসক?
এক এপ্ৰিলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বাবে লৈ আহিব ভাল দিন আৰু আশাৰ বতৰা।এপ্ৰিল ফুল বুলি ভুল নকৰিব।এয়া সঁচা কথা।মাজত মাথোঁ এটা দিন বাকী।এক এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব…
৪১০ টকীয়া গেছ ছিলিণ্ডাৰ কিয় ১০০০ টকীয়া হ’ল?
মোডী শাসনলৈ অহাৰ পূৰ্বে এটা ঘৰুৱা ছিলিণ্ডাৰৰ মূল্য আছিল ৪১০ টকা। এতিয়া কিয় হ'লগৈ ১০০০ টকা? ৫০ টকা দাম বৃদ্ধি হওঁতে স্মৃতি ইৰাণীয়ে লিখিছিল "কেনে লজ্জাজনক কথা এয়া?" দ্য ক্ৰছ কাৰেন্ট টেক----
…
শ্বেয়াৰ বজাৰত বৃহৎ লোকচান ফেচবুক (মেটা)
বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুক (মেটা)। মাৰ্ক জোকাৰবাৰ্গৰ সম্পত্তিৰ ২৪ বিলিয়ন ডলাৰ লোকচান শ্বেয়াৰ বজাৰত। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। ২০০৪ চনৰ পৰা বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ লোকচান।…
এই বৰ্ষত মুকলি হ’ব ডিজিটেল মুদ্ৰা
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনৰ সদ্যঘোষিত বিত্তীয় বাজেটত উল্লেখ কৰা এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল যে ব্লকচেইনৰ লগতে আন আন প্ৰযুক্তিৰ সহায়েৰে চলিত বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিব ডিজিটেল মুদ্ৰা । আশা কৰা হৈছে এই পদক্ষেপে দেশৰ…
বাজেটত কি কি বস্তুৰ দাম হ্ৰাস পালে আৰু কি কি দাম বৃদ্ধি পালে-
বাজেটত কি কি বস্তুৰ দাম কমিব-
*দাম কমিব মোবাইল ফোনৰ
*কাপোৰৰ লগতে কেইবাটাও সামগ্রীৰ দাম হ্ৰাস হ'ব
*চাৰ্জাৰ, জোতাৰো হ্ৰাস হ'ব দাম
*চামৰা সামগ্রী, বিদেশৰ পৰা অহা মেচিনৰো দাম শীঘ্রই হ্ৰাস হ'ব
*হ্ৰাস হ'ব খেতিৰ সা-সঁজুলিৰ দাম
*স্টিলৰ…
ৰকেট বিজ্ঞানী এছ সোমনাথক ‘ইছৰো’ৰ অধ্যক্ষ হিচাপে নিযুক্তি
বিশিষ্ট ৰকেট বিজ্ঞানী এছ সোমনাথক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ হিচাপে নিযুক্তি। লগতে মহাকাশ সচিব হিচাপেও নিযুক্তি দিয়া হৈছে এছ সোমনাথক। কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশত এছ সোমনাথক নিযুক্তি। বৰ্তমান বিক্ৰম চাৰাভাই মহাকাশ…
কালিলৈ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাপাব বিশুদ্ধ পেট্ৰল
১০ জানুৱাৰীৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে নাপাব বিশুদ্ধ পেট্ৰল। কিয়নো অসম তথা উত্তৰ-পূবত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ইথানলৰ মাত্ৰা। অসমত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ১০ শতাংশ ইথানল। ইথানলৰ মাত্ৰা বৃদ্ধি পোৱা পাছত পেট্ৰল দেশৰ…
কৃষকৰ বাবে সুখবৰঃ পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ গোৱালপাৰাৰ কলৰ বজাৰ
দেশৰ জনতা আৰু অৰ্থনৈতিক পৰিকাঠামোক ক'ভিডে মাধমাৰ সোধাই থকাৰ মাজতে কৃষক সকলৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ মুকলি হ'ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰিৰ এই বজাৰখনৰ কলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা ।উল্লেখ্য যে বজাৰখন ক'ভিডৰ…