Category বজাৰ

শ্বেয়াৰ বজাৰত বৃহৎ লোকচান ফেচবুক (মেটা)

বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুক (মেটা)। মাৰ্ক জোকাৰবাৰ্গৰ সম্পত্তিৰ ২৪ বিলিয়ন ডলাৰ লোকচান শ্বেয়াৰ বজাৰত। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। ২০০৪ চনৰ পৰা বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ লোকচান। ফেচবুকৰ ইতিহাসত প্ৰথমবাৰলৈ হ্ৰাস পাইছে ব্যৱহাৰকাৰীৰ…

এই বৰ্ষত মুকলি হ’ব ডিজিটেল মুদ্ৰা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনৰ সদ্যঘোষিত বিত্তীয় বাজেটত উল্লেখ কৰা এটা গুৰুত্বপূৰ্ণ খবৰ হ’ল যে ব্লকচেইনৰ লগতে আন আন প্ৰযুক্তিৰ সহায়েৰে চলিত বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিব ডিজিটেল মুদ্ৰা । আশা কৰা হৈছে এই পদক্ষেপে দেশৰ অৰ্থনীতিৰ উন্নয়নত যথেষ্ট…

বাজেটত কি কি বস্তুৰ দাম হ্ৰাস পালে আৰু কি কি দাম বৃদ্ধি পালে-

বাজেটত কি কি বস্তুৰ দাম কমিব- *দাম কমিব মোবাইল ফোনৰ *কাপোৰৰ লগতে কেইবাটাও সামগ্রীৰ দাম হ্ৰাস হ’ব *চাৰ্জাৰ, জোতাৰো হ্ৰাস হ’ব দাম *চামৰা সামগ্রী, বিদেশৰ পৰা অহা মেচিনৰো দাম শীঘ্রই হ্ৰাস হ’ব *হ্ৰাস হ’ব খেতিৰ সা-সঁজুলিৰ দাম *স্টিলৰ সামগ্রীৰ দামো…

ৰকেট বিজ্ঞানী এছ সোমনাথক ‘ইছৰো’ৰ অধ্যক্ষ হিচাপে নিযুক্তি

বিশিষ্ট ৰকেট বিজ্ঞানী এছ সোমনাথক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ হিচাপে নিযুক্তি। লগতে মহাকাশ সচিব হিচাপেও নিযুক্তি দিয়া হৈছে এছ সোমনাথক। কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশত এছ সোমনাথক নিযুক্তি।  বৰ্তমান বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰৰ(ভিএছএছচি) সঞ্চালক হিচাপে কৰ্মৰত  সোমনাথ। শুক্ৰবাৰে ইছৰো…

কালিলৈ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাপাব বিশুদ্ধ পেট্ৰল

১০ জানুৱাৰীৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে নাপাব বিশুদ্ধ পেট্ৰল। কিয়নো অসম তথা উত্তৰ-পূবত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ইথানলৰ মাত্ৰা। অসমত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ১০ শতাংশ ইথানল।  ইথানলৰ মাত্ৰা বৃদ্ধি পোৱা পাছত পেট্ৰল দেশৰ ভিতৰত প্ৰথম উত্তৰ-পূৰ্বাঞ্চলতে…

কৃষকৰ বাবে সুখবৰঃ পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ গোৱালপাৰাৰ কলৰ বজাৰ

দেশৰ জনতা আৰু অৰ্থনৈতিক পৰিকাঠামোক ক’ভিডে মাধমাৰ সোধাই থকাৰ মাজতে কৃষক সকলৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰিৰ এই বজাৰখনৰ কলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা ।উল্লেখ্য যে বজাৰখন ক’ভিডৰ বাবে প্ৰায় দুটা…

পুনৰ বৃদ্ধি হ’ল LPG চিলিণ্ডাৰৰ মূল্য

দেশত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে LPG চিলিণ্ডাৰ আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্য। জনতাক মাধমাৰ শোধাই এইবাৰ আকৌ ঘৰুৱা ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ মূল্য ২৫ বৃদ্ধি কৰা হৈছে। তেল কোম্পানীবোৰে শেষবাৰৰ বাবে ১৭ আগষ্টত ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰিছিল। শেহতীয়া বৃদ্ধিৰ পিছত ৰাষ্ট্ৰীয়…

আজি বজাৰলৈ আহিল জিওমিৰ এইটো নতুন স্মাৰ্টফোন

দেশত লকডাউন শিথিল হোৱাৰ লগে লগে জিওমিয়ে আজিৰে পৰা আৰম্ভ কৰিব লৈছে স্মাৰ্টফোনৰ বিক্ৰী৷আজি দুপৰীয়া ১২ বজাৰ লগে লগে কোম্পেনীটোৱে বজাৰত মুকলি কৰি দিয়ে Redmi Note 9 Pro নামৰ নতুন স্মাৰ্টফোনটো৷অৱশ্যে দেশৰ কেৱল অৰেঞ্জ আৰু গ্ৰীণ জ’নতহে এই নতুন স্মাৰ্ট…