সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজিৰে পৰা কি কি সামগ্ৰী আৰু সেৱাত ঘটিল মূল্যবৃদ্ধি ?

কি কি সামগ্রীত প্ৰথমবাৰৰ বাবে আৰোপ কৰা হৈছে GST-
●দৈ,লাচী,মাখন -৫% জি এছ টি
●পনীৰ -৫% জি এছ টি
●সকলো প্ৰকাৰৰ গুৰ -৫% জি এছ টি
●চেনী -৫% জি এছ টি
●মৌ -৫% জি এছ টি
●নাৰিকলৰ পানী -12% জি এছ টি
●আটা -৫% জি এছ টি
কি কি দ্ৰব্য-সেৱাত বৃদ্ধি কৰা হ’ল GST নিৰিখ-
●হাস্পতালৰ ৫০০০ টকাতকৈ অধিক মূল্যৰ কোঠাত -৫% জি এছ টি বৃদ্ধি
●১০০০ টকাৰ উৰ্ধৰ হোটেল কোঠাত -১২% জি এছ টি বৃদ্ধি
কি কি সামগ্রীৰ ক্ষেত্ৰত GST নিৰিখ বৃদ্ধি পালে ১২% ৰ পৰা ১৮% লৈ।
●LED বাল্ব, LED লেম্প, চুৰি, ব্লেড,কাগজ কাটাৰ,পেঞ্চিল কাটাৰ,চামুচ,কেঁচি ইত্যাদি।

Leave A Reply

Your email address will not be published.