সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এয়া স্বাধীন দেশৰ চৰকাৰ নে ব্ৰিটিছ শাসক?

এক এপ্ৰিলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বাবে লৈ আহিব ভাল দিন আৰু আশাৰ বতৰা।এপ্ৰিল ফুল বুলি ভুল নকৰিব।এয়া সঁচা কথা।মাজত মাথোঁ এটা দিন বাকী।এক এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আশাৰ বতৰা হিচাপে আপোনালৈ আনিবলৈ গৈ আছে ৫ শতাংশ টোল টেক্স বৃদ্ধি,প্ৰতি ইউনিট বিদ্যুতৰ ৫৯ পইচাকৈ মাচুল বৃদ্ধি,৮৫০ বিধ অত্যাৱশ্যকীয় দৰবৰ ১১ শতাংশকৈ মূল্য বৃদ্ধি,আৰু পেট্ৰল ডিজেল শাক পাচলিৰ অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি।

 

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu Twitter: https://twitter.com/CurrentCross

- Donation -

Leave A Reply

Your email address will not be published.