Browsing Category
ৰাজনীতি
‘ভীষ্ম প্ৰতিজ্ঞা’ বিহাৰৰ মুখ্যমন্ত্ৰীৰ
'ভীষ্ম প্ৰতিজ্ঞা' বিহাৰৰ মুখ্যমন্ত্ৰীৰ । কি এই 'ভীষ্ম প্ৰতিজ্ঞা'?
দেহত শেষ বিন্দু তেজ থকালৈকে বিজেপিৰ লগত মিত্ৰতা নকৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ।প্ৰায় এটা বছৰ মিত্ৰতাত থকাৰ পিছত যেন বৌদ্ধজ্ঞানহে পালে নীতিশ কুমাৰে।“বিজেপিয়ে যেনে…
দুৰ্নীতিৰ দস্তাবেজ জ্বলালে বিজেপিয়ে !
গুজৰাট সচিবালয়ত অগ্নিকাণ্ড,জ্বলিল কেৱল ফাইল । ২৭ বছৰীয়া দুৰ্নীতিৰ দস্তাবেজ জাহ গ’ল নেকি জুইত?
সচিবালয়ৰ অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে কংগ্ৰেছে । গুজৰাটৰ সচিবালয়ৰ সমাজ কল্যাণ বিভাগত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত কোনো…
বিজেপিৰ ৬ মহলীয়া কাৰ্যালয়ৰ মাটিৰ A to Z
ভাঙি দিয়া হ’ব বিজেপিৰ নৱনিৰ্মিত বশিষ্ঠৰ কাৰ্যালয় ৷ ছয় মহলীয়া বিজেপিৰ কাৰ্যালয়ৰ ভূমিত স্থাপন হ’ব গৱেষণা কেন্দ্ৰ ৷-প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই ঘোষণাৰ পাছতে অস্বস্তিত পৰিল শাসকীয় দল বিজেপি ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি…
হয় ‘ঝুমলা’ নহয় ‘হামলা’ -প্ৰধানমন্ত্ৰীৰ ‘ডাবল ইঞ্জিন’ প্ৰকৃততে…
ডাবল ইঞ্জিন মানে হয় 'ঝুমলা',নহয় 'হামলা'
ইডি,চিবিআই - কেন্দ্ৰৰ 'চিকাৰী কুকুৰ'
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায়েই 'ডাবল ইঞ্জিন'ৰ চৰকাৰৰ কথা কয় !এই 'ডাবল ইঞ্জিন’ৰ ভেদ ভাঙিছে তেলেংগানাৰ এগৰাকী মন্ত্ৰীয়ে ৷ 'ডাবল ইঞ্জিন'ৰ কথা অৱশ্যে…
বিজেপিয়েই গিলিলে নেকি শিৱসেনাক ?
ধনু-কাঁড় বাদ, টৰ্চ লৈ সাজু থাকৰেপন্থী
বিজেপিয়েই গিলিলে নেকি শিৱসেনাক?
কোনেও নাপালে পুৰণি নাম-চিহ্ন
শিৱসেনা নামটোক লৈ চলি থকা খাম খেয়ালিৰ ইতিমধ্যে অন্ত পৰিছে ৷
উদ্ধৱ থাকৰে গোটটো এতিয়াৰে পৰা শিৱসেনা উদ্ধৱ বালাচাহেব থাকৰে আৰু সিন্দে…
নৰেন্দ্ৰ মোডীৰ প্ৰতি ‘মুলায়েম’ আছিল যাদৱ
নৰেন্দ্ৰ মোডীৰ প্ৰতি 'মুলায়েম' আছিল যাদৱ
প্ৰধানমন্ত্ৰী মোডীৰ অনুগত আছিল মুলায়েম সিং
'সবকা চাথ সবকা বিকাশ' নীতিৰ সমৰ্থক মুলায়েম সিং
বিজেপি বিৰোধী পুত্ৰক সমৰ্থন কৰিছিল নে পিতৃয়ে?
প্ৰধানমন্ত্ৰী হিচাপে মোডীক দ্বিতীয় বাৰৰ বাবে বিচাৰিছিল…
কুস্তিৰ পৰা ৰাজনীতিলৈ : নেতাজীৰ যাত্ৰাৰ সামৰণি
কুস্তিৰ পৰা ৰাজনীতিলৈ : নেতাজীৰ যাত্ৰাৰ সামৰণি
সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মূলায়ম সিঙ যাদৱে সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ লগে লগে অন্ত পৰিল ভাৰতীয় ৰাজনীতিৰ এক বৰ্ণাঢ্য অধ্যায়ৰ ৷ কুস্তিৰ পৰা ৰাজনীতিলৈ , কমণ্ডলৰ পৰা মণ্ডলৰ…
সঁচাই ধৰ্মনিৰপেক্ষ নে ভাৰত, উদ্বিগ্ন বিশ্ব পাকিস্তান-আফগানিস্তানৰ লগত একে তালিকাত ভাৰতৰ নাম !
সঁচাই ধৰ্মনিৰপেক্ষ নে ভাৰত, উদ্বিগ্ন বিশ্ব
পাকিস্তান-আফগানিস্তানৰ লগত একে তালিকাত ভাৰতৰ নাম ! জুই-পানী নিষিদ্ধ কৰক মুছলমানক !
মাছ-মাংস নিকিনিব,শাক পাচলি নিকিনিব৷
বিজেপি সাংসদ পাৰভেজ চাহিব সিং বাৰ্মাই মুছলমানক সম্পূৰ্ণভাৱে ত্যাগ কৰিবলৈ…
মমতাৰ প্ৰতি ‘মমতা’ কমিছে বংগবাসীৰ?
নন্দীগ্ৰামত মমতাৰ মুখথেকেঁচা
ভেকুটীয়া সমবায় কৃষি সমিতিৰ ১২টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল দেওবাৰে
এই ১২ টা পদৰ ১১ টা পদতেই জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে৷
ভেকুটীয়া সমবায় নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ অধীন
এই নন্দীগ্ৰাম এসময়ত…
১০০ মিটাৰ গৈয়ে থমকিল অখিলেশ
উত্তৰ প্ৰদেশ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত সমাজবাদী দলে লৈছে বিধান ভৱনলৈ প্ৰতিবাদী যাত্ৰাৰ কাৰ্যসূচী৷
সোমবাৰে সমাজবাদী নেতা অখিলেশ যাদৱৰ নেতৃত্বত এই প্ৰতিবাদী যাত্ৰা উলিওৱা হয়৷
সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনৰ…