সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

সত্যেন্দ্ৰ জৈনে ১০ কোটি লোৱাৰ অভিযোগ সঁচা নেকি?

ধন সৰবৰাহৰ গোচৰত অভিযুক্ত হৈ তিহাৰ জে'লত থকা দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টী চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ।কনমেন সুকেশ চন্দ্ৰশেখৰৰ পৰা মন্ত্ৰী গৰাকীয়ে 'ছিকিউৰিটি…

‘এক হওক নগা !’

নগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে নগা সমস্যা সমাধানৰ বাবে সকলো নগাকে একেলগ হ’বলৈ আহ্বান জনাইছে।সোমাবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নগা লোক সকললৈ এই আহ্বান জনায়।বৰ্তমান ইউনাইটেড ডেম’ক্ৰেটিক এলায়েন্সৰ…

লুলা দা ছিলভা ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি

লুলা দা ছিলভা ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ছিলভাক অভিনন্দন জনাই টুইটত লিখিছে “ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে আপোনাক অভিনন্দন। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অটুত আৰু অধিক…

লীজ ট্ৰাছৰ ফোন হেক

লীজ ট্ৰাছৰ ফোন হেক কৰিলে কোনে? হেকাৰৰ নাম শুনিলেই কঁপি উঠিব আপুনি৷ বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ফোন হেক কৰা মানুহজন বিশ্বৰ অন্যতম শক্তিশালী নেতা৷ হয়,তেওঁ আন কোনো নহয়,ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৰিলে হেক৷ পুটিনৰ গোপন এজেণ্টে বৃটেইনৰ…

আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব গুজৰাটত?

গুজৰাটৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই সিন্ধান্ত ল’ব ৰাজ্যখনৰ জনতাই। আপ জয়ী হ’লে কোন হ’ব গুজৰাটৰ মুখ্যমন্ত্ৰী?অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীক পচন্দ কৰাৰ দায়িত্ব দিছে গুজৰাটৰ জনতাক।এক সংবাদমেল সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে আজি এই অভিযানৰ শুভাৰম্ভ…

অমিত শ্বাহ হ’ব নেকি গুজৰাটৰ মুখ্যমন্ত্ৰী?

দেৱালীৰ পিছতে ঘোষণা হ’ব গুজৰাট বিধানসভাৰ দিন।কিন্তু দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কোনো সঠিক তথা বলিষ্ঠ সিন্ধান্তত উপনীত হ’ব পৰা নাই বিজেপি দল।ইতিমধ্যে গৃহমন্ত্ৰীৰ অমিত শ্বাহে গুজৰাটত কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰচাৰ অভিযান অব্যাহত…

ৰাজ্যপালৰ নিৰ্দেশ -পদত্যাগ কৰক উপাচাৰ্যই

উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ । ৯ জনকৈ উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ ৰাজ্যপালৰ ।কেৰালাৰ ৰাজ্যপালে দিছে এই নিৰ্দেশ । উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পিছতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে এই নিৰ্দেশ দিয়ে । সোমবাৰে ১১বজাৰ ভিতৰত ৯ খন বিশ্ববিদ্যালয়ৰ…

কপাল ফুলিব ঋষি ছুনাকৰ !

প্ৰধানমন্ত্ৰীৰ দৌৰত নাই জনছন । হাৰি হাৰিও জিকি গ’ল ছুনাক। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক।ছুনাকে ১৪২ জন সদস্যৰ সমৰ্থন লাভ কৰিছে ।লিজ ট্ৰাছৰ হাতত ৪৪ দিন আগতে পৰাজিত হোৱা ছুনাক সোমবাৰৰ দিনটোতেই প্ৰধানমন্ত্ৰী হোৱাৰ আশা প্ৰৱল। “ মই আমাৰ…

এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কান্দিছে,কিন্তু কিয়?

হিমাচল বিজেপিত তীব্ৰ অসন্তুষ্টি কাৰণ দুজনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী উপেক্ষিত হৈছে এইবাৰৰ নিৰ্বাচনত।দলীয় টিকেটৰ পৰা বঞ্চিত বহুতেই। নিৰ্দলীয় হিচাপে প্ৰতিন্দন্দ্বিতা আগবঢ়াব এইবাৰ নিৰ্বাচনত। নেতৃত্বৰ আঙুলিৰ ঠাঁৰত নচা কেন্দ্ৰীয় মন্ত্ৰীয়ে সৰু…

মূৰ্খৰ বাবে বেলেগ গাওঁ নাথাকে,গাঁৱতেই মূৰ্খ থাকে

মূৰ্খৰ বাবে বেলেগ গাওঁ নাথাকে,গাঁৱতেই মূৰ্খ থাকে । কিয় ক’লে কানহায়া কুমাৰে? মন কী বাত' শুনোৱা নহয় মনৰ কথা শুনাহে লক্ষ্য 'ভাৰত জোড়ো'ৰ । 'ভাৰত জোড়ো যাত্ৰাৰ উদ্দেশ্য হ’ল দেশৰ জনতাৰ মনৰ কথা শুনা,দেশৰ জনতাক মনৰ কথা শুনোৱাটো নহয় ।' 'বিজেপিয়ে…