সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

খাল খান্দি ঘৰিয়াল পোহা বিজেপিৰ পদে পদে বিপদ !

বিজেপি নেতাই কিমান মিছা কথা কয়? বিজেপি নেতাই কিমান মনে সজা কথা কয়? বিজেপি নেতা মানেই ,নাকটো চুলেই বুধি! কথাই প্ৰতি ফাঁকি দি ধৰা পৰিলেও লাজ নাপায় বিজেপি নেতাই।খাল খান্দি ঘৰিয়াল পুহি বাৰে বাৰে বিপদত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।সেয়া…

ধুবুৰীলৈ ‘নাযায়’ ৰকিবুল হুছেইন !

নগাঁৱত জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অলপতে এক সংবাদমেল সম্বোধন কৰে। 'ভাৰত জোড়ো যাত্ৰা' সন্দৰ্ভত নগাঁৱৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ। সংবাদমেলত ৰকিবুল হুছেইনক সংগ দিলে বিধায়ক নুৰুল হুদা,বিধায়িকা শিৱামণি…

ৰাম নাম ‘অসত্য’ হ্যে !

ৰামৰ নামেই ২৪ ' ৰ মূল অস্ত্ৰ বিজেপিৰ । ৰামতেই আৰম্ভ কৰি ৰামতেই শেষ কৰিব নিৰ্বাচনী প্ৰচাৰ। ৰামৰ নামেই সাৰ হ’ব প্ৰধানমন্ত্ৰী মোডীৰ। ৰামৰ নামৰ লগত সাঙোৰ খাইছে অসত্য কথা। হয়,ৰাম নাম সত্য হয় বুলি দি অহা ধ্বনি যেন মোডী চৰকাৰৰ দিনতে 'অসত্য' হ’বলৈ…

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

বিজেপিয়ে বিৰোধী বিধায়কক ক্ৰয় কৰি গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ সততেই উত্থাপিত হয়। কিন্তু এইবাৰ বিজেপিয়ে এই অভিযোগ তুলিছে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিৰুদ্ধে। তেলেংগানা বিজেপিৰ সভাপতি এটেলা ৰাজেন্দৰে এই অভিযোগ তুলিছে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ…

বিজেপি ত্যাগ প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠৰ

বিজেপিত পদত্যাগৰ ধুম। ইজনৰ পিছত সিজন নেতাই Bye bye দিছে বিজেপিক।এইবাৰ বিজেপি এৰিলে প্ৰাক্তন মন্ত্ৰীয়ে। যিমানেই বিধানসভাৰ নিৰ্বাচনৰ দিন ওচৰ চাপিছে সিমানেই যেন বিজেপিক বিপদে হেঁচা মাৰি ধৰিছে।এফালে যদি প্ৰধানমন্ত্ৰীয়ে বাঃ বাঃ ল’বলৈ আৰম্ভ কৰা…

বিজেপিৰ বিধায়কৰ বিধায়ক পদ খাৰিজ

সংঘৰ্ষত উচতনি দিয়াৰ অপৰাধত বিধায়ক পদ খাৰিজ এগৰাকী বিধায়কৰ । কোন এইগৰাকী বিধায়ক? উত্তৰ প্ৰদেশৰ বিধায়ক জনৰ নাম বিক্ৰম ছৈনী। মুজাফৰনগৰ জিলাৰ কৱাল গাঁৱত গৌৰৱ আৰু শচীনৰ হত্যাৰ পিছত ২০১৩ চনৰ ২৭ আগষ্টত আৰক্ষীয়ে বিজেপিৰ বিধায়ক বিক্ৰম ছৈনীকে ধৰি মুঠ…

সমৰ্থন হেৰুওৱা বিজেপিৰ সাৰথি CBI আৰু ED

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ শূণ্য সহনশীলতাৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ কথা ঘোষণা কৰিছে। তদন্তকাৰী সংস্থাক তেওঁলোকৰ দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। কেন্দ্ৰীয় তদন্তকাৰী…

গাদভী কিয় গুজৰাটীৰ প্ৰথম পচন্দ?

গুজৰাটত আম আদমী পাৰ্টিৰ বহুপ্ৰত্যশিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম শুকুৰবাৰে ঘোষণা কৰে দলটোৱে।মুখ্যমন্ত্ৰী পদৰ বাবে কাক উপযুক্ত বুলি ভাৱে তাৰ উত্তৰ গুজৰাটৰ জনতাৰ পৰাই বিচাৰিছিল আম আদমি পাৰ্টিয়ে। তাৰবাবে এটা মেইল আইডি,এটা ফোন নম্বৰৰ জৰিয়তে…

মানুহহে আছে বাংলাদেশত,সংখ্যালঘু নাই !

'প্ৰতিগৰাকী ব্যক্তিয়েই বাংলাদেশৰ ভূমিপুত্ৰ।সংবিধান মতে সকলোৰে সমান অধিকাৰ বাংলাদেশত'-এনেদৰে মন্তব্য কৰে দেশখনৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী হাছান মাহমুদে।২৪ ঘণ্টাৰ কাৰ্যসূচী লৈ ভাৰত ভ্ৰমণলৈ অহা মাহমুদে সাংবাদিকক কয় “ আমি বিশ্বাস কৰোঁ যে আমাৰ…

‘নাৰী’,’জোতা’, ‘টী শ্বাৰ্ট’ আৰু ‘ভাৰত জোড়ো’

'ভাৰত জোড়ো' যাত্ৰা’ত কোন নাৰীৰ লগত ঘনিষ্ঠতা বাঢ়িল ৰাহুল গান্ধীৰ? কিমান দামী টী শ্বাৰ্ট পিন্ধিছে ৰাহুল গান্ধীয়ে?যাত্ৰাত ৰাহুল গান্ধীয়ে পিন্ধা জোতাৰ দাম কিমান? কি কন্টেইনাৰ ব্যৱহাৰ কৰিছে ৰাহুল গান্ধীয়ে? যাত্ৰাত ছানস্ক্ৰীন লগাইছে নে ৰাহুল…