সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

গাডভীৰ কি হ’ব?

বিধায়ক হোৱাটো সহজ নহ’ব ইছুডন গাডভীৰ? ৫০ বছৰ ধৰি আন কোনো সোমাব পৰা নাই সমষ্টিটোত! অহিৰৰ মন জয় কৰিব পাৰিবনে আপৰ প্ৰাৰ্থী গৰাকীয়ে? ইছুডন গাডভী ! হয়,এসময়ৰ সাংবাদিক আৰু বৰ্তমান গুজৰাটৰ আপৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী গাডভীৰ কথাই ক’ব বিচৰা…

বিজেপিয়ে সফলতাৰে চলোৱা উদ্যোগ হ’ল হোৱাটচএপ

ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী শেষ,কিন্তু বিজেপিৰ আছে এক ডাঙৰ উদ্যোগ বিজেপিৰ এই বৃহৎ উদ্যোগটো কি? বিজেপি চৰকাৰে দেশৰ প্ৰায়বোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ ধ্বংস কৰিলে,সেয়ে বিৰোধীয়ে প্ৰায়েই সমালোচনা কৰে দলটোক৷কিন্তু বিজেপিৰ আছে এক নিজাববীয়া উদ্যোগ !কি…

কাৰ পাল্লা কিমান ভাৰী হিমাচলত?

শনিবাৰে হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। মুঠ ৬৮ খন আসনৰ বাবে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব। হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ বহুত আগৰে পৰাই বিজেপি দলে তাত বিভিন্ন সভা -সমিতি-শোভাযাত্ৰা আদি অনুষ্ঠিত কৰি…

সংগীহীনতাই হ’ব নেকি থাকৰেৰ সংগী ?

জে'লৰ পৰা ওলায়েই সুৰ সলাইছে সাংসদ সঞ্জয় ৰাৱটে। একনাথ সিন্দে-দেৱেন্দ্ৰ ফাৰ্ণাভিছ চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাৱট ।উল্লেখ্য যে মোডী চৰকাৰৰ বিৰুদ্ধে পূৰ্বে সততে আক্ৰমণাত্মক আছিল সঞ্জয় ৰাৱট।জে'লৰ পৰা ওলায়েই মোডী-অমিত শ্বাহক সাক্ষাতৰ ইচ্ছা…

নতুন পেঞ্চন আঁচনিৰ বিৰোধিতা আপৰ

দেশত প্ৰবৰ্তিত হৈ থকা নতুন পেঞ্চন আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমী পাৰ্টিয়ে। পুৰণা পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী জনাইছে আম আদমী পাৰ্টিয়ে। কৰ্মচাৰী সকলৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক তিনিমাহৰ সময়সীমা বান্ধি দিছে…

গুৰুত্বই নিদিলে প্ৰধানমন্ত্ৰীৰ কথা !

কৃপাল পাৰমাৰক মনত আছে নে?সেই যে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত নুঠিবলৈ কোৱা বিজেপি নেতাজন... কি সিন্ধান্ত ল’লে পাৰমাৰে? উঠিলেনে নিৰ্বাচনত ? শুনিলে নে প্ৰধানমন্ত্ৰীৰ কথা?নাই,নুশুনিলে, পাৰমাৰে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব ।নিৰ্বাচনত উঠিব বুলি…

ভয়ংকৰ তথ্য প্ৰকাশ RBI ৰ !

RBI ৰ তথ্যই মুখত ছাই সানিলে প্ৰধানমন্ত্ৰীৰ ।বিমুদ্ৰাকৰণৰ পিছত কিমান সফল হ’ল নৰেন্দ্ৰ মোডী? নগদ ধনৰ লেনদেন বন্ধ কৰাই আছিল মোডীৰ লক্ষ্য। কিন্তু কিমান সফল হ’ল চৰকাৰ?শেহতীয়া RBI ৰ তথ্যই চকু কপালত তুলিব আপোনাৰ।২০২২চনৰ ২১অক্টোবৰত RBI এ প্ৰকাশ কৰা…

পুনৰ সংকটত সিন্দে !

একনাথ সিন্দেক মনত আছে নে? হয়,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ কথাই ক’ব বিচৰা হৈছে। গুৱাহাটীত থাকি চৰকাৰ গঠনৰ কুচকাৱাজ চলাই সফল হোৱা সিন্দে পুনৰ গুৱাহাটীলৈ আহিব । কিন্তু কিয়?বিপদৰ সময়ত কামাখ্যা মন্দিৰলৈ মনত পৰে সিন্দেৰ । এইবাৰো সিন্দেক…

খাল খান্দি ঘৰিয়াল পোহা বিজেপিৰ পদে পদে বিপদ !

বিজেপি নেতাই কিমান মিছা কথা কয়? বিজেপি নেতাই কিমান মনে সজা কথা কয়? বিজেপি নেতা মানেই ,নাকটো চুলেই বুধি! কথাই প্ৰতি ফাঁকি দি ধৰা পৰিলেও লাজ নাপায় বিজেপি নেতাই।খাল খান্দি ঘৰিয়াল পুহি বাৰে বাৰে বিপদত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।সেয়া…

ধুবুৰীলৈ ‘নাযায়’ ৰকিবুল হুছেইন !

নগাঁৱত জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অলপতে এক সংবাদমেল সম্বোধন কৰে। 'ভাৰত জোড়ো যাত্ৰা' সন্দৰ্ভত নগাঁৱৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ। সংবাদমেলত ৰকিবুল হুছেইনক সংগ দিলে বিধায়ক নুৰুল হুদা,বিধায়িকা শিৱামণি…