Browsing Category
ৰাজনীতি
প্ৰেম বিলোৱাই বিৰোধীৰ লক্ষ্য
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে অখিলেশ যাদৱেই হওক বা মায়াৱতীয়েই হওক সকলোৱে দেশত প্ৰেমেই বিলাব খুজিছে৷সকলোৰে স্থিতি ঘৃণাৰ বিৰুদ্ধেই৷কেৱল বিজেপিয়েহে ঘৃণা বিয়পাই আহিছে।কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় “ ঘৃণা আৰু প্ৰেম দুয়োটাই বিপৰীত৷কিন্তু…
কাম নকৰিলেও বিজেপিক ভোট লাগিবই !
ত্ৰিপুৰাত শাসক দল বিজেপিয়ে ইমানেই জনহিতৈষী কাম কৰিলে , এতিয়া সমাৱেশ আৰু সভা পাতিহে জনতাক তাৰ খতিয়ান দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।এশএবুৰি সমস্যাত ভাৰাক্ৰান্ত ত্ৰিপুৰাবাসীৰ সমস্যা সমাধানৰ পৰিবৰ্তে দল তথা চৰকাৰখন অধিক সময় ব্যস্ত থাকিল…
৪১৪ ৰ পৰা ৫২ -এক বিৰতিহীন ইতিহাস কংগ্ৰেছৰ
আজি দেশৰ সবাতোকৈ পুৰণি দল কংগ্ৰেছে পালন কৰিলে ইয়াৰ ১৩৮ বছৰীয়া প্ৰতিষ্ঠা দিৱস।নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই কয় “ আজি ভাৰতে উন্নয়নৰ মুখ দেখিছে কাৰণ কংগ্ৰেছে…
‘ভাৰত জোড়ো’ত হোৱাটচএপ ত্ৰাস !
ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো' যাত্ৰাক লৈ মূৰৰ কামোৰণিৰ অন্ত পৰা নাই বিজেপিৰ।বিগত ৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা 'ভাৰত জোড়ো' যাত্ৰাত বিঘিনি ঘটাবলৈ যৎপৰোনাস্তি চেষ্টা চলালে বিজেপিয়ে।চলচ্চিত্ৰৰ গীতৰ পৰা আৰম্ভ কৰি চাভাৰকাৰলৈকে নানানটা বিতৰ্কত সাঙোৰ খুৱাব…
দিল্লীত ‘প্ৰেমৰ দোকান’ !
বিগত ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা শনিবাৰে দিল্লীত প্ৰৱেশ কৰে।আজি পুৱা দিল্লীত প্ৰৱেশ কৰা যাত্ৰাত ৰাহুল গান্ধীক সংগ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ,পৱন খেৰা,ভূপিন্দৰ সিং হুদা,কুমাৰী চেলেজা,ৰণদীপ সূৰ্যেৱালা…
নিজে খুঁটি পুতি নিজেই উজুতি খালে বিজেপিয়ে
চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰ এই বিষয়ত সষ্টম হৈ পৰিছে।লগে লগে লোককে দেখুৱাই ৰাজস্থান বিজেপিয়ে ৰাজ্যখনত চলাই থকা 'জন আক্ৰোশ যাত্ৰা' ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ কৰাৰ কথা…
৯৭ কোটিৰে ‘ঢোল পিটিলে’ আপে !
আপৰ পৰা ৯৭ কোটি টকা লাগে দিল্লীৰ ৰাজ্যপালক ! কিন্তু কিয়?ক’ত ব্যয় কৰিলে আপে? হিচাপ লাগে বিনয় কুমাৰ চাক্সেনাক !দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ চাক্সেনাই বিচাৰিছে এই ধনৰ হিচাপ।মুখ্য সচিব নৰেশ কুমাৰক এই ধন উভতাই ল’বলৈ নিৰ্দেশ দিছে…
সমগ্ৰ কেবিনেটকেই নৰূপ দিব শীঘ্ৰেই,কিন্তু ক’ত?
মধ্য প্ৰদেশতো গুজৰাটৰ দৰেই একে পন্থা ল’ব বিজেপিয়ে।প্ৰতিষ্ঠান বিৰোধী ঢৌৱে স্পৰ্শই কৰিব নোৱাৰিব শাসনাধিষ্ঠিত চৰকাৰক ।হয়,এনে পন্থাই ল’ব বিজেপিয়ে৷ইতিমধ্যে ২০২৩ চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যবোৰত গুজৰাটৰ ৰণকৌশলকেই গ্ৰহণ কৰিব…
বিজেপিত এলাগী,ভজন গাই সময় কটাইছে জ্যেষ্ঠ নেতাই !
কৈলাস বিজয়ভাৰ্গিয়ক মনত আছেনে?গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ কৈলাস ভাৰ্গিয় এতিয়া ক’ত?
কিয় নিঃসঙ্গ হৈ পৰিল বিজয়ভাৰ্গিয়?হয়,পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ দায়িত্বত আছিল কৈলাস বিজয়ভাৰ্গিয়।মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক হৰুৱাবলৈকে বিজেপিয়ে এসময়ত…
বলধৰ পৰা গাখীৰ ?
গাখীৰ ওলাল বলধৰ পৰা !গাই গৰু নহয়,বলধৰ পৰা গাখীৰ ওলাল গুজৰাটত !কিন্তু কেনেকৈ সম্ভৱ হ’ল এই অসম্ভৱ?গুজৰাট বিধানসভাৰ নিৰ্বাচনত ওলাল বলধৰ পৰা গাখীৰ !এই দাবী কৰিছে আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালে।বিগত ৮ ডিচেম্বৰত গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভাৰ…