Browsing Category
ৰাজনীতি
নিৰ্বাচনী ৰণশিঙা বাজিল উত্তৰ পূবত
আজি ঘোষণা হ’ল তিনিখনকৈ ৰাজ্যৰ নিৰ্বাচনৰ দিন !৩ খন ৰাজ্যত ৬০ খনকৈ বিধানসভাৰ আসন আছে।
তিনিখন ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি।প্ৰতিখন ৰাজ্যত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ৩৭৬ টা।ত্ৰিপুৰা ১৬ ফেব্ৰুৱাৰী,নাগালেণ্ড আৰু মেঘালয়ত ২৭…
মুছলমান প্ৰীতি মানেই নিৰ্বাচন !
লোকসভা নিৰ্বাচন সমাগত ।হিন্দু -মুছলমানক লৈ ধৰ্মীয় বিভেদ সৃষ্টি কৰি অহা বিজেপিৰ মুছলমানৰ প্ৰতি জাগ্ৰত হ’ল প্ৰেম।মুছলমানক অস্পৃশ্যৰ দৰে জ্ঞান কৰা বিজেপিৰ নিৰ্বাচন অহাৰ লগে লগে বৃদ্ধি হয় মুছলমান প্ৰীতি।
দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয়…
ডিঙি কাটিব ৰাহুল গান্ধীয়ে !
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বাবে চকুৰ কূটা দাঁতৰ শাল RSS. কোনো কাৰণতে RSSক সহ্য নকৰে কংগ্ৰেছ নেতা গৰাকীয়ে।বিশ্বৰ কোনো শক্তিয়ে ৰাহুল গান্ধীক RSSৰ নতশিৰ কৰিব নোৱাৰে।RSSৰ কাৰ্যালয়লৈ যোৱাৰ পৰিবৰ্তে তেওঁ নিজৰ ডিঙি আগতে কাটি ল’ব।তেওঁৰ সমন্ধীয় ভাতৃ…
বিজেপিৰ লক্ষ্য উত্তৰ পূবৰ ৪ ৰাজ্য
যিকোনো প্ৰকাৰে ৯ খন ৰাজ্য লাগে বিজেপিক।২০২৩ ৰ বাবে কৰ্মপন্থা সাজু বিজেপিৰ।২০২৪ চনত দেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন।একেলেথাৰিয়ে দুটা কাৰ্যকাল বিজেপিয়ে দেশৰ ক্ষমতা লাভ কৰাৰ পিছত তৃতীয়বাৰৰ বাবেও পুনৰ ক্ষমতা দখল কৰিব বিচাৰিছে দলটোৱে।তাৰবাবে…
মুখ একেই,পৰম্পৰা অক্ষত !
লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ।ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে ঘূৰাই পাইছে হেৰুৱা ছন্দ। দলটোৱে প্ৰস্তুত কৰিছে সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা।একো একোটা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে ৪/৫ জনকৈ প্ৰাৰ্থীৰ নাম নতুন প্ৰাৰ্থীক…
মুখ একেই,পৰম্পৰা অক্ষত !
লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ।ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে ঘূৰাই পাইছে হেৰুৱা ছন্দ।
দলটোৱে প্ৰস্তুত কৰিছে সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা।একো একোটা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে ৪/৫ জনকৈ প্ৰাৰ্থীৰ নাম নতুন প্ৰাৰ্থীক…
সন্ত্ৰাসবাদীৰ লক্ষ্য ৰাহুল গান্ধী !
ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা 'ভাৰত জোড়ো' যাত্ৰা জানুৱাৰীৰ শেষৰ ফালে অৰ্থাৎ ৩০ জানুৱাৰীত অন্ত পৰিব কাশ্মীৰত।কাশ্মীৰত প্ৰৱেশ কৰাৰ পিছত ৰাহুল গান্ধীৰ নিৰাপত্তা ব্যৱস্থাক লৈ উদ্ভৱ হ’বলগীয়া সাম্ভাৱ্য পৰিস্থিতিক লৈ শংকিত নিৰাপত্তা…
দোষ কাৰ-চৰকাৰ নে ৰাজ্যপালৰ?
ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত শেহতীয়াকৈ বৃদ্ধি পাইছে তিক্ততা৷শেহতীয়াকৈ তামিলনাডু চৰকাৰ আৰু ৰাজ্যপালৰ মাজত বৃদ্ধি পাইছে ব্যৱধান ।তামিলনাডুৰ শাসক দল ডিএমকেই ৰাজ্যপালে প্ৰচলিত নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।তামিলনাডুৰ ৰাজ্যপাল গৰাকীয়ে…
গেট আউট’ গভৰ্ণৰ
ৰাজ্যৰ সাংবিধানিক মূৰব্বী গৰাকীৰ বিৰুদ্ধে দিছে শ্লোগান।শ্লোগানত চিঞৰিছে 'গেট আউট ৰবি '!কিন্তু ক’ত সংঘটিত হৈছে এই অভূতপূৰ্ব প্ৰতিবাদ?তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ।ৰাজ্যপাল ৰবিয়ে তামিলনাডুৰ নাম সলনি কৰি…
কিয় প্ৰবাসীক গুৰুত্ব দিয়ে প্ৰধানমন্ত্ৰীয়ে?
প্ৰৱাসী ভাৰতীয় দিৱস উদযাপন হৈছে ইন্দোৰত।৯ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰে এই দিৱসৰ কাৰ্যসূচী৷মধ্য প্ৰদেশৰ ইন্দোৰত উদযাপন হৈছে ১৭ তম প্ৰবাসী ভাৰতীয় দিৱস৷দেশৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী,বৈদেশিক মন্ত্ৰী আৰু কেইবাজনো কেবিনেট…