সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

বিৰোধীৰ ভয়ত কঁপিছে বিজেপি

দিল্লীত শুকুৰবাৰে অনশনত বহিব ১৮ টা ৰাজনৈতিক দলে।অনশন বন্ধ কৰাৰ বাবে বিজেপিয়ে ৰচিছে এক পৰিকল্পনা।পৰিকল্পনা অনুসৰি ভাৰত ৰাষ্ট্ৰ সমিতিৰ এমএলচি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক বৃহস্পতিবাৰে ইডিয়ে তলব কৰিছিল।দিল্লীৰ…

তিপ্ৰা বিজেপিৰ B টীম?

ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছতে সুৰ সলনি হৈছে তিপ্ৰা মথাৰ নেতা প্ৰদ্যুত মাণিক্য দেৱবৰ্মনৰ।সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীক তিপ্ৰা মথাৰ নেতাগৰাকীয়ে সাক্ষাৎ কৰাৰ কথা।নিৰ্বাচনৰ আগত কোনো পধ্যেই বিজেপিৰ লগত হাত নিমিলোৱাৰ…

প’ষ্টাৰত কঁপিছে দিল্লী

দিল্লীত আৰম্ভ হৈছে প’ষ্টাৰ যুদ্ধ।দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়া আৰু আন এগৰাকী আপ নেতা সত্যেন্দ্ৰ জৈনক সমৰ্থন কৰি যদি কোনোবাই প’ষ্টাৰ লগাইছে,আন কোনোবাই প’ষ্টাৰ লগাইছে ইয়াৰ বিৰোধিতাৰে।বিজেপি দলে দাবী কৰিছে যে দিল্লীৰ চৰকাৰী বিদ্যালয়ত…

ক্ষমতাৰ বাবেই শাল -শিঙি এক মেঘালয়ত

কনৰাড চাংমা নেতৃত্বাধীন এনপিপি তথা বিজেপি চৰকাৰে বুধবাৰে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত শপতগ্ৰহণ কৰিব।আনহাতে,নবনিৰ্বাচিত বিধায়ক সকলে সোমবাৰে শপত লোৱাৰ কথা।আনহাতে,ইউনাইটেড ডেমক্ৰেটিক পাৰ্টি চমুকৈ UDP আৰু পিপুলছ ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ PDF এ…

মুখ্যমন্ত্ৰীৰ লক্ষ্য কিয় সদায় ৰাহুল গান্ধী?

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ টুইটাৰৰ জৰিয়তে আক্ৰমণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ তেওঁৰ ম’বাইলত পেগাচাচ থকাৰ বিষয়টো উল্লেখ কৰাৰ লগতে ভাৰতত…

পঞ্চায়তত বিপৰ্যয়ৰ দিশে তৃণমূল

"RSS এ যদি আমাক ১% ও সমৰ্থন আগবঢ়ায়,আমি ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দিয়াত সফল হ’ম '- এই মন্তব্য পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।অৱশ্যে মন্তব্যটো পুৰণি।পুৰণি মানে ২০০৩ চনৰ।সেই সময়ত মমতা বেনাৰ্জী আছিল বিৰোধীৰ আসনত আৰু বাওঁ দলৰ চৰকাৰ…

কৰ্ণাটকত ‘ভাল দিন’ আহিব কংগ্ৰেছৰ?

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছৰ ভাগ্যলৈ কিছু পৰিবৰ্তন আনিছে ।জনতা দল ( এছ) ৰ নেতা এইছ ডি কুমাৰস্বামীয়ে শীঘ্ৰেই যোগ দিব কংগ্ৰেছত।বৃহস্পতিবাৰে নিজেই তেওঁৰ এই সিন্ধান্তৰ বিষয়ে জনায়।প্ৰাক্তন মুখ্যমন্ত্ৰী…

কোলাৰটো হেৰুৱায়,বোকোচাৰটোলৈ মন তৃণমূলৰ

তৃণমূল কংগ্ৰেছে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত অকলেই প্ৰতিন্দন্দ্বিতা কৰিব।তৃণমূল কংগ্ৰেছৰ সভাপতি মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ দল কাৰো লগত মিত্ৰতাত অৱতীৰ্ণ নহয়।চিপিএম আৰু কংগ্ৰেছৰ বিজেপিৰ লগত 'বুজাবুজি' থকাৰ বিষয়ে উল্লেখ কৰি তৃণমূল নেত্ৰী…

নাগালেণ্ডত নাৰীৰ ‘প্ৰথম খোজ’

পোন প্ৰথমবাৰৰ বাবে মহিলা বিধায়কৰ প্ৰৱেশ ঘটে নাগালেণ্ড বিধানসভাত।দুয়োগৰাকী মহিলা প্ৰাৰ্থীয়েই নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ NDPP ৰ প্ৰতিনিধি।পশ্চিম আংগামী সমষ্টিৰ পৰা চালহটৌনৌ ক্ৰুছে আৰু ডিমাপুৰ থ্ৰীৰ পৰা হেকানি জাখালু জয়ী…

বিজেপিত মোক্ষম আঘাত

মহাৰাষ্ট্ৰত বিজেপিৰ মুখ থেকেচা ।বিজেপি-শিৱসেনা শিবিৰত মোক্ষম আঘাত।১০ হাজাৰ ভোটত হাৰিল বিজেপি প্ৰাৰ্থী।মহাৰাষ্ট্ৰৰ কাচবা সমষ্টিত হাৰিল বিজেপি।কংগ্ৰেছ প্ৰাৰ্থী ৰবিন্দৰ ধানগেকাৰৰ জয়লাভ।ৰবিন্দৰে পৰাস্ত কৰে বিজেপি প্ৰাৰ্থী হেমন্ত ৰাচানেক।কাচবা…