সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

AAPৰ লক্ষ্য কিয় অখিল গগৈ?

সামাজিক মাধ্যম ফেচবুকত আৰম্ভ হৈছে বিধায়ক অখিল গগৈ আৰু আম আদমি পাৰ্টিৰ মাজত এক বিতৰ্ক।এই বিতৰ্ক আৰম্ভ হৈছে বিধায়ক অখিল গগৈয়ে দেওবাৰে ফেচবুকত দিয়া এটা প'ষ্টক লৈ। এই প'ষ্টটোৰ শিৰোনাম আছিল—''আম আদমি পাৰ্টি আৰু দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ।”…

প্রধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰেই ১৬ মে’ৰ কথা লিখি ৰাখিছিল নে আপুনি?

সেয়া আছিল ২০১৪ চনৰ কথা !প্ৰধানমন্ত্ৰী মোডীয়ে কোৱা কেইটা ১৬ মে'ৰ প্ৰতিশ্ৰুতিৰ কথা মনত আছেনে আপোনাৰ? মোদীয়ে কোৱাৰ দৰে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিলে নে? প্ৰধানমন্ত্ৰী  মোদীয়ে সদম্ভে কোৱাৰ দৰে কেইটা ১৬ মে' পাৰ হ'ল মনত আছেনে বাৰু?  ২০১৪ চনৰ…

অসমৰ মুখ্যমন্ত্ৰী য’ত,বিসম্বাদ ত’ত !

তেলেংগানা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ !চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তেলেংগানা এইবাৰ বিজেপি দলৰ অন্যতম লক্ষ্য।তেলেংগানাত বৰ্তমান শাসনত আছে ভাৰত ৰাষ্ট্ৰ সমিতি।কেচিআৰ এই দলৰ মূৰব্বী।বিগত দেওবাৰে বান্দীয়ে তেলেংগানাত…

চল চাই কঠীয়া পাৰিছে ড° হিমন্ত বিশ্ব শৰ্মাই !

'হিন্দু একতা যাত্ৰা'ত অংশ ল’বলৈ তেলেংগানাত কৰ্ণাটকৰ ফলাফল ওলোৱাৰ পিছদিনাই উপস্থিত হ’লগৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।ৰাজ্যখনত অনুষ্ঠিত হৈ থকা হিন্দু একতা যাত্ৰাত অংশ লৈ পুনৰ ধৰ্মক লৈ ভাষণ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।শৰ্মাই তেওঁৰ…

সৌভাগ্যৰ দুৱাৰ খোল খাব নেকি কংগ্ৰেছৰ?

২০১৪ চনৰ পৰা দুটাকৈ লোকসভা নিৰ্বাচনত ভয়ংকৰভাৱে মুখ থেকেঁচা খোৱা কংগ্ৰেছলৈ কৰ্ণাটকৰ নিৰ্বাচনে পুনৰ সম্বিত ঘূৰাই অনাৰ সম্ভাৱনা দেখিছে দলটোৱে ।প্ৰায় প্ৰতিটো নিৰ্বাচনতে পৰাজয়ৰ সন্মুখীন হোৱা দলটোত শেহতীয়াকৈ কৰ্ণাটকৰ নিৰ্বাচনে কিছু পৰিমাণে আশাৰ…

দুৰ্নীতিৰ অভিযোগত কঁপিছে ৫৬ ইঞ্চি বুকু !

কৰ্ণাটকত নিৰ্বাচন সমাগত।অহা ১০ মে’ত কৰ্ণাটকৰ ২২৪ টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব !নিৰ্বাচনৰ বাবে শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।বিগত কাৰ্যকালত কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰা বিজেপিয়ে…

মনৰ কথা কয় কিন্তু শুনা মানুহ নাই !

মোডীৰ মন কী বাত কোনেও নুশুনে !উত্তৰ – দক্ষিণ – পূৱ সকলোতে মন কী বাতলৈ অনীহা।চি এছ ডি এছৰ সমীক্ষাই উদঙালে ভুৱা দাবীৰ স্বৰূপ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাতৰ ১০০ সংখ্যক এপিচোড সম্প্ৰচাৰ হ’ব দেওবাৰে । তাৰ বাবে দেশজুৰি ব্যাপক আয়োজন…

কি হ’ল কেবিনেটত?

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি অহা ৩,৪ মে'ত ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল।ৰাজ্যিক কেবিনেটত শনিবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।৩,৪ মে'ত ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল।১১…

হাতৰ কুঠাৰ ভৰিত মাৰি সংকটত অসম বিজেপি !

অসম বিজেপি বৰ্তমান আৰু disciplined party হৈ থকা নাই।অসম বিজেপিত এতিয়া পুৰণি বিজেপিৰ গুৰুত্ব নাই।পুৰণা বিজেপিয়ে প্ৰতিদিনেই ক্ষোভ উজাৰি আহিছে নতুন বিজেপিৰ বিৰুদ্ধে।এইবাৰ কিন্তু ক্ষোভ উজৰা জন আন কোনো নহয়।বিজেপিৰ প্ৰাক্তন সাংসদ তথা অসম বিজেপিৰ…

ধানৰ ভাপ,ঋষিৰ শাপ দুয়োটাতে দগ্ধ বিজেপি !

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনে জোলোকাজোলোকে পানী খুওৱাৰ সময়তে বিজেপি দলৰ বাবে অশনি সংকেত কঢ়িয়াইছে বিৰোধী ঐক্যই ।বিৰোধীৰ মাজত বিভাজন সৃষ্টিৰ বাবে নানান কূট কৌশল ৰচনা কৰিও ব্যৰ্থ হোৱা বিজেপিয়ে এতিয়া ভিতৰি ভিতৰি যেন ক্ষমতা হেৰুওৱাৰ দুঃস্বপ্নত…