শ্ৰেণী ৰাজনীতি

৪০ বছৰীয়া গোচৰ খুঁচৰিলে বিজেপিয়ে !

কংগ্ৰেছ নেতা জগদীশ টাইটলাৰ বিৰুদ্ধে পুনৰ চিবিআইয়ে খাতা খুলিছে !১৯৮৪ চনৰ শিখ বিদ্ৰোহৰ সময়ৰ ঘটনা খুচৰিছে চিবিআইয়ে। উল্লেখ্য যে ১৯৮৪ চনৰ ১অক্টোবৰত পুল বাংগেশ অঞ্চলত ৩ জন শিখ নিহত হৈছিল।এই ঘটনাত সেই সময়ৰ কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ নাম সাঙোৰ খাই…

কেমেৰাত প’জ দিয়াটোৱেই লক্ষ্য নেকি প্ৰধানমন্ত্ৰীৰ ?

অহা ২৮ মে’ত সংসদ ভৱনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ছাভাৰকৰৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোডীয়ে সেইদিনাই নতুন সংসদ ভৱন উদ্বোধনৰ দিন থিৰাং কৰিছে চৰকাৰে।ভাৰতীয় গণতন্ত্ৰৰ প্ৰতীক সাংসদ ভৱনটোক কোনো ৰাজনৈতিক ব্যক্তিয়ে উদঘাটন কৰিবলৈ লোৱাটো এক অভাৱনীয় ঘটনা হিচাপে বিবেচিত…

কাৰ ‘মুখ’ লৈ ভোট বিচাৰিব বিজেপিয়ে?

কৰ্ণাটকৰ ৬ কোটি ১১লাখ জনতাই বিজেপিক প্ৰত্যাখ্যান কৰাৰ পিছত দলটোৱে আগন্তুক দিনত কোনবোৰ বিষয়ক ইছ্যু হিচাপে লৈ আগবাঢ়িলে ভোটাৰক আকৰ্ষণ কৰিব পাৰিব তাক লৈ সন্দিহান হৈ পৰিছে।দক্ষিণ ভাৰতৰ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্য কৰ্ণাটকত বিৰোধী দল কংগ্ৰেছৰ সন্মুখত এনেদৰে ধৰাশায়ী হ’ব বুলি…

‘পদুম’ বোকাত লুতুৰিপুতুৰি !

এটা সময় আছিল,সমগ্ৰ ভাৰতখনকেই গেৰুৱা দেখা গৈছিল।দেশৰ ৰাজনৈতিক মানচিত্ৰৰ ৫৩% আৱৰি ৰাখিছিল কেৱল গেৰুৱা ৰঙে।সেয়া আছিল বিজেপিৰ জয়জয়ময়ময় সময়ৰ কথা৷সময় সলনি হ’ল।সেই সময়ত কংগ্ৰেছ বা আন বিৰোধী দলৰ অধীনত আছিল ৪৬% অঞ্চল।সময় সদায় একে নাযায়।ক্ষমতা সদায় একে জনৰ হাতত নাথাকে…

গুৱাহাটী প্ৰেছ ক্লাৱত সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বানেৰে অনুষ্ঠিত হয় নাগৰিক সভা

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা কিছুদিনধৰি মণিপুৰত কুকী-মেইটেই জনগোষ্ঠীৰ মাজত হৈ থকা নৃগোষ্ঠীয় সংঘাটক লৈ শান্তিৰ আহ্বানেৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়। মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে আয়োজক অংকুৰ তামুলী ফুকনে। দিল্লীৰ দি…

ন্যায়ালয়ক বশ কৰিবলৈ গৈ নিজেই ‘বশ’ হ’ল ৰিজিজু?

ন্যায়ালয়ক সন্তুষ্ট কৰিবলৈ কিৰেন ৰিজিজুৰ ক্ষমতা কৰ্তন নে ন্যায়ালয়ক বশ কৰিব নোৱাৰা বাবেই ক্ষমতাহীন হ’ল নেকি ৰিজিজু ?আইন মন্ত্ৰালয়ৰ পৰা আৰ্থ চায়েন্স পালে কিয় ৰিজিজুয়ে ?কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ হঠাৎ ক্ষমতা কৰ্তন ।অপ্ৰত্যাশিতভাৱে সলনি কৰা হ’ল আইন…

হিন্দুৱেহে প্ৰত্যাখ্যান কৰিলে বিজেপিক !

ধৰ্মৰ নামত ৯ টা বছৰ দিলে …আৰু ধৰ্ম ধৰ্ম কৰি সময় অপব্যয় নকৰে ভাৰতীয়ই !ধৰ্মৰ ৰাজনীতিয়ে আমুৱাইছে হিন্দুকো! হিন্দুত্ববাদী দলৰ ওপৰত বিশ্বাস নাই জনতাৰ প্ৰতি ৮৭ জন হিন্দুl ৫০ জনেই ভোট নিদিলে বিজেপিক !কৰ্ণাটকৰ ৬ কোটি ১১লাখ জনতাই বিজেপিক প্ৰত্যাখ্যান…

পাইলটক ‘পাইলট’ নবনায় কংগ্ৰেছে !

বহু জল্পনা কল্পনাৰ অন্তত কৰ্ণাটক বিজয়ৰ সপোন কংগ্ৰেছ দলে পূৰণ কৰিলে যদিও মুখ্যমন্ত্ৰী পদক লৈ টনাআজোঁৰা চলিছিল সিদ্দাৰামায়া আৰু কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰৰ মাজত৷বহু গুণাগঁথাৰ অন্তত মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামায়া আৰু উপমুখ্যমন্ত্ৰী হিচাপে ডি এ শিৱকুমাৰক নিৰ্বাচিত কৰা হ’ল।অহা ২০…

গোডী মেডিয়াৰ হিৰ’,বিদেশৰ মেডিয়াত জিৰ’ !

কৰ্ণাটকৰ পৰাজয়ে বিশ্বগুৰু নৰেন্দ্ৰ মোডীৰ স্থান একে কোবে বহু তললৈ অৱনমিত কৰিলে।কৰ্ণাটকৰ পৰাজয়ৰ পিছত বিশ্বৰ বিভিন্ন বিখ্যাত তথা জনপ্ৰিয় সংবাদমাধ্যমে যি শিৰোনামেৰে সংবাদ পৰিৱেশন কৰিছে ,সেইবোৰৰ প্ৰায়বোৰতেই প্ৰধানমন্ত্ৰী মোডী,ধৰ্ম আৰু সাম্প্ৰদায়িকতাক শিৰোনাম হিচাপে লৈয়ে বাতৰি পৰিৱেশন কৰা দেখা গৈছে।’নিউয়ৰ্ক টাইমচ’ত…

জৰা ফুকাও নকৰে,আজমলকো নালাগে ধুবুৰীত !

আজমলৰ জৰা ফুকাই কাম নিদিয়ে আগন্তুক নিৰ্বাচনত ।ধুবুৰীৰ পৰা আজমলক উৎখাতৰ সংকল্প কংগ্ৰেছৰ । পিছে ধুবুৰীত কাৰ কাৰ মাজত হ’ব প্ৰতিদ্বন্দিতা? ‘এতিয়া আৰু আজমলৰ জৰা ফুকা পানী নিবলৈ নাহে ধুবুৰীবাসী।আজমলে আনক দিয়ে জৰাফুকা পানী, নিজে সেৱন কৰে ঔষধ-ধুবুৰীৰ পৰা আজমলক…