Browsing Category
ৰাজনীতি
Opposition Parties in Assam: অসমত বিৰোধী ‘ছিৰিয়াছ’ হ’ব কেতিয়া?
Opposition Parties in Assam: বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ অখিল গগৈয়ে কালি কৈ দিলে যে ৰাইজৰ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচন ছিৰিয়াছলি…
Assam Panchayat Election 2025: এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আৰু ৫ টা শিকনি!
Assam Panchayat Election 2025: বহু জল্পনা-কল্পনা আৰু এটা দীঘলীয়া বিৰতিৰ অন্তত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ল৷ ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত ভোটগ্ৰহণৰ পাছত ১১ মে’ত ঘোষণা কৰা হ’ব ফলাফল৷ বিগত সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ…
Sivasagar Congress leader resigns: নেতৃত্বৰ প্ৰতি ক্ষোভ! শিৱসাগৰত পঞ্চায়তৰ ভোটগ্ৰহণৰ পাছতেই কংগ্ৰেছ…
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্তৰ এদিন পাছতে শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিলে হেমকান্ত গগৈয়ে (Sivasagar Congress leader resigns)। দলৰ নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ আৰু কেইবাটাও অভিযোগ উত্থাপন কৰি তেওঁ জিলা…
নিৰ্বাচনৰ পূৰ্বে অন্তৰ্কন্দলত জৰ্জৰিত বিজেপি
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অভূতপূৰ্ব সংকটৰ মুখামুখি হৈছে বিজেপি দল৷ দলৰ মাজতে গা কৰি উঠিছে প্ৰবল অন্তৰ্কন্দলে৷ যাৰ বাবে ইজনৰ পাছত সিজন নেতা কৰ্মীক বহিষ্কাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে গেৰুৱা দলটোৰ ভিতৰত৷ পহিলা ব’হাগতেই প্ৰথমবাৰৰ বাবে…
Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!
কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা…
এইবাৰ তুলিৰাম ৰংহাঙৰ ভুৱা পি এইচ ডি!
২০০ কোটি টকীয়া ফাৰ্ম হাউচ নিৰ্মাণ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙৰ পি এইচ ডি ডিগ্ৰীক লৈ আৰম্ভ হৈছে এক নতুন বিতৰ্ক৷ তুলিৰাম ৰংহাঙে এক অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি ডিগ্ৰী…
কংগ্ৰেছৰে মিত্ৰতা! অখিল গগৈ–হিমন্ত বিশ্ব শৰ্মাই ঘুচিয়াঘুঁচি কৰিব লাগিব!
মূল বিষয়লৈ যোৱাৰ আগত মনত পেলাব বিচাৰিছো ৩৭ বছৰ আগৰ এটা কাহিনী৷ চন ১৯৮৮৷ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী৷ অটল বিহাৰী বাজপেয়ী বিৰোধী দলৰ এজন উদীয়মান যুৱ নেতা৷ কংগ্ৰেছ আৰু বিজেপি তেতিয়া জাতশত্ৰু৷ হিন্দী বলয়ত অব্যাহত আছে কংগ্ৰেছৰ আধিপত্য৷ কিন্তু…
আৰ টি আইক ভেঙুচালি কৰি মোদী চৰকাৰৰ নতুন আইন
তথ্য জনাৰ অধিকাৰ আইনক নিঃশেষ কৰাৰ গোপন কৌশলেৰে নৰেন্দ্ৰ মোদী চৰকাৰে আনিছে নতুন আইন৷ তথ্যৰ অধিকাৰক এইবাৰ নিঃশেষ কৰিবলৈ লোৱা হৈছে তথ্যৰ সুৰক্ষাৰ নামত৷ তথ্য গাপ দিবলৈ ব্যৱহাৰ কৰা এই নতুন কৌশলৰ নামেই হৈছে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন এক্ট।…
ৱাকফ আহিল,বিজেপিৰহে শক্তি কমিল!
ৰাজ্যসভাত সেই বিশেষ দিনটোত বিৰোধী সাংসদ উপস্থিত আছিল ৮০ গৰাকী৷ প্ৰায় ৮ গৰাকী বিৰোধী সাংসদ সেই বিশেষ দিনটোত অনুপস্থিত আছিল যদিও কিন্তু ৱাকফৰ বিৰোধিতাৰে ৯৫ গৰাকী সাংসদৰ ভোট পৰিছিল৷এইটো সঁচাকৈয়ে এক আশ্চৰ্যকৰ সংখ্যা নহয়নে?
সেই বিশেষ দিনটো…
দলিতক অপমান বন্ধ কৰক, অন্যথা ভুগিব লাগিব পৰিণাম! বিজেপিলৈ RSSৰ সকীয়নি
দেশত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে৷ শ্বেয়াৰ মাৰ্কেটত জনতাই বিনিয়োগ কৰা ধন হেৰুৱাইছে৷ দুগ্ধ উদ্যোগ, কৃষিখণ্ড, গাড়ীৰ উদ্যোগ আদিলৈ ট্ৰাম্পৰ শুল্ক নীতিয়ে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই ক্ষেত্ৰত নিমাত৷ বিজেপি…