সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

News Bazar

২০ লাখ কৌটিত কেইটা শূণ্য ?

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কৌটিৰ পেকেজক লৈ চলিছে ব্যাপক চৰ্চা ৷ আজি কমেডিয়ান কুণাল কামৰাই টুইটাৰত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰক উদ্দেশ্যি প্ৰশ্ন কৰে- ২০ লাখ কৌটিত কেইটা শূণ্য থাকে? ইয়াৰ পিছতে ‘শূণ্য’ৰ প্ৰসংগ ব্যাপক ৰূপত চৰ্চিত…

১৩ মে’ , লালকিল্লা আৰু লাৰা দত্ত

আজি ১৩ মে'।ইতিহাসত আজিৰ দিনটোৰ কি গুৰুত্ব জানি লওঁ আহক- ১৬৪৩:চিলিত হোৱা ভূমিকমপত ছান্টিয়াগো চহৰৰ এক তৃতীয়াংশ লোকৰ মৃত্যু। ১৬৪৮:দিল্লীৰ লালকিল্লাৰ নিৰ্মাণ সম্পূৰ্ণ। ১৯৬২: সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ দ্বিতীয়বাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে…

এই দৃশ্য দেখি কিয় মনত পৰে আয়লান কুর্দিলৈ?

আয়লান কুর্দিক মনত আছে? ছিৰিয়াৰ এক তিনিবছৰীয়া কনমানি, যাৰ সমুদ্ৰতীৰত পৰি থকা ছবি দেখি কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেতিয়াই, অলকায়দাৰ হাতৰ পৰা বাচিবলৈ ইৰাক,ছিৰিয়াৰ লাখ লাখ বিপন্ন শৰণার্থীয়ে কিদৰে ইউৰোপৰ বিভিন্ন দেশলৈ যাব লগা হৈছে, তাৰ আচল ছবিখন…

আজি ১২ মে’: বহু নিৰীহৰ মৃত্যুৰ সাক্ষী

১২ মে' - একবিংশ শতিকাৰ এটা ক'লা দিন।অনেক নিৰীহৰ মৃত্যুৰ সাক্ষী এই দিনটো। জানি লও আহক এই দিনটোৰ কেইটামান বিশেষ ঘটনা - ১৬৬৬:পুৰন্দৰ সন্ধি অনুসৰি শিৱাজী আৰু ঔৰংজেৱৰ সাক্ষাৎ। ২০০২:আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে ফিদেল কাষ্ট্রোৰ লগত…

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা।

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা। প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন স্থানৰ পৰা ১৫ খন ৰেল চলিব আৰু অনলাইন টিকটৰ বাবে IRCTC ৱেবচাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।সন্ধিয়া ৭.৩০ বজালৈ মুঠ ১৮ হাজাৰ টিকট বুকিং হোৱা বুলি ভাৰতীয় ৰেলৱেৰ…

আজিৰ দিনটোৰ জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব

আজি ১১ মে’ ৷ এই দিনটোৰ অভিনেতা জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব৷ কিয় জন আব্ৰাহামৰ বাবে আজিৰ দিনটোৰ সুকীয়া তাৎপৰ্য আছে ,সেয়া জনাৰ আগতে ইতিহাসত ১১ মে’ৰ দিনা সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে জানি লও আহক- ১৭৮৪- ইংৰাজ শাসক আৰু টীপু চুলতানৰ…

আজি ৯ মে’ আৰু তাজমহলৰ মাজত কি সম্পৰ্ক?

কেবাটাও কাৰণত আজি ৯ মে’ৰ দিনটো মনত ৰাখিবলগীয়া৷ তাৰ ভিতৰত কেইটামান বিশেষ ঘটনা- আজিৰ দিনটোতে মোগল বাদশ্বাহ ছাহজাহানে বেগম মমতাজৰ স্মৃতিত তাজমহলৰ নিৰ্মান সম্পূৰ্ণ কৰিছিল৷ ২২ বছৰৰ নিৰন্তৰ শ্ৰমৰ অন্তত ১৬৫৩ খৃষ্টাব্দৰ আজিৰ দিনটোত এই নিৰ্মান শেষ…

আজি ৮ মে’ ৷জানি লওঁ আহক আজিৰ দিনটোৰ আমি নজনা ৫ টা কথা

দেশ আৰু পৃথিৱীৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ বহু ঘটনা ঘটি গৈছে আজি ৮ মে’ৰ দিনটোত৷ জানি লওঁ আহক তাৰ মাজৰ ৫টা গুৰুত্বপূৰ্ণ ঘটনা৷ ১৯৮৪: আজিৰ এই দিনটোতে ছোভিয়েট ইউনিয়নে অলিম্পিক খেল বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছিল৷ লছ এঞ্জেলছত অনুষ্ঠিত…

ৱৰ্ক ফ্ৰম হোম:বেছিভাগেই ঘৰত নিপিন্ধে পেন্ট অথবা স্কাৰ্ট

লকডাউনৰ ফলত বেছিভাগ লোকেই যাব পৰা নাই কাৰ্যালয়লৈ৷ব্যক্তিগত খন্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীয়ে ঘৰৰ পৰাই চলাই আছে কাৰ্যালয়ৰ কাম কাজ৷গতিকে ফৰ্মেল পোছাক পিন্ধাৰো প্ৰয়োজন হোৱা নাই ৷কিন্তু তাৰ মাজত আমোদজনক কথাটো হ’ল -ঘৰৰ পৰা কাম কৰা সময়ত বেছিসংখ্যক…