এই দৃশ্য দেখি কিয় মনত পৰে আয়লান কুর্দিলৈ?

Share This Article

আয়লান কুর্দিক মনত আছে? ছিৰিয়াৰ এক তিনিবছৰীয়া কনমানি, যাৰ সমুদ্ৰতীৰত পৰি থকা ছবি দেখি কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেতিয়াই, অলকায়দাৰ হাতৰ পৰা বাচিবলৈ ইৰাক,ছিৰিয়াৰ লাখ লাখ বিপন্ন শৰণার্থীয়ে কিদৰে ইউৰোপৰ বিভিন্ন দেশলৈ যাব লগা হৈছে, তাৰ আচল ছবিখন বিশ্ববাসীয়ে দেখিছিল৷

আয়লান কুর্দিৰ দৰে নহ’লেও কালি তেনে এক দৃশ্যই দেখা গ’ল ছত্তিশগড়ত৷ বিভিন্ন সংবাদমাধ্যম আৰু চচিয়েল মিডিয়াত প্ৰচাৰ হোৱা এই ছবিত দেখা গৈছে, এখন হাতেৰে ট্ৰাকৰ ৰচীত উঠিবলৈ চেষ্টা কৰিছে এজন যুৱকে৷ যুৱকৰ আনখন হাতত ওলমি আছে এটি কনমানি৷ তলত এগৰাকী মহিলাই হাতেৰে কোনোমতে শিশুটিক পৰাৰ পৰা বচাবলৈ চেষ্টা কৰিছে৷ প্ৰবাসী শ্ৰমিকৰ এই অসহায় দৃশ্যত প্ৰকাশ পালে ক’ৰোনাই উদঙাই দিয়া প্ৰকৃত ভাৰতৰ ছবিখন৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.