১৩ মে’ , লালকিল্লা আৰু লাৰা দত্ত

Share This Article

আজি ১৩ মে’।ইতিহাসত আজিৰ দিনটোৰ কি গুৰুত্ব জানি লওঁ আহক-
১৬৪৩:চিলিত হোৱা ভূমিকমপত ছান্টিয়াগো চহৰৰ এক তৃতীয়াংশ লোকৰ মৃত্যু।

চিলি

১৬৪৮:দিল্লীৰ লালকিল্লাৰ নিৰ্মাণ সম্পূৰ্ণ।
লালকিল্লা

১৯৬২: সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ দ্বিতীয়বাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত।
ৰাধাকৃষ্ণণ

২০০০: ভাৰতীয় সুন্দৰী লাৰা দত্তই মিছ ইউনিভাৰ্ছ খিতাপ লাভ কৰে।
লাৰা দত্ত

২০০১: বিখ্যাত সাহিত্যিক আৰ কে নাৰায়ণৰ মৃত্যু।
আৰ কে নাৰায়ন

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau