সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজিৰ দিনটোৰ জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব

আজি ১১ মে’ ৷ এই দিনটোৰ অভিনেতা জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব৷ কিয় জন আব্ৰাহামৰ বাবে আজিৰ দিনটোৰ সুকীয়া তাৎপৰ্য আছে ,সেয়া জনাৰ আগতে ইতিহাসত ১১ মে’ৰ দিনা সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে জানি লও আহক-
১৭৮৪- ইংৰাজ শাসক আৰু টীপু চুলতানৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ৷
১৯৪০- বি বি চিৰ হিন্দী সেৱা আৰম্ভ৷
১৯৬২- সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত৷

১৯৯৮- ভাৰতে পোখৰাণত সফলতাৰে পৰমানু বিস্ফোৰণৰ পৰীক্ষা সম্পন্ন কৰে৷ পোখৰাণৰ এই ঘটনাৰ ওপৰত নিৰ্মান কৰা হৈছিল ‘পৰামানু: দ্য ষ্টৰী অব পোখৰাণ’ চিনেমাখন৷ ২০১৮ চনত মুক্তি পোৱা ছবিখনত অভিনয় কৰিছিল জন আব্ৰাহামে৷

২০০০-ভাৰতৰ জনসংখ্যাই ১০০ কৌটিৰ সীমা চুলে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.