সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি ৯ মে’ আৰু তাজমহলৰ মাজত কি সম্পৰ্ক?

কেবাটাও কাৰণত আজি ৯ মে’ৰ দিনটো মনত ৰাখিবলগীয়া৷ তাৰ ভিতৰত কেইটামান বিশেষ ঘটনা-
আজিৰ দিনটোতে মোগল বাদশ্বাহ ছাহজাহানে বেগম মমতাজৰ স্মৃতিত তাজমহলৰ নিৰ্মান সম্পূৰ্ণ কৰিছিল৷ ২২ বছৰৰ নিৰন্তৰ শ্ৰমৰ অন্তত ১৬৫৩ খৃষ্টাব্দৰ আজিৰ দিনটোত এই নিৰ্মান শেষ হৈছিল৷

তাজমহল

১৫০২: পৰিব্ৰাজক কলম্বাছে এছিয়াৰ ৰাস্তা আৱিষ্কাৰৰ বাবে স্পেইনৰ পৰা আজিৰ দিনটোত যাত্ৰা আৰম্ভ কৰিছিল৷
১৯৪৬:ৰাম মনোহৰ লোহিয়াৰ আহ্বানত সত্যাগ্ৰহ আৰম্ভ৷
১৯৬০:আমেৰিকাৰ খাদ্য আৰু দৰৱ বিভাগে গৰ্ভনিৰোধক পিলৰ ক্ষেত্ৰত অনুমোদন দিয়ে৷
১৯৮৬:পৰ্বতাৰোহী টেনজিঙ নৰ্গেৰ মৃত্যু৷
২০১২: আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই সমলিংগীয় বিবাহক সমৰ্থন জনায়৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.