Browsing Category
দেশ
দেশৰ বাবে খেলি এতিয়া ‘হাজিৰা’ কৰিবলগীয়া পৰিস্থিতি
দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাৰ হ’ল।দেশ সকলোফালে আগুৱাই গ’ল।ক্ৰীড়াৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ।কোনো কোনো খেলুৱৈক ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ পিছতো দিছে বিভিন্ন চৰকাৰী সা-সুবিধা,চৰকাৰী চাকৰি !কিন্তু আন্তৰ্জাতিক পৰ্যায়ৰ ফুটবল…
ভুৱা বিজ্ঞাপন দি বিপদত FMCG কোম্পানী
উল্লেখযোগ্য যে FMCG কোম্পানীৰ প্ৰডাক্ট Milk bikis ৰ বিজ্ঞাপন KBC জুনিয়ৰত সম্প্ৰচাৰিত হয়। KBC জুনিয়ৰ সম্প্ৰচাৰৰ সময়ত বিগ বিয়ে কৰে ইয়াৰ প্ৰমোচন ।সেই প্ৰমোচনত বিগ বিয়ে মিল্ক বিকিজৰ নিউট্ৰেচনেল ভেল্যু থকা আৰু মাতৃ আৰু শিশুৰ বাবে উপকাৰী বুলি…
যোশীমঠত ভয়ংকৰ বিপদৰ আগজাননী
উত্তৰাখণ্ডৰ যোশীমঠত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।ভূপৃষ্ঠৰ পৰা বহু তললৈ বহি গৈছে যোশীমঠ।ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ নেশ্যনেল ৰিম’ট চেন্সিং চেণ্টাৰৰ পৰা প্ৰকাশিত প্ৰতিচ্ছবিত ধৰা পৰিছে এই তথ্য।বিগত ২৭ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীৰ সময়চোৱাত সংঘটিত…
বোমাত উৰিল CNF ৰ কাৰ্যালয়
ম্যানমাৰ মিলিটেৰীৰ আক্ৰমণত তচনচ হৈছে CNF ৰ মুখ্য কাৰ্যালয়।ভাৰত-ম্যানমাৰ সীমান্তত অবস্থিত CNF ৰ মুখ্য কাৰ্যালয়ত YAK -130 আৰু MIG -29 দুখন জেট বিমানেৰে ভয়ংকৰ আক্ৰমণ চলাই ম্যানমাৰ সেনাই।CNF ৰ মুখপাত্ৰ চালাই এইছটেট নীয়ে ম্যানমাৰ নাওক দিয়া এক…
-৪ ডিগ্ৰীত কঁপিছে উত্তৰ ভাৰত
শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত৷-৪ ডিগ্ৰী ছেলচিয়াছলৈ নামিব উষ্ণতা।ইভ ৱেডাৰ অব ইণ্ডিয়াৰ প্ৰতিষ্ঠাতা নবদীপ দাহিয়াই টুইটাৰত লিখিছে “ ১৪ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীৰ ভিতৰত অতিমাত্ৰা শীতৰ কবলত পৰিব সমগ্ৰ উত্তৰ ভাৰত।১৬ ৰ পৰা ১৮ জানুৱাৰীত শীতৰ পৰিমাণ…
ৰাজৌৰীক লৈ আশংকা
বিগত দুটা সপ্তাহত জম্মুৰ ৰাজৌৰী জিলাত অতি কমেও ৭ জন লোকৰ মৃত্যু হয়।জিলাখনত বিগত দুটা সপ্তাহত দুটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়৷শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা ঢাংৰী গাঁৱৰ ভুক্তভোগী পৰিয়াল…
লোকপিয়ল পিছুৱাৰ ৰহস্য
লোকপিয়ল পিছুৱাত চৰকাৰী ষড়যন্ত্ৰ !বাৰে বাৰে কিয় পিছুৱাই লোকপিয়ল?নোহোৱা নোপজা ঘটনা এটা হৈ আছে কিয় ?২০১৯ চনতেই কেন্দ্ৰীয় চৰকাৰে ২০২১ ৰ লোকপিয়লৰ বাবে সকলো যো -জা কৰিছিল।মুঠ ৮,৭৫৪.২৩কোটি লোকপিয়লৰ সমগ্ৰ প্ৰক্ৰিয়াৰ নামত ধাৰ্য কৰা হৈছিল৷লোকপিয়লৰ…
পুনৰ টাৰ্গেট JNU ৰ ছাত্ৰী
চেলা ৰশ্বিদ শ্ব’ৰা নামৰ এগৰাকী মহিলাই ২০১৯ চনত দিয়া দুটা টুইটাৰ আপডেটৰ বাবে আইনী প্ৰক্ৰিয়া আগবঢ়োৱাৰ অনুমতি দিছে দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই।২০১৯ চনৰ ৩ ছেপ্তেম্বৰত দিল্লী আৰক্ষীৰ বিশেষ শাখাত এক গোচৰ ৰুজু হৈছিল।ভাৰতীয় দণ্ডবিধিৰ…
গেট আউট’ গভৰ্ণৰ
ৰাজ্যৰ সাংবিধানিক মূৰব্বী গৰাকীৰ বিৰুদ্ধে দিছে শ্লোগান।শ্লোগানত চিঞৰিছে 'গেট আউট ৰবি '!কিন্তু ক’ত সংঘটিত হৈছে এই অভূতপূৰ্ব প্ৰতিবাদ?তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ।ৰাজ্যপাল ৰবিয়ে তামিলনাডুৰ নাম সলনি কৰি…
মধ্যাহ্ন ভোজনত সাপ !
এক অকল্পনীয় ঘটনা সংঘটিত হৈছে এখন প্ৰাথমিক বিদ্যালয়ত।মধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণ কৰি অসুস্থ প্ৰায় ৩০ গৰাকী শিক্ষাৰ্থী।পশ্চিম বংগৰ বীৰভূম জিলাৰ ময়ুৰেশ্বৰ ব্লকৰ অধীনৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে…