সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

টুইটাৰত আৰম্ভ নতুন ট্ৰেণ্ড

টুইটাৰত আৰম্ভ হৈছে নতুন ট্ৰেণ্ড।বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তিৰ তালিকাত থকা গৌতম আদানিৰ সমৰ্থনত একাংশ ভাৰতীয়।হিণ্ডেনবাৰ্গ ৰিপৰ্টত আদানিয়ে শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে ব্যাপক ধনৰ লেনদেন কৰি অসৎ উপায়েৰে ধনী হোৱাৰ তথ্য প্ৰকাশ পাইছিল।এই ৰিপৰ্ট প্ৰকাশ…

নাম সলনি হ’ব ‘ইডেন গাৰ্ডেন’ৰ?

ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নাম সলনি কৰাৰ পিছত পুনৰ মোগলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি নেতা শুভেন্দু অধিকাৰী।পশ্চিম বংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে কয় ' মোগলক পুলিয়ে পোখাই উভালি দলিয়াই পেলোৱা উচিত।'বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কয়"…

বিৰোধীৰ ঐক্যত চেচাঁপানী

ভাৰত জোড়ো যাত্ৰাৰ  আজি অন্ত পৰিব। এই অন্তিম দিনৰ কাৰ্যসূচীত মুঠ ১২ টা বিৰোধী দলে অংশ ল’ব।উল্লেখ্য যে 'ভাৰত জোড়ো'ৰ অন্তিম কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে মুঠ ২১টা দলক আমন্ত্ৰণ জনোৱা হৈছিল।ইয়াৰে বেছি সংখ্যক দলেই নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি…

মোডী-মালিয়াৰ বাটেই ল’ব আদানিয়ে !

হিন্দেনবাৰ্গ ৰিপৰ্টৰ পিছত দেশৰ অৰ্থনীতিত উঠিছে ভয়ংকৰ কঁপনি।বিশেষকৈ এলআইচিৰ ভবিষ্যতক লৈ সন্দিহান হৈছে দেশৰ অৰ্থনীতিবিদৰ লগতে শ্বেয়াৰ মাৰ্কেটৰ এক্সপাৰ্টসকল।বিগত দুটা দিন শ্বেয়াৰ মাৰ্কেট বন্ধ থকাৰ বাবে আদানীৰ কোম্পানীৰ শ্বেয়াৰ কিমানলৈ নামিব…

অগ্নিকাণ্ডত মৃত্যু চিকিৎসক সহ ৰোগীৰ

ঝাৰখাণ্ডৰ ধানবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।শুকুৰবাৰে নিশা পুৰণা বজাৰৰ হাজাৰা হস্পিটেলতৰ দ্বিতীয় মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।অগ্নিকাণ্ডটোত অতি কমেও ৬ জন লোকৰ মৃত্যু হৈছে।ঘটনাস্থলীৰ পৰা ইতিমধ্যে ৯ জন লোকক উদ্ধাৰ কৰা হৈছে।নিহত সকলৰ ভিতৰত…

পৰীক্ষা আহিল, শিক্ষাৰ্থীৰ লগত বহিল প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অংশগ্ৰহণ কৰে।দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত এই অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷দুঘণ্টীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাত্ৰছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ…

টকাৰ খকেই প্ৰাণ ল’লে ১৩৫ জনৰ

বিগত অক্টোবৰ মাহত গুজৰাটৰ মৰ্বীত হোৱা ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ১৩৫ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।শুকুৰবাৰে মৰ্বী সত্ৰ ন্যায়ালয়ত উপ আৰক্ষী অধীক্ষক পি এছ জালাই ১,২৬২ পৃষ্ঠাৰ শ্বাৰ্জশ্বীট দাখিল কৰে।শ্বাৰ্জশ্বীটত অ’ৰেভা গ্ৰুপৰ জয়সুখ পেটেলৰ…

অথলে যাব নেকি ‘ভাৰত জোড়ো’ ?

অহা সোমবাৰে শ্ৰীনগৰত অন্ত পৰিব ভাৰত জোড়ো যাত্ৰাৰ।বিগত ৭ ছেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব অহা ৩০ জানুৱাৰীত।এই ৰেলীৰ জৰিয়তে বিৰোধীৰ একতা প্ৰতিপন্ন কৰাৰ লগতে সাধাৰণ জনতাৰ লগত মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সমূহৰ…

বিজেপিৰ দিন উকলিব নেকি কৰ্ণাটকত?

চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনৰ বাবে দলটোৱে চলাইছে প্ৰস্তুতি৷তাৰেই অংশ হিচাপে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মায়ে মন্দ্যা জিলাৰ ইনচাৰ্জ মিনিষ্টাৰ হিচাপে নিযুক্তি দিছে ৰাজহ মন্ত্ৰী আৰ অশোকক।মন্দ্যা…

‘২৪চনত কি হ’ব প্ৰধানমন্ত্ৰী মোডীৰ ভৱিষ্যত?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিৰ মিত্ৰজোঁট চৰকাৰে সম্পূৰ্ণ কৰিলে প্ৰায় ৯ টাকৈ বছৰ।আজিৰ তাৰিখত যদি লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়,তেন্তে বিজেপি মিত্ৰজোঁটে কিমানখন আসন লাভ কৰিব? এই বিষয়ক লৈ ইণ্ডিয়া টুডে চলাইছিল এক সমীক্ষা।সমীক্ষাত…