Browsing Category
দেশ
অসমলৈ আহিব কেজৰিৱাল
আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শীঘ্ৰেই আহিব অসমলৈ।আপৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীৰ নেতৃত্বত এটা দলে অলপতে মুখ্যমন্ত্ৰী কেজৰিৱালক সাক্ষাৎ কৰি অসম ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ…
বিজেপিৰ গো-প্ৰেম বনাম গো-হত্যা
গো হত্যাক লৈ সততে সৰৱ হৈ থকা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজ্যত চলিছে অবাধ গো হত্যা।
খেতিৰ ফচল খোৱা বাবে মুুঠ ২৪ টা গৰুক ৰে’লৰ লাইনলৈ ঠেলি দিলে কৃষকে।ঠেলি দিয়া গৰুবোৰৰ ১১ টা গৰু ৰে’লৰ খুন্দাত থিতাতে নিহত হয়।এই গো- হত্যাৰ…
‘মোডীৰ হৈ কাম কৰিলেই হয় ৰাজ্যপাল’
২০১২ চনৰ অৰুণ জেটলীৰ এক উদ্ধৃতিৰ ভিডিঅ’ আপলোড কৰি কংগ্ৰেছী সাংসদ জয়ৰাম ৰমেশে টুইট কৰিছে এনেদৰে " অৱসৰ পাবলগীয়া ন্যায়াধীশ সকলে সদায় অবসৰৰ পিছৰ সংস্থাপনৰ কথা চিন্তা কৰি কাম কৰে।" উল্লেখযোগ্য যে ২০১৯ চনৰ অযোধ্যা ৰায়ৰ সময়ত উচ্চতম ন্যায়ালয়ৰ…
বিজেপিৰ দলপতি হ’লগৈ অসমৰ ৰাজ্যপাল
দেশৰ মুঠ ১৩ গৰাকী ৰাজ্যপালৰ সালসলনি।ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ এক নিৰ্দেশনাৰ জৰিয়তে দেওবাৰে মুঠ ১৩খন ৰাজ্যত নতুনকৈ ৰাজ্যপাল নিযুক্তিৰ লগতে সালসলনি কৰা হয়।দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰো ৰাজ্যপাল সলনিত অনুমোদন জনাই ৰাষ্ট্ৰপতিয়ে৷অসমৰ ৰাজ্যপাল হিচাপে…
হাইৱেৰ বিনিময়ত ভোট লাগিব বিজেপিক !
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজস্থানত নিৰ্বাচন অনুষ্ঠিত হ’ব।তাৰ আগে আগে দিল্লী -মুম্বাই এক্সপ্ৰেছ ৱে উদ্বোধন কৰি এক নিৰ্বাচনী টোপ দিব খুজিছে কেন্দ্ৰীয় চৰকাৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দিল্লী-মুম্বাই এক্সপ্ৰেছ হাইৱেৰ শুভাৰম্ভ কৰাৰ…
ফ্লপ হ’ল নেকি ‘যাত্ৰা’?
ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা 'ভাৰত জোড়ো' যাত্ৰাৰ বিগত ২৯ জানুৱাৰীত অন্ত পৰিল কাশ্মীৰত।বিগত ৭ ছেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হৈছিল এই ভাৰত জোড়ো যাত্ৰাৰ।'ভাৰত জোড়ো’ৰ পিছত কংগ্ৰেছে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছে 'হাত চে হাত জোড়ো যাত্ৰা'।'ভাৰত…
‘গৰুক মৰম কৰিলে,গৰুৱেও মৰম কৰিব’
১৪ ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন ডে’ৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটা বিভাগে 'কাউ হাগ ডে' পালনৰ নিৰ্দেশ দিছিল।অৱশ্যে পিছত সামাজিক মাধ্যমৰ ট্ৰল আৰু সমালোচনাত বিভাগটোৱে এই নিৰ্দেশ উঠাই লয়।কিন্তু বিজেপিৰ গো প্ৰেম সৰ্বজনবিদিত।এইবাৰ গ্লোবেল…
লকাৰৰ ধন লকাৰতেই হেৰাল কিন্তু কেনেকৈ?
ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ উদয়পুৰত।উদয়পুৰৰ মহেশ সিংভী নামৰ ব্যক্তিজনে তেওঁৰ পত্নী সুনীতা মেহতাৰ নামত এটা লকাৰ লৈছিল।লকাৰটো আছিল উদয়পুৰৰ পঞ্জাব নেশ্যনেল বেংকৰ।তাত মহিলাগৰাকীয়ে ২লাখ ১৫ হাজাৰ নগদ ধন জমা ৰাখিছিল।২০২২ চনৰ মে’ মাহত তেওঁ এবাৰ…
ক্ৰয় কৰিব নেকি সোণ ?
সোণ ভালপোৱা ভাৰতীয়লৈ ভাল খবৰ !হ্ৰাস হ’ব পাৰে সোণৰ মূল্য।হয়,ভাৰতত হ্ৰাস হ’ব সোণৰ মূল্য।
চীনৰ পিছত বিশ্বৰ ভিতৰত সোণৰ চাহিদা ভাৰততেই অধিক।ভাৰতীয় সকলে সোণ ক্ৰয় কৰি ভাল পায়।অলংকাৰ হিচাপে ব্যৱহাৰ কৰাৰ ওপৰিও সোণ মূল্যাৱান ধাতু হিচাপেও বহুতে ঘৰত…
চাহৰ দৰে বিক্ৰী কৰিছে দেশ !
চাহৰ দৰে বিক্ৰী কৰিছে দেশ !
'এসময়ত বিক্ৰী কৰিছিল চাহ'
'চাহ বিক্ৰী যোগাৰ কৰিছিল ভাত' 'অভ্যাসটো থাকি গ’ল'
'এতিয়া বিক্ৰী কৰিছে PSU' এইয়া আমাৰ মন্তব্য নহয়,এই মন্তব্য এগৰাকী মন্ত্ৰীৰ।এনেদৰে কঠোৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…