Browsing Category
দেশ
IAS বিষয়া হ’ল ঐশ্বৰ্য
সৌন্দৰ্য আৰু জ্ঞান এই দুয়োটা গুণ একেলগে খুব কম সংখ্যক নাৰীৰ গাতহে দেখা যায়।এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি কেইবাখনো সৌন্দৰ্য প্ৰতিযোগিতাত সফলতাৰ শীৰ্ষ স্থান লাভ কৰা ঐশ্বৰ্যই এইবাৰ লাভ কৰিলে IAS বিষয়াৰ দৰে লোভনীয় পদ।১৯৯৭ চনৰ…
উৎকোচ লৈ জে’ললৈ আপৰ বিধায়ক
ঘোচ খোৱাৰ অপৰাধত পুনৰ জে’ললৈ গ’ল এগৰাকী বিধায়ক।পঞ্জাৱৰ আপ বিধায়ক গৰাকীক বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে ভাতিন্দা ভিজিলেঞ্চ ব্যুৰ’ই।ভাতিন্দা গ্ৰাম্যৰ বিধায়ক অমিত ৰট্টনক হাৰিয়ানাৰ কাৰ্ণালৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।অবশ্যে ভাতিন্দা ভিজিলেঞ্চ…
বিদেশত ঘাটি পাতি স্বদেশত সন্ত্ৰাসৰ আঁচনি
নিয়াই খালিস্তানী সন্ত্ৰাসবাদীৰ এক বৃহৎ নেটৱৰ্কৰ লগত জড়িত ৬ জনক বুধবাৰে গ্ৰেপ্তাৰ কৰে“।দেশজুৰি চলা নিয়াৰ তালাচীত এই ৬ জন সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হয়।ধৃত সন্ত্ৰাসবাদী কেইটা লৰেন্স বিষ্ণয়,জগু ভগৱানপুৰীয়া,গল্ডী ব্ৰাৰ,অৰ্শ দালাৰ ঘনিষ্ঠ সহযোগী বুলি…
মমতাৰ মোহিনীয়ে কামত দিবনে মেঘালয়ত?
মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।বিধানসভাৰ নিৰ্বাচনৰ বাবে বিজেপি,NPP,কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত অলপো ত্ৰুটি কৰা নাই।উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ভিতৰত মেঘালয়ত মমতা বেনাৰ্জী নেতৃত্বাধীন…
মহিলা বিধায়ক কিয় নাই নাগালেণ্ডত?
নাগালেণ্ড ৰাজ্য গঠন হোৱা ৬০ টা বছৰ সম্পূৰ্ণ হ’ল৷১৯৬৩ চনতে নাগালেণ্ডে ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল।কিন্তু আশ্চৰ্যজনকভাৱে ৰাজ্যখনত এতিয়ালৈকে এগৰাকীও মহিলা বিধায়ক নাই।২০১৯ চনৰ তথ্য অনুসৰি নাগালেণ্ডত মুঠ ভোটাৰ আছে ১৩ লাখ ১৭ হাজাৰৰো অধিক৷…
U.P.ম্যে কা বা-ৰ স্ৰষ্টালৈ জাননী
এগৰাকী গায়িকালৈ আৰক্ষীৰ জাননী৷কা বা ছিজন টু মুক্তি দি বিপদত জনপ্ৰিয় গায়িকা নেহা ৰাথোৰ।আৰক্ষীৰ মতে কা বা ছিজন টু গীতটিৰ জৰিয়তে নেহা ৰাথোৰে সমাজত অশান্তি আৰু অসূয়া বিয়পাইছে।আৰক্ষীৰ জাননীত মুঠ ৭ টা প্ৰশ্নৰ উত্তৰ দিবলৈ নেহাক নিৰ্দেশ দিয়া হৈছে৷৩…
ভাৰত ৰত্ন দিয়ক চাভাৰকাৰক
নিৰ্বাচন আয়োগৰ নাম আৰু প্ৰতীক চিহ্ন লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ বৈঠকত বহিল একনাথ সিন্দেপন্থী।'শিৱসেনা'ৰ পূৰ্ণ কৰ্তৃত্ব লাভ কৰাৰ পিছত দলটোৱে হিন্দুত্বৰ ধ্বজাবাহী বিনায়ক দামোদৰ চাভাৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবী জনাইছে।দলৰ এই বৈঠকতে চাৰ্চগেট ৰে’ল…
সন্তান বিচাৰে ৰাহুল গান্ধীয়ে !
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ ৰাজহুৱা কৰিছে নিজৰ ব্যক্তিগত জীৱনৰ বহু গোপন কথা!তেওঁঁৰ পিতৃ তথা আইতাকৰ লগত কেনেকুৱা সম্পৰ্ক আছিল সেই বিষয়েও স্পষ্টকৈ কৈছে কংগ্ৰেছ নেতাজনে।ইটালীৰ এখন জনপ্ৰিয় সংবাদপত্ৰ 'কৰিয়াৰে ডেলা চেৰা’ৰ লগত হোৱা…
কুকুৰপ্ৰেমীলৈ ভয়ংকৰ খবৰ !
আপোনাৰ সন্তানক অকলে পঠিয়াই নেকি?তেন্তে চাওক এই ভিডিঅ’!ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদত।হায়দৰাবাদৰ অম্বৰপেট চৌহদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।প্ৰদীপ নামৰ ৫ বছৰীয়া শিশুটোক ৰাস্তাৰ কুকুৰে নৃশংসভাৱে আক্ৰমণ কৰাৰ ফলত মৃত্যু হয় শিশুটিৰ।শিশুটি তেওঁৰ…
৮ প্ৰাবল্যৰ ভূমিকম্প হ’ব উত্তৰ পূবত !
উত্তৰাখণ্ডত ভয়ংকৰ ভূমিকম্পৰ আগজাননী দিছে নেশ্যনেল জিঅ’ফিজিকেল ৰিচাৰ্ছ ইনষ্টিটিউটৰ মুখ্য বিজ্ঞানীয়ে।এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত মুখ্য বিজ্ঞানী ড° এন পূৰ্ণচন্দ্ৰ ৰাৱে কয় উত্তৰাখণ্ডৰ ভূপৃষ্ঠত এক ভয়ংকৰ চাপৰ সৃষ্টি হৈছে।সেয়ে এই…