Browsing Category
দেশ
দেশৰ শিক্ষাত ভয়ংকৰ কেলেংকাৰী
দেশৰ বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালভাৱে এইবাৰ শিক্ষাখণ্ডলৈ উঠিছে অভিযোগৰ আঙুলি৷ধন লৈ UGC ৰ গ্ৰেড প্ৰদানৰ অভিযোগ স্বয়ং অধ্যক্ষৰ।মোডীৰ নীতি'না খাওংগা না খানে দুংগা' শিক্ষাৰ ক্ষেত্ৰতো উঠিল ধোঁৱাচাঙত।'অসৎ উপায়ে’ৰে…
প’ষ্টাৰত কঁপিছে দিল্লী
দিল্লীত আৰম্ভ হৈছে প’ষ্টাৰ যুদ্ধ।দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়া আৰু আন এগৰাকী আপ নেতা সত্যেন্দ্ৰ জৈনক সমৰ্থন কৰি যদি কোনোবাই প’ষ্টাৰ লগাইছে,আন কোনোবাই প’ষ্টাৰ লগাইছে ইয়াৰ বিৰোধিতাৰে।বিজেপি দলে দাবী কৰিছে যে দিল্লীৰ চৰকাৰী বিদ্যালয়ত…
ক্ষমতাৰ বাবেই শাল -শিঙি এক মেঘালয়ত
কনৰাড চাংমা নেতৃত্বাধীন এনপিপি তথা বিজেপি চৰকাৰে বুধবাৰে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত শপতগ্ৰহণ কৰিব।আনহাতে,নবনিৰ্বাচিত বিধায়ক সকলে সোমবাৰে শপত লোৱাৰ কথা।আনহাতে,ইউনাইটেড ডেমক্ৰেটিক পাৰ্টি চমুকৈ UDP আৰু পিপুলছ ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ PDF এ…
হিন্দী কোৱাৰ বাবে মৰা নাই,এয়া বিজেপিৰ সৃষ্টিহে !
শেহতীয়াকৈ তামিলনাডুত বিহাৰৰ লোকক আক্ৰমণ কৰা ঘটনাটোৰ সবিশেষ তথ্য সংগ্ৰহৰ বাবে এটা বিশেষ দল ৰাওনা হৈছে তামিলনাডুলৈ। বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই সম্পৰ্কত বিজেপিৰ চাৰি জনীয়া দলৰ লগত আলোচনাও কৰিছে।বিহাৰ চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে…
মুখ্যমন্ত্ৰীৰ লক্ষ্য কিয় সদায় ৰাহুল গান্ধী?
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ টুইটাৰৰ জৰিয়তে আক্ৰমণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ তেওঁৰ ম’বাইলত পেগাচাচ থকাৰ বিষয়টো উল্লেখ কৰাৰ লগতে ভাৰতত…
‘দেশত অভাৱ ধৈৰ্য -সহ্যৰ’-মুখ্য ন্যায়াধীশ
বৰ্তমান দেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়।মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে বৰ্তমান সময়ত দেশত ধৈৰ্য আৰু সহ্য শক্তি হ্ৰাস পাইছে।কাৰণ দেশৰ জনতাই নিজে শুদ্ধ বুলি গ্ৰহণ কৰাটোক এৰিব নোখোজে…
বিজেপিক এবছৰত ২২ বাৰ ছান্দা দিয়া ব্যৱসায়ীলৈ বৃহৎ কয়লা ভাণ্ডাৰ
দুৰ্নীতি বিৰোধী প্ৰশাসন আৰু স্বচ্ছতাৰ কাহিনী শুনোৱা বিজেপি চৰকাৰৰ এক অস্বচ্ছ কাহিনীৰে এই প্ৰতিবেদন ৷ কয়লাৰ এক ক’লা কাহিনীৰে এই প্ৰতিবেদন ৷ কিদৰে চি বি আয়ে অভিযুক্ত কৰা বহু বিতৰ্কিত কয়লা ব্যৱসায়ীক উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ গতাই দিয়া…
কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য?
কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য? কালি অৰ্থাত বৃহস্পতিবাৰৰ দিনটোত বিধায়ক অখিল গগৈয়ে উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল কেইটামান প্ৰশ্ন। আৰু সেই প্ৰশ্ন কেইটা আছিল এই কাঞ্চনজুৰি চাহ…
যুদ্ধৰ অৱসান নহয়,বিফল G 20
বিশ্বৰ ২০ খন দেশৰ বৈদেশিক মন্ত্ৰীয়ে দৰিদ্ৰতা,দুৰ্নীতি আৰু সন্ত্ৰাসবাদ সম্পৰ্কত জি টুৱেণ্টি বৈঠকত কোনো সৰ্বগ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে।ইউক্ৰেইন যুদ্ধ চলি থকাৰ বাবে এই বিষয় কেইটা সম্পৰ্কত কোনো সঠিক সিন্ধান্তত উপনীত হ’ব নোৱাৰিলে ২০…
পঞ্চায়তত বিপৰ্যয়ৰ দিশে তৃণমূল
"RSS এ যদি আমাক ১% ও সমৰ্থন আগবঢ়ায়,আমি ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দিয়াত সফল হ’ম '- এই মন্তব্য পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।অৱশ্যে মন্তব্যটো পুৰণি।পুৰণি মানে ২০০৩ চনৰ।সেই সময়ত মমতা বেনাৰ্জী আছিল বিৰোধীৰ আসনত আৰু বাওঁ দলৰ চৰকাৰ…