Browsing Category
দেশ
কৰ্ণাটকত তচনচ হ’ব বিজেপি !
কৰ্ণাটকত বিজেপিৰ সন্মান ৰক্ষাৰ যুঁজৰ কি হ'ব? কৰ্ণাটকত বিজেপিয়ে ৰাখিব পাৰিবনে দলৰ সন্মান?বিজেপিৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কংগ্ৰেছৰ।কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ ।কৰ্ণাটকত অহা ১০ মে’ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।ৰাজ্যখনত মুঠ ২২৪…
মুকলি বজাৰত SSCৰ প্ৰশ্নকাকত বিক্ৰী !
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপি শাসিত ৰাজ্যবোৰ
তো চলিছিল দুৰ্নীতি বিৰোধী শ্লোগান।'না খাওংগা,না খানে দুংগা' এইয়া কেৱল মোডী চৰকাৰৰ যে শ্লোগানহে আছিল ,সেয়া স্পষ্ট হৈছে…
বিজেপিৰ প্ৰেৰণা হনুমান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে বিজেপি দলৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে দলৰ কাৰ্যকৰ্তাক উদ্দেশ্যি হনুমানৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনায়।বৃহস্পতিবাৰে দলটোৱে ইয়াৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ সমান্তৰালভাৱে দেশজুৰি উদযাপিত হৈছে…
কয়লাৰ ক’লাই ক’লা কৰিলে কংগ্ৰেছক
ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে 'কংগ্ৰেছ ফাইল'ৰ তৃতীয় খণ্ড মুকলি কৰে।বিজেপিৰ অভিযোগ বিগত ৭০ বছৰে কংগ্ৰেছে ৪৮,২০,৬৯,০০,০০,০০০ টকা জনতাৰ পৰা লুটিলে।দ্বিতীয়বাৰ ক্ষমতালৈ অহা এনডিএ চৰকাৰে ইউপিএক সমালোচনা কৰি কয় যে কংগ্ৰেছ দল ১ লাখ ৮৬ হাজাৰ টকাৰ…
মোগলক আতঁৰালে লাচিতৰ বীৰগাঁথাও আঁতৰি নাযাব জানো?
NCERTৰ পাঠ্যক্ৰমৰ পৰা আৰতাই দিয়া হ’ল মোগলৰ ইতিহাস।NCERTৰ অদ্ভূত কাণ্ডত হতবাক সকলো। ইতিহাসৰ পৃষ্ঠাৰ পৰা চিৰদিনৰ বাবে হেৰাই গ’ল মোগল সাম্ৰাজ্য। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা পৰিষদ চমুকৈ NCERT য়ে দ্বাদশ শ্ৰেণীৰ…
জ্বলিছে হুগলী,জ্বলিছে ৰিচৰা
বিগত ৩০ মাৰ্চৰ পৰা অশান্ত হৈ আছে পশ্চিমবংগৰ কিছু কিছু অঞ্চল।ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত এই হিংসাত্মক ঘটনাৰ বাবে বিজেপিয়ে তৃণমূলক আৰু তৃণমূলে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।সোমবাৰে নিশা হোৱা ভয়ংকৰ সংঘৰ্ষৰ বাবে ৰে’ল যোগাযোগ ব্যাহত হৈছে…
ভাৰতৰ মষ্ট ৱাণ্টেড গ্ৰেপ্তাৰ মেস্কিকোত
উত্তৰ আমেৰিকাৰ দেশ মেক্সিকোত গ্ৰেপ্তাৰ হৈছে মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী দীপক বক্সাৰ।
দিল্লী আৰক্ষীৰ বিশেষ শাখাই মেক্সিকো আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে দীপক বক্সাৰক।দিল্লীৰ মষ্ট ৱাণ্টেডৰ তালিকাত থকা দীপক বক্সাৰক গ্ৰেপ্তাৰৰ উদ্দেশ্যে দিল্লী…
অৰুণাচলৰ নদী -পাহাৰ সকলো লাগে চীনক
চীনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰিছে এক তালিকা।এই তালিকাত অন্তৰ্ভুক্ত হৈছে অৰুণাচল প্ৰদেশৰ ১০ টা স্থানৰ নাম।তালিকাত থকা স্থান সমূহৰ ভিতৰত আছে ২ টা আবাসিক এলেকা,২টা খালী ভূখণ্ড,৫ টা পাহাৰৰ শৃংগ,২খন নদী আৰু এইবোৰ স্থান সামৰি লোৱা…
পুত্ৰ হত্যাৰ বিচাৰ লাগে গায়কৰ পিতৃক
সিদ্ধু মুচেৱালাক মনত আছেনে?আজিৰ পৰা ১০ মাহ আগতে গুলীয়াই হত্যা কৰিছিল জনপ্ৰিয় পঞ্জাৱী গায়কজনক।মৃত্যুৰ কেইদিনমান আগতে তেওঁ যোগদান কৰিছিল কংগ্ৰেছত।সেই মুচেৱালাৰ পিতৃয়ে আজিলৈকে পোৱা নাই সুবিচাৰ।জে’লৰ পৰা মুক্ত হৈয়ে পঞ্জাব কংগ্ৰেছৰ নেতা নৱজিৎ…
fly over expose: ৪৬ লাখ টকাৰ দেৱাল অংকন, ২৮ লাখ টকাৰ উদ্যান স্থাপনৰ ৭ মাহ পাছত নিবিদাৰ জাননী
‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে ছুপাৰ মাৰ্কেট ফ্লাই অ'ভাৰৰ এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য৷ ফ্লাই অ'ভাৰৰ উদ্বোধনী অনুষ্ঠানৰ ৫ মাহ পাছত নিবিদা আহ্বান কৰি উদ্বোধনী অনুষ্ঠানৰ ঠিকা প্ৰদান কৰা হৈছিল মুখ্যমন্ত্ৰীৰ…