সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

ন্যায়ালয়ক বশ কৰিবলৈ গৈ নিজেই ‘বশ’ হ’ল ৰিজিজু?

ন্যায়ালয়ক সন্তুষ্ট কৰিবলৈ কিৰেন ৰিজিজুৰ ক্ষমতা কৰ্তন নে ন্যায়ালয়ক বশ কৰিব নোৱাৰা বাবেই ক্ষমতাহীন হ’ল নেকি ৰিজিজু ?আইন মন্ত্ৰালয়ৰ পৰা আৰ্থ চায়েন্স পালে কিয় ৰিজিজুয়ে ?কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ হঠাৎ ক্ষমতা কৰ্তন…

হিন্দুৱেহে প্ৰত্যাখ্যান কৰিলে বিজেপিক !

ধৰ্মৰ নামত ৯ টা বছৰ দিলে ...আৰু ধৰ্ম ধৰ্ম কৰি সময় অপব্যয় নকৰে ভাৰতীয়ই !ধৰ্মৰ ৰাজনীতিয়ে আমুৱাইছে হিন্দুকো! হিন্দুত্ববাদী দলৰ ওপৰত বিশ্বাস নাই জনতাৰ প্ৰতি ৮৭ জন হিন্দুl ৫০ জনেই ভোট নিদিলে বিজেপিক !কৰ্ণাটকৰ ৬ কোটি ১১লাখ জনতাই বিজেপিক…

পাইলটক ‘পাইলট’ নবনায় কংগ্ৰেছে !

বহু জল্পনা কল্পনাৰ অন্তত কৰ্ণাটক বিজয়ৰ সপোন কংগ্ৰেছ দলে পূৰণ কৰিলে যদিও মুখ্যমন্ত্ৰী পদক লৈ টনাআজোঁৰা চলিছিল সিদ্দাৰামায়া আৰু কংগ্ৰেছ সভাপতি ডি কে শিৱকুমাৰৰ মাজত৷বহু গুণাগঁথাৰ অন্তত মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামায়া আৰু উপমুখ্যমন্ত্ৰী হিচাপে…

গোডী মেডিয়াৰ হিৰ’,বিদেশৰ মেডিয়াত জিৰ’ !

কৰ্ণাটকৰ পৰাজয়ে বিশ্বগুৰু নৰেন্দ্ৰ মোডীৰ স্থান একে কোবে বহু তললৈ অৱনমিত কৰিলে।কৰ্ণাটকৰ পৰাজয়ৰ পিছত বিশ্বৰ বিভিন্ন বিখ্যাত তথা জনপ্ৰিয় সংবাদমাধ্যমে যি শিৰোনামেৰে সংবাদ পৰিৱেশন কৰিছে ,সেইবোৰৰ প্ৰায়বোৰতেই প্ৰধানমন্ত্ৰী মোডী,ধৰ্ম আৰু…

বিজেপি দুফাল হ’ল তেলেংগানাত !

কৰ্ণাটকত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছত বিজেপিৰ লক্ষ্য হৈ পৰিছে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্য তেলেংগানা।তেলেংগানাৰ দুৱাৰেৰেই বিজেপিয়ে পুনৰ দক্ষিণ ভাৰতত প্ৰৱেশৰ যোজা আৰম্ভ কৰিছে বিজেপিয়ে।কিন্তু কেচিআৰৰ দৰে প্ৰভাৱশালী নেতাক আঁতৰাই বিজেপিয়ে ক্ষমতা…

প্রধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰেই ১৬ মে’ৰ কথা লিখি ৰাখিছিল নে আপুনি?

সেয়া আছিল ২০১৪ চনৰ কথা !প্ৰধানমন্ত্ৰী মোডীয়ে কোৱা কেইটা ১৬ মে'ৰ প্ৰতিশ্ৰুতিৰ কথা মনত আছেনে আপোনাৰ? মোদীয়ে কোৱাৰ দৰে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিলে নে? প্ৰধানমন্ত্ৰী  মোদীয়ে সদম্ভে কোৱাৰ দৰে কেইটা ১৬ মে' পাৰ হ'ল মনত আছেনে বাৰু?  ২০১৪ চনৰ…

অসমৰ মুখ্যমন্ত্ৰী য’ত,বিসম্বাদ ত’ত !

তেলেংগানা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ !চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তেলেংগানা এইবাৰ বিজেপি দলৰ অন্যতম লক্ষ্য।তেলেংগানাত বৰ্তমান শাসনত আছে ভাৰত ৰাষ্ট্ৰ সমিতি।কেচিআৰ এই দলৰ মূৰব্বী।বিগত দেওবাৰে বান্দীয়ে তেলেংগানাত…

সৌভাগ্যৰ দুৱাৰ খোল খাব নেকি কংগ্ৰেছৰ?

২০১৪ চনৰ পৰা দুটাকৈ লোকসভা নিৰ্বাচনত ভয়ংকৰভাৱে মুখ থেকেঁচা খোৱা কংগ্ৰেছলৈ কৰ্ণাটকৰ নিৰ্বাচনে পুনৰ সম্বিত ঘূৰাই অনাৰ সম্ভাৱনা দেখিছে দলটোৱে ।প্ৰায় প্ৰতিটো নিৰ্বাচনতে পৰাজয়ৰ সন্মুখীন হোৱা দলটোত শেহতীয়াকৈ কৰ্ণাটকৰ নিৰ্বাচনে কিছু পৰিমাণে আশাৰ…

সংগীহীন হ’ল ব্ৰীজভূষণ !

ইণ্ডিয়ান অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই বুধবাৰে দিল্লীৰ যন্তৰমন্তৰত প্ৰতিবাদ কৰি থকা মল্লযোদ্ধা সকলক সাক্ষাৎ কৰে৷সাক্ষাতৰ সময়চোৱাত তেওঁ বজৰং পূৰ্ণিয়া,সাক্ষী মালিক,বিনেশ ফ’গ’ট কে ধৰি আন সকলো মল্লযোদ্ধাৰ লগত মতবিনিময় কৰে।উল্লেখ্য যে…

দুৰ্নীতিৰ অভিযোগত কঁপিছে ৫৬ ইঞ্চি বুকু !

কৰ্ণাটকত নিৰ্বাচন সমাগত।অহা ১০ মে’ত কৰ্ণাটকৰ ২২৪ টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব !নিৰ্বাচনৰ বাবে শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।বিগত কাৰ্যকালত কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰা বিজেপিয়ে…