Browsing Category
দেশ
ধৰ্মই চুলে মণিপুৰকো !
পুনৰ জ্বলিছে উত্তৰ পূবৰ অন্যতম ৰাজ্য মণিপুৰ।বিগত ৩ মে’ত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিয়ে প্ৰাণ ল’লে প্ৰায় ৭৩ গৰাকী লোকৰ।মেইতেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ বিষয়টোক কোনো কাৰণতে মানি ল’ব খোজা নাই কুকিকে ধৰি আন জনজাতীয় লোকসকলে।…
এমাহ গ’ল,ন্যায় নাপালে মল্লযোদ্ধাই !
"ব্ৰীজভূষণ চৰণ সিঙে মোক হত্যা কৰিব বিচাৰিছিল৷ব্ৰীজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ নকৰালৈকে অব্যাহত থাকিব প্ৰতিবাদ।যৌন উৎপীড়নৰ সন্দৰ্ভত বাৰম্বাৰ আলোচনা কৰাটোও যন্ত্ৰণা।'এমাহত ভৰি দিলে দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰু সকলে কৰা প্ৰতিবাদী…
ৰাইজ ‘মৰক’ কিন্তু মোডীৰ নাম হওক !
দেশৰ চকুত অতি দক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬ চনৰ ৮ নবেম্বৰত দেশৰ অৰ্থনীতি বিপন্ন কৰা এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।সিদ্ধান্তটো আছিল ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ৷ক’লা ধন নিষিদ্ধ,সন্ত্ৰাসবাদীলৈ ধনৰ যোগান বন্ধ,দুৰ্নীতি নিৰ্মূলৰ…
BBC ক শুদাই নেৰে মোডী চৰকাৰে !
দিল্লী উচ্চ ন্যায়ালয়ে BBC লৈ পুনৰ চমন জাৰি কৰিছে।সোমবাৰে চমন জাৰি কৰে দিল্লী উচ্চ ন্যায়ালয়ে।BBC ৰ বিৰুদ্ধে পুনৰ মানহানি গোচৰ তৰিছে দিল্লী উচ্চ ন্যায়ালয়ত।উল্লেখ্য যে ২০০২ চনৰ গুজৰাট কাণ্ডৰ বাবে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মূল…
৪০ বছৰীয়া গোচৰ খুঁচৰিলে বিজেপিয়ে !
কংগ্ৰেছ নেতা জগদীশ টাইটলাৰ বিৰুদ্ধে পুনৰ চিবিআইয়ে খাতা খুলিছে !১৯৮৪ চনৰ শিখ বিদ্ৰোহৰ সময়ৰ ঘটনা খুচৰিছে চিবিআইয়ে।
উল্লেখ্য যে ১৯৮৪ চনৰ ১অক্টোবৰত পুল বাংগেশ অঞ্চলত ৩ জন শিখ নিহত হৈছিল।এই ঘটনাত সেই সময়ৰ কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ নাম সাঙোৰ…
কেমেৰাত প’জ দিয়াটোৱেই লক্ষ্য নেকি প্ৰধানমন্ত্ৰীৰ ?
অহা ২৮ মে’ত সংসদ ভৱনৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ছাভাৰকৰৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোডীয়ে সেইদিনাই নতুন সংসদ ভৱন উদ্বোধনৰ দিন থিৰাং কৰিছে চৰকাৰে।ভাৰতীয় গণতন্ত্ৰৰ প্ৰতীক সাংসদ ভৱনটোক কোনো ৰাজনৈতিক ব্যক্তিয়ে…
কাৰ ‘মুখ’ লৈ ভোট বিচাৰিব বিজেপিয়ে?
কৰ্ণাটকৰ ৬ কোটি ১১লাখ জনতাই বিজেপিক প্ৰত্যাখ্যান কৰাৰ পিছত দলটোৱে আগন্তুক দিনত কোনবোৰ বিষয়ক ইছ্যু হিচাপে লৈ আগবাঢ়িলে ভোটাৰক আকৰ্ষণ কৰিব পাৰিব তাক লৈ সন্দিহান হৈ পৰিছে।দক্ষিণ ভাৰতৰ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্য কৰ্ণাটকত বিৰোধী দল কংগ্ৰেছৰ…
‘পদুম’ বোকাত লুতুৰিপুতুৰি !
এটা সময় আছিল,সমগ্ৰ ভাৰতখনকেই গেৰুৱা দেখা গৈছিল।দেশৰ ৰাজনৈতিক মানচিত্ৰৰ ৫৩% আৱৰি ৰাখিছিল কেৱল গেৰুৱা ৰঙে।সেয়া আছিল বিজেপিৰ জয়জয়ময়ময় সময়ৰ কথা৷সময় সলনি হ’ল।সেই সময়ত কংগ্ৰেছ বা আন বিৰোধী দলৰ অধীনত আছিল ৪৬% অঞ্চল।সময় সদায় একে নাযায়।ক্ষমতা সদায়…
গুৱাহাটী প্ৰেছ ক্লাৱত সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বানেৰে অনুষ্ঠিত হয় নাগৰিক সভা
বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা কিছুদিনধৰি মণিপুৰত কুকী-মেইটেই জনগোষ্ঠীৰ মাজত হৈ থকা নৃগোষ্ঠীয় সংঘাটক লৈ শান্তিৰ আহ্বানেৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়। মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে…
খেলক লৈ ‘যুদ্ধ’ ভাৰত পাকিস্তানৰ !
ক'ত অনুষ্ঠিত হ'ব এছিয়া কাপ?দুই মেৰুত ভাৰত-পাকিস্তান !এছিয়া কাপৰ সৈতে পাকিস্তানৰ কাষত বাংলাদেশ আৰু শ্ৰীলংকা!
৯ দিনত ১৮০ ডিগ্ৰী পৰিৱৰ্তন বাংলাদেশ আৰু শ্ৰীলংকাৰ!এছিয়া কাপ আৰু এদিনীয়া বিশ্বকাপ ক্ৰিকেটক লৈ ভাৰত-পাকিস্তান দুয়োখন দেশে বৰ্তমানলৈকে…