Browsing Category
দেশ
কৰোনো- মৃত ব্যক্তিকলৈও কেলেংকাৰী!
দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগৰ নিকায়লৈ ক'ৰোনাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিঙৰ যোগেদি মৃতকৰ অন্তিম সংস্কাৰৰ তথ্য বিচাৰি প্ৰেৰণ কৰিছে পত্ৰ। বিগত সপ্তাহত স্বাস্থ্য সচিব পদ্মিনী সিংগলাই দিল্লীৰ উত্তৰ আৰু দক্ষিণ MCDৰ কমিছনাৰলৈ পত্ৰ প্ৰেৰণ…
ক’ৰোনো: ভাৰতত প্ৰথমবাৰলৈ এদিনত সম্পন্ন হ’ল ১লাখ টেষ্ট
ভাৰতত প্ৰথমবাৰলৈ এদিনত সম্পন্ন হ'ল ১লাখ টেষ্ট। দেশত ক'ৰোণাত আক্ৰান্তৰ সংখ্যা ক্ৰমাণ্বয়ে বৃদ্ধি পাই আহিছে। যোৱা ২৪ঘণ্টাত ৫৬১১জনৰ কোভিড-১৯ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছে। ইয়াৰ লগে লগে ক'ৰোণাত আক্ৰান্তৰ সংখ্যা ১লাখ ৬হাজাৰ ৭৫০জনলৈ বৃদ্ধি হয়।…
ঢাক ঢোল বজাই ভেণ্টিলেতৰ বুলি কি উদ্বোধন কৰিলে বিজয় ৰুুপানীয়ে ?
একাংশৰ বাবে ক'ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক'ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ…
ভাৰতত ক’ৰোনা : ১ লাখৰো অধিক আক্ৰান্ত
এক লাখৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৷
যোৱা ২৪ ঘন্টাত ৪,৯৭০ গৰাকী লোকৰ দেহলৈ নতুনকৈ ক’ৰোনা সংক্ৰমিত হয়৷
দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১,০১,১৩৯ গৰাকী৷
ইফালে, কালিৰ দিনটোত পুণৰ ১৩৪ গৰাকী ক’ৰোনা ৰোগী মৃত্যুমুখত…
১৬ মে’ত ভাৰত ক’ৰোনামুক্ত হোৱাৰ কথা কৈছিল কেন্দ্ৰৰ বিশেষজ্ঞ সমিতিয়ে
১৬ মে'ত দেশত ক'ৰোনা আক্ৰান্তৰ সংখ্যা শূণ্য হ'ব।অৰ্থাৎ,১৬ মে'ৰ পিছত ভাৰত ক'ৰোনা মুক্ত হ'ব।যোৱা ২৪ এপ্ৰিলত এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। উল্লেখনীয় যে,ক'ৰোনা ভাইৰাছৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন এখন…
ৰেড জ’নৰ পৰা চলিছে ৬৬৮ খন শ্ৰমিক স্পেচিয়েল ৰে’ল
দেশৰ লাখ লাখ শ্ৰমিকৰ সীমাহীন বিলাই বিপত্তি দেখি অৱশেষত চৰকাৰে শ্ৰমিক স্পেচিয়েল ৰে’লৰ চলাচল আৰম্ভ কৰিলে৷ ৰে’ল বিভাগে ১ হাজাৰখন শ্ৰমিকৰ বাবে বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰিছে৷ বিভাগটোৰ ফালৰ পৰা কোৱা হৈছে যে এই ৰে’লৰ জৰিয়তে মুঠ ৮ লাখ শ্ৰমিক…
ক’ৰ পৰা বিয়পিল ক’ৰোনা ? WHO ৰ পৰা উত্তৰ লাগে ভাৰতক
ক’ৰ পৰা বিয়পিল ক’ৰোনা ? ভাৰতেও এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ৷ আনহাতে , এই ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে -তাৰো নিৰপেক্ষ মূল্যায়ন বিচাৰিছে ভাৰতসহ বিশ্বৰ…
আহি আছে ঘূৰ্ণীবতাহ ‘আমফান’
ৰঙাচকু দেখুৱাই আহি আছে ‘আমফান’৷ জন্মৰ ২৪ ঘন্টাৰ ভিতৰতে বিধ্বংসী ৰূপ লৈছে আমফানে৷ আমফান এবিধ ঘূৰ্ণী বতাহৰ নাম ৷ জলবায়ু বিজ্ঞানী সকলৰ মতে সাগৰৰ জলপৃষ্ঠৰ উষ্ণতা ২৬.৫ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ’লেই ঘূৰ্ণীবতাহ তৈয়াৰ হয়৷ এইবাৰ বংগোপসাগৰৰ জলপৃষ্ঠৰ…
ভাৰতত এদিনতে ৫০০০+: ক’ৰোনাই লৈছে কালৰূপ
ভাৰতত ক’ৰোনাৰ সংক্ৰমন দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ পৰিছে ৷ দেওবাৰৰ দিনটোত দেশত নতুনকৈ ৫২৪২ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ ইয়াকে লৈ ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৬,১৬৯ ৷ এদিনত হোৱা সংক্ৰমন এয়াই সৰ্বাধিক ৷ ইফালে ,যোৱা ২৪…
লকডাউন-৪ ৰ জাননীৰ সবিশেষ
অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ দেশত ৩১ মে’লৈকে বৃদ্ধি কৰা হ’ল লকডাউন ৷ কেন্দ্ৰীয় চৰকাৰে আজি ৰাজ্যসমূহক ৩১ মে’ পৰ্যন্ত লকডাউন বলবৎ কৰাৰ নিৰ্দেশ দিছে৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে কিছু সময় পূৰ্বে আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে৷ জাৰি কৰা…