ক’ৰোনো: ভাৰতত প্ৰথমবাৰলৈ এদিনত সম্পন্ন হ’ল ১লাখ টেষ্ট

Share This Article

ভাৰতত প্ৰথমবাৰলৈ এদিনত সম্পন্ন হ’ল ১লাখ টেষ্ট। দেশত ক’ৰোণাত আক্ৰান্তৰ সংখ্যা ক্ৰমাণ্বয়ে বৃদ্ধি পাই আহিছে। যোৱা ২৪ঘণ্টাত ৫৬১১জনৰ কোভিড-১৯ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছে। ইয়াৰ লগে লগে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা ১লাখ ৬হাজাৰ ৭৫০জনলৈ বৃদ্ধি হয়। বিগত ২৪ঘণ্টাত ১৪০ব্যক্তিৰ মৃত্যু হৈছে আৰু মৃতকৰ সংখ্যা ৩,৩০৩জনলৈ বৃদ্ধি পাইছে। আনহাতে ICMR-এ জনোৱা অনুসৰি যোৱা ২৪ঘণ্টাত ১লাখ ৮হাজাৰ ১২৯ জনৰ ক’ৰোণা টেষ্ট কৰোৱা হৈছে। অৰ্থাৎ দেশত প্ৰথমবাৰলৈ ১লাখতকৈ অধিক ক’ৰোণাৰ টেষ্ট সম্পন্ন হয়।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.