ভাৰতত ক’ৰোনা : ১ লাখৰো অধিক আক্ৰান্ত

Share This Article

এক লাখৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৷
যোৱা ২৪ ঘন্টাত ৪,৯৭০ গৰাকী লোকৰ দেহলৈ নতুনকৈ ক’ৰোনা সংক্ৰমিত হয়৷
দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১,০১,১৩৯ গৰাকী৷
ইফালে, কালিৰ দিনটোত পুণৰ ১৩৪ গৰাকী ক’ৰোনা ৰোগী মৃত্যুমুখত পৰে ৷
ভাৰতত ক’ৰোনাত আক্ৰান্ত ৩,১৬৩ গৰাকী লোকৰ এতিয়ালৈ মৃত্যু হৈছে৷
মহাৰাষ্ট্ৰত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.