সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

Toll Tax at Toll Gates: অসমৰ ৯ খন টোলগেটৰ পৰা সংগ্ৰহ ১,৯৯৭ কোটি

এফালে পথৰ দুৰৱস্থা , আনফালে Toll Gates ত জনতাক টোল কৰেৰে মাধমাৰ। তেনেকৈয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। অস্বাভাৱিক হাৰত অসমত বৃদ্ধি হৈছে টোল কৰ সংগ্ৰহ। মুঠতে কেৱল কৰ আৰু কৰৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে সাধাৰণ জনতা ৷ জি এছ টিৰ পৰা পেট্ৰ’লজাত…

World’s largest dam on Brahmaputra: ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ বান্ধৰ…

বৰলুইতক ভেটিবলৈ আৰম্ভ কৰিলে ৰঙা চীনে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য (World's largest dam on Brahmaputra)। তিব্বতত নদীবান্ধ নিৰ্মাণত শংকিত অৰুণাচল, অসম, বাংলাদেশ। ব্ৰহ্মপুত্ৰক লৈ চীনৰ ভাবুকি…

MBBS course in Hindi: মধ্যপ্ৰদেশৰ হিন্দী মেডিকেল শিক্ষা ‘ফ্লপ’; ৩ বছৰত এজনো ছাত্ৰই নিদিলে হিন্দী…

বিফল হ'ল মধ্যপ্ৰদেশ চৰকাৰৰ হিন্দী ভাষাত আৰম্ভ কৰা MBBSৰ পাঠ্যক্ৰম (MBBS course in Hindi)ৰ ধাৰণা। অথলে গ'ল ১০ কোটি টকা ব্যয়েৰে হিন্দী ভাষাত ছপা কৰা পাঠ্যক্ৰম। উল্লেখ্য যে হিন্দী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে মধ্যপ্ৰদেশ চৰকাৰে গ্ৰহণ…

অৰ্চিতা ফুকনেই কেৱল নহয়, বলি হৈছে সাংবাদিক ৰবীশ কুমাৰো

ৰাজ্যজুৰি সামাজিক মাধ্যমত এতিয়া অৰ্চিতা ফুকন নামৰ এগৰাকী বিবাহিতা মহিলাৰ এখন বিশেষ ফটোৱে হৈ চৈ লগোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ প্ৰাণ প্ৰতিম বৰা নামৰ এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই উৰহীৰ ওৰ ওলাই পৰিছে। বিফল প্ৰেমৰ প্ৰতিশোধ লবলৈয়ে এইগৰাকী…

Jorhat-Majuli Bridge: যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে আকৌ নিবিদা; ধনৰ পৰিমান কমাক লৈ সাংসদ গৌৰৱ গগৈৰ…

মাজুলী বাসীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে যোৰহাট-মাজুলী সংযোগী দলঙ (Jorhat-Majuli Bridge)-ৰ পুনৰ নিবিদা মুকলি কৰে। ৬.৮১ কি:মি: দৈৰ্ঘ্যৰ দুইলেনযুক্ত এই দলংখনৰ বাবে ৬০০.৫১ কোটি টকাৰ নিবিদা মুকলি কৰে ভাৰত…

India-China Dispute: আকৌ মূৰ দাঙি উঠিছে অৰুণাচলক লৈ চীন-ভাৰতৰ বিবাদ!

India-China Dispute: দেশৰ পশ্চিম সীমান্তত এতিয়াও অব্যাহত আছে উত্তেজনা। ভাৰত-পাক সংঘাতৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয় যদিও সমগ্ৰ অঞ্চলটোত এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। তাৰ মাজতে পাকিস্তানে উলংঘা কৰি আছে যুদ্ধবিৰতি। যাৰ বাবে পশ্চিম…

জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ?

১৯৭১ যুদ্ধত পাকিস্তান দুটুকুৰা হৈছিল৷ জন্ম হৈছিল নতুন এখন দেশৰ৷ নাম–বাংলাদেশ। এইবাৰো প্ৰশ্ন উঠিছে–যদি পাকিস্তান ভাৰতৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হয়, তেনেহ’লে ১৯৭১ৰ পাছত আকৌ এবাৰ খণ্ড বিখণ্ড হ’ব নেকি পাকিস্তান? জন্ম হ’ব নেকি আৰু এখন…

Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই  আত্মসমৰ্পণ কৰা সেই দিনটো

‘পূৱৰ ৰণাংগনত ভাৰত আৰু বাংলাদেশৰ যৌথ সামৰিক বাহিনীৰ কামাণ্ডাৰ ইন ছীফ লেফটেনেণ্ট জেনেৰেল জগজিত সিং অৰোৰাৰ ওচৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ডৰ সকলো সামৰিক বাহিনীয়ে আত্মসমৰ্পণৰ বাবে সন্মত হৈছে৷ এই আত্মসমৰ্পণ পাকিস্তানৰ সেনা, নৌ আৰু বিমান বাহিনী…