Browsing Category
গুৱাহাটী
অসমৰ চৰকাৰী ভূমি আবণ্টন আৰু বেদখলৰ আন এটা বিস্ফোৰক খবৰ
পুঁজিপতিৰ দখলত দুখীয়াৰ মাটিৰ আন এক ক'লা অধ্যায় আপোনালোকক আমি এই প্ৰতিবেদনত দিবলৈ চেষ্টা কৰিম। যিসময়ত এফালে চৰকাৰী মাটিত উচ্ছেদ অভিযান চলিছে অসমত, আনফালে আকৌ ৰয়েল গ্ল’বেলৰ দখলত ভূদান বোৰ্ডৰ ভূমিকা লৈ নিৰ্বিকাৰ চৰকাৰ-প্ৰশাসন। কিন্তু অশোক…
কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য?
কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য? কালি অৰ্থাত বৃহস্পতিবাৰৰ দিনটোত বিধায়ক অখিল গগৈয়ে উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল কেইটামান প্ৰশ্ন। আৰু সেই প্ৰশ্ন কেইটা আছিল এই কাঞ্চনজুৰি চাহ…
ডিজিটেল নহয়,ছপা ৰূপত ‘দ্য ক্ৰছকাৰেণ্ট’
আপুনি সদায় ম'বাইল ফোনৰ স্ক্ৰীণত চাই আছে আপোনাৰ প্ৰিয় নিউজ প'ৰ্টেল 'দ্য ক্ৰছকাৰেণ্ট'। কিন্তু এইবাৰ ছপা ৰূপত আপোনাৰ কাষ চাপিব 'দ্য ক্ৰছ কাৰেণ্ট'। তথ্যসমৃদ্ধ আৰু অনুসন্ধানমূক বাতৰি পৰিৱেশনেৰে ইতিমধ্যে ৰাজ্যৰ সংবাদক্ষেত্ৰত সুকীয়া স্থান লাভ…
অসমীয়া কবিতাৰ নতুন সম্পৰীক্ষা ‘ইউ কেন : ইউক্ৰেইন’ উন্মোচন কৰিলে য়েছে দৰজে ঠংছিয়ে
অসমীয়া কবিতাক লৈ বিভিন্ন আলোচনা চলি থকাৰ মাজতে ‘অসমীয়া প্ৰতিদিন ডিজিটেলে’ আধুনিক অসমীয়া কবিতাক লৈ বিগত কিছু মাহ ধৰি চলাই আহিছিল এক সম্পৰীক্ষা। সেই সম্পৰীক্ষাৰ মাজতেই শতাধিক কবিতাৰ মাজৰ পৰা নিৰ্বাচিত মুঠ ৮৬ টা কবিতাৰে প্ৰকাশ কৰা 'ইউ কেন:…
এনেই জে’লৰ ভাত নহ’ব,কিবা শিকিব লাগিব !
কাৰাবন্দী হিচাপে থকা লোকৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।অৱশ্যে ন্যায়ালয়ৰ এই নিৰ্দেশ যিসকলে এনে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ইচ্ছুক সেই সকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক…
উত্তৰ-পূৰ্বাঞ্চলত সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি বন্ধন বেংকৰ
বন্ধন বেংকে গুৱাহাটীত এটি সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি কৰিছে । এতিয়ালৈকে যিকোনো বেংকিং প্ৰতিষ্ঠানত কৈ উত্তৰ-পূৰ্বাঞ্চলত এইটো সৰ্ববৃহৎ কাৰেন্সি চেষ্ট। এইটো বেঙ্কৰ দ্বিতীয় কাৰেন্সি চেষ্ট। ই বেংকক অঞ্চলটোৰ শাখা আৰু এটিএমৰ বাবে নগদ…
অসম গ্ৰন্থমেলা, ধেমাজিৰ প্ৰস্তুতি সম্পূৰ্ণ
গুৱাহাটীকে প্ৰমুখ্য কৰি পাঁচখন গ্ৰন্থমেলাৰ সমান্তৰাল অগ্ৰগতি ।
গুৱাহাটী, ২৮ অক্টোবৰ : ৰাজ্যখনত গ্ৰন্থ আন্দোলনক অধিক বিস্তাৰিত কৰাৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তত আয়োজিত…
গুৱাহাটীত ক্ৰীড়া সংগ্ৰহালয় উদ্বোধন
এক দীৰ্ঘদিনীয়া নিৰলস প্ৰচেষ্টাৰ অন্তত গুৱাহাটীৰ মাজমজিয়াত গঢ়ি তোলা ক্ৰীড়া সংগ্ৰহালয়টো ২৭ অক্টোবৰ, বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে । গুৱাহাটী ৰাজগড়…
নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন
বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ 'ভক্তিৰ অনিৰুদ্ধ যাত্ৰা' বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ 'বুক নুক কেফে'ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ…
দ্য ক্ৰছকাৰেণ্টৰ বিৰুদ্ধে যড়যন্ত্ৰ
'Current Trend Assam' নামৰ এটা সংবাদপোৰ্টেলে 'দ্য ক্ৰছকাৰেণ্ট'ৰ বৰ্তমানৰ পৰিচালন সম্পাদক বেদব্ৰত বৰাক সাঙুৰি এটা বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ ভূমি সংক্ৰান্তীয় বিবাদ এটাক সামৰি যি বাতৰি প্ৰচাৰ কৰা হৈছে, সেই বিষয়টো বৰ্তমান…