Exposed: Only Rs 197.83 Crore Released Out of Rs 2,350 Crore “PM Package” for NorthEast

PM Modi's Flood Relief Promise in Northeast Exposed: Only Rs 197.83 Crore Released Out of Rs 2,350 Crore "PM Package" for NorthEast

PM Modi's Flood Relief Promise in Northeast Exposed: Only Rs 197.83 Crore Released Out of Rs 2,350 Crore "PM Package" for NorthEast

পেকেজৰ নামত প্ৰতাৰণা। ২০১৭ ৰ ১ আগষ্টত উত্তৰ পূৱৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।

চৰকাৰৰ মাটি সম্পৰ্কীয় নীতি ব্যৱস্থাই সমগ্ৰ অসমৰ কৃষক শ্ৰেণীৰ বাবেই ভয়াৱহ ভবিষ্যতৰ আগজাননী৷ ই মানুহৰ মাটিৰ অধিকাৰৰ হকে মাত মাতিবলৈ থকা সকলোবোৰ গণতান্ত্ৰিক পথ বন্ধ কৰি দিব

Guwahati, 6th February: In a startling revelation today at the Assam Assembly, state’s Finance Minister Ajanta Neog disclosed that the Assam government has been borrowing a staggering Rs. 59 crore per day from various sources. The total debt burden as…

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিশেষ অনুসন্ধান সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা, গৌতম গগৈ গুৱাহাটী, নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অৰ্থনীতিক ডেৰ লাখ কোটি টকাৰ ঋণত ডুবাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আকাশীযানৰ বিলাসিতাৰ বহু বিস্ফোৰক তথ্য…

কেৱল আৰু কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত ইজনৰ পাছত সিজন অসমীয়া যুৱক এনকাউণ্টাৰৰ সন্মুখীন হৈছে ৷ আৰক্ষীৰ গুলীত আহত হৈছে বহু অসমীয়া যুৱক ৷ কিন্তু কঠোৰতাৰ পৰিচয় দিয়া এইখন চৰকাৰৰ দিনত এজন চাৰ্জশ্বীটেড অভিযুক্তই ৰাজভোগ কৰি থকাৰ সুবিধা লাভ কৰিছে ৷…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটিত মুকলি বেদখল ৷ খোদ ডিমা…
অৰূপ কলিতা এইবাৰ অসমত ওলাইছে বিজয় মালিয়া , নীৰৱ মোদীৰ নতুন অৱতাৰ ৷ বেংক জালিয়াতিৰে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত এগৰাকী ব্যৱসায়ীয়ে লাভ কৰিলে ২০ কৌটি ৩০ লাখ টকা ৷ সাৰদা কেলেংকাৰীত নাম সাঙোৰ খোৱা এইগৰাকী ব্যক্তিক অসম কো…

ইতিহাস হোৱাৰ দিশে গুৱাহাটী উচ্চ ন্যায়ালয় !আমিনগাঁৱত স্থাপন হ’ব জুডিচিয়েল চিটি ! ১০০ বিঘা ভূমিত নিৰ্মাণ হ’ব জুডিচিয়েল চিটি !২৩মে’ৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আইনী ক্ষেত্ৰখনৰ বহু ঘটনা প্ৰবাহৰ সাক্ষী গুৱাহাটী উচ্চ ন্যায়ালয় ইতিহাস হোৱাৰ দিশত।হয়তো কেইবছৰ মানৰ পাছত…