সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

গুৱাহাটী

ভাৰতত ২,৮২,৯৭০ জন আৰু অসমত ৮০৭২ জন আক্ৰান্ত ক’ভিড-১৯ত

দেশত বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ভাৰতত ২,৮২,৯৭০ জন ক'ভিডত আক্ৰান্ত। মৃত্যু হৈছে ৪৪১ জন ৰোগীৰ। আনহাতে, অসমতো  উদ্বেগজনভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮০৭২ জন লোক আক্ৰান্ত হৈছে…

২১০ টা থানাৰ দালালক আটক আৰক্ষীৰ

ৰাজ্যজুৰি দালাল বিৰোধী অভিযান। শ শ দালালে ভৰি আছে ৰাজ্যৰ থানাসমূহ। দালাল বিৰোধী অভিযানত আটক কৰে ২১০ টা দালালক। কামৰূপ জিলাতেই ৩৭ টা দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰোপৰি, নগাঁৱত ১২টা, যোৰহাটত ৯টা, শিৱসাগৰত ৬ টা, দক্ষিণ শালমৰাত ৫টা,…

কালিলৈ DSP পোছাক পৰিধান কৰিব লাভলীনা বৰগোহাঁইয়ে

টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদত লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া বিজয়ী লাভলীনা বৰগোহাঁইয়ে বুধবাৰে উপ-আৰক্ষী পদত যোগদান কৰিব। গুৱাহাটী জনতা ভ্ৰমণত এক অনুষ্ঠানত যোগদান কৰিব অসম গৌৰৱ লাভলীনাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু…

কোভিডৰ গণসংক্ৰমণ……

অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো এটা দিন। আনহাতে ৰাজ্য চৰকাৰে অসমত নতুনকৈ SOP জাৰি কৰা পাছতো কোভিড-১৯ একেদিনাই ২,০০০ ৰ সীমা অতিক্ৰম কৰিছে। সোমবাৰৰ দিনটোত নতুনকৈ ২১৯৮ জন ৰোগী আক্ৰান্ত হৈছে কোভিডত। সৰ্বাধিক কামৰূপ(ম)তে যোৱা ২৪ ঘণ্টাত…

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP…..

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP….. * নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি। * মাস্ক পিন্ধাটো বাধ্যতামূলক। * ভেকচিনৰ দুয়োটা ডজ লোৱা প্ৰমাণ লগত লৈ ফুৰিব লাগিব। * ৰাতি ভেলাঘৰত থাকিব নোৱাৰিব অসমীয়া। * পুৱা ৬ বজাৰ…

প্ৰকাশ পালে নতুন SOP…..

প্ৰকাশ পালে নতুন SOP….. * নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ। * গাড়ী, চিটি বাছত ভেকচিন লোৱা লোকহে মানুহ উঠিব পাৰিব। * সকলো ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ৯ বজাৰ লৈকেহে খোলা থাকিব। * ৰেষ্টুৰেণ্ট, ধাবা, হোটেল ৯ বজাৰ লৈকে খোলা…

গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত

বিজেপি আন এগৰাকী নেতা কোভিড-১৯ত আক্ৰান্ত। গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত। মন্ত্ৰী পীয়ুয হাজৰীকাৰ পাছতেই কুইন ওজা কোভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে।

ক’ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা

ক'ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা। বৃহস্পতিবাৰে ধৰা পৰিছিল হাজৰিকাৰ দেহত কোভিড অৱস্থিতি। কালি দিনতোত হোম আইছ'লেশ্যনতে আছিল মন্ত্ৰীগৰাকী। বৰ্তমান চিকিৎসাৰ বাবে GMCH ত উপস্থিত।

আজি প্ৰকাশ পাব নতুন SOP….

আজি বিয়লী ৩ বজাত প্ৰকাশ পাব নতুন SOP। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। যিসকলে এতিয়াও কোভিড ভেকচিন গ্ৰহণ কৰা নাই,  তেওঁলোকক ভেকচিন গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লকডাউন নহয় অসমত সেইকথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে,…

অসমত পুনৰ নহয় লকডাউন

ভাৰতত কভিড`ৰ তৃতীয়টো ঢৌ অ`মিক্ৰনত বৰ্তমানলৈ ২১৩৫ জন লোক আক্ৰান্ত হৈছে। অসমতো কভিড`ৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে। কভিড`ৰ তৃতীয়টো ঢৌত অসমত প্ৰত্যেক দিনাই ১২০ৰ পৰা ৪৫০ ৰোগী আক্ৰান্ত হৈছে। এইকথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে…