শ্ৰেণী গুৱাহাটী

বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব সাহাৰ্য্য- ডঃ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষাণা- ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত কভিডৰ সকলো নিষেধাজ্ঞা বাতিল। লগতে এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু। বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব ডেৰ লাখ টকাকৈ সাহাৰ্য্য। কিন্তু ১০ বছৰ পুৰণি বিহু সমিতিলৈহে দিব…

ৰাজ্যৰ মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ: গুৱাহাটী উচ্চ ন্যায়ালয়

ৰাজ্যৰ মাদ্ৰাছাসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব। শুকুৰবাৰে অসম চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০ চনত অসম চৰকাৰে মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে আনিছিল নতুন আইন। মাদ্ৰাছা-সংস্কৃত শিক্ষা বন্ধ কৰি সাধাৰণ শিক্ষানুষ্ঠানৰ শিক্ষালৈ পৰিৱৰ্তন কৰা লক্ষ্যৰে এই…

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ?

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ? কি নিয়ম ভংগ কৰিলে এপিএছচিয়ে? ভোট বিচাৰি যোৱা বিজেপি প্ৰার্থী সঘন প্ৰতিবাদৰ সন্মুখীন হৈছে কিয় উত্তৰ প্ৰদেশত? বিহু ফাংচনলৈ জুবিনক মাতিব নালাগে বুলি কিয় কলে মুখ্যমন্ত্ৰীয়ে? চাওঁক আমাৰ এই প্ৰতিবেদন-

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন

আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন গৃহ সমষ্টিতো ৰাইজে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। জালুকবাৰী সমষ্টিৰ ৰাইজে তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰিব। লগতে মাজনিশাই মাজুলীৰ ভাগিনসকলে জন্মদিন পালন কৰিবলৈ উপস্থিত হল ডঃ…

১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান: মুখ্যমন্ত্রী

*১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান। *ক’ভিডৰ সংক্রণ হ্রাস পোৱা বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। *দুই-তিনিদিনৰ ভিতৰতেই শিথিল হ’ব ৰাতিৰ কাৰ্ফিউ। *১১ বজালৈ কাৰ্ফিউৰ সময় পিছুৱাই দিয়া হ’ব। *ক’ভিডৰ সংখ্যা ১০০০ৰ তললৈ আহিলেই শিথিল হ’ব নিষেধাজ্ঞা। *এই কথা ঘোষণা…

অসমীয়া অবিহনে এ পি এছ চিৰ মূল লিখিত পৰীক্ষা কেতিয়া ?

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লিখিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে ৷ অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্নকাকত অবিহনে অহা ২১ ফেব্ৰুৱাৰীৰ পৰা মূল লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ২১ ফেব্ৰুৱাৰী , ২২ ফেব্ৰুৱাৰী , ২৩…

আজি কীর্তিকমলৰ অস্ত্ৰোপ্ৰচাৰ

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা নগাঁও এনকাউণ্টাৰ ঘটনাৰ আৰম্ভ হৈছে তদন্ত। আজি এই সম্পর্কত অনুষ্ঠিত হব শুনানী৷ এই শুনানি ২ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিব। শুনানি গ্ৰহণৰ বাবে ইতিমধ্যে নগাঁও আৱৰ্ত ভৱনত উপস্থিত অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰ। আনফালে, GMCH…

ৰাজ্যৰ সৰ্বোচ্চ “ৰাজ্যিক অসামৰিক বঁটা” প্ৰদান অনুষ্ঠান

আজি বিয়লি ৩ বজাত ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৰাজ্যৰ সৰ্বোচ্চ “ৰাজ্যিক অসামৰিক বঁটা”৷ ”অসম বৈভৱ”, “অসম সৌৰভ”, “অসম গৌৰৱ” এই তিনিটা সন্মান প্ৰদান কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে। মানৱ সেৱা, লোকসেৱা, স্বাস্থ্য, শিক্ষা, উদ্যাগ, কৃষি আদি ক্ষেত্ৰলৈ অসামান্য অৱদানৰ…

কি যুক্তিক অসমৰ মাটি মেঘালয়ক এৰি দিব বিচাৰিছে অসম চৰকাৰে?

অসম চৰকাৰে মেঘালয়ক এৰি দিব ৬৯০ বৰ্গ কিলোমিটাৰ ভূমি।সৰ্বদলীয় বৈঠক পাতি এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।চুবুৰীয়া ৰাজ্যৰ লগত শান্তিত থকাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।তাৰপছতে গৰজি উঠিছে ৰাজ্যৰ সচেতন…

চৰকাৰৰ বিৰুদ্ধে কিয় উচ্চতম ন্যায়ালয়লৈ যাব প্ৰদেশ কংগ্ৰেছ ?

মেঘালয়ক অসমৰ ভূমি এৰি দিয়াক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মেঘালয়ক অসমৰ ভূমি গতাই দিয়াৰ বিৰুদ্ধে আজি মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ভূপেন বৰা আৰু…