Investigative reporting with dedication.

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষাণা- ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত কভিডৰ সকলো নিষেধাজ্ঞা বাতিল। লগতে এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু। বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব ডেৰ লাখ টকাকৈ সাহাৰ্য্য। কিন্তু ১০ বছৰ পুৰণি বিহু সমিতিলৈহে দিব এই সাহাৰ্য্য। বিহু ১ বহাগৰ পৰা ৭ বহাগলৈহে আয়োজন কৰিব লাগিব বিহু সমিতিয়ে। চান্দা সংস্কৃতি নোহোৱা কৰাৰ স্বাৰ্থত এই সাহাৰ্য্য দিয়াৰ সিদ্ধান্ত চৰকাৰৰ।




