Reporting on
ভাৰতত ২,৮২,৯৭০ জন আৰু অসমত ৮০৭২ জন আক্ৰান্ত ক’ভিড-১৯ত

দেশত বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ভাৰতত ২,৮২,৯৭০ জন ক’ভিডত আক্ৰান্ত। মৃত্যু হৈছে ৪৪১ জন ৰোগীৰ। আনহাতে, অসমতো উদ্বেগজনভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮০৭২ জন লোক আক্ৰান্ত হৈছে কভিড-১৯ত। মৃত্যু হৈছে…








