২১০ টা থানাৰ দালালক আটক আৰক্ষীৰ

Share This Article

ৰাজ্যজুৰি দালাল বিৰোধী অভিযান। শ শ দালালে ভৰি আছে ৰাজ্যৰ থানাসমূহ। দালাল বিৰোধী অভিযানত আটক কৰে ২১০ টা দালালক। কামৰূপ জিলাতেই ৩৭ টা দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰোপৰি, নগাঁৱত ১২টা, যোৰহাটত ৯টা, শিৱসাগৰত ৬ টা, দক্ষিণ শালমৰাত ৫টা, ধুবুৰীত ৭ টা, গোৱালপাৰাত ৫টা, ডিব্ৰুগড়ত ৫টা, চৰাইদেউত ২টা, বজালীত ১টা, গোৱালপাৰাত ১৩টা, বিশ্বনাথ চাৰিআলিত ৭ টা, শোণিতপুৰত ৬টা, বঙাইগাঁৱত ১২টা, বৰপেটাত ৩টা, লক্ষীমপুৰত ৮টা, ওদালগুৰিত ৬টা, কৰিমগঞ্জত ১০ টা, কোকৰাঝাৰত ৭টা, কাছাৰত ১০টা, দৰঙত ৯টা, হোজাইত ৮টা, ধেমাজিত ৫টা দালালক আটক কৰে আৰক্ষীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.