মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন

Share This Article

আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন গৃহ সমষ্টিতো ৰাইজে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। জালুকবাৰী সমষ্টিৰ ৰাইজে তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰিব। লগতে মাজনিশাই মাজুলীৰ ভাগিনসকলে জন্মদিন পালন কৰিবলৈ উপস্থিত হল ডঃ শৰ্মাৰ বাসগৃহ। আজি দিনটো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী ফুৰাব ভাগিনসকলক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.